• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেব্ৰুৱাৰীত এই ৫ৰাশিৰ হাতলৈ আহিব ধন, বক্ৰী হ’ব বুধ

ফেব্ৰুৱাৰীত এই ৫ৰাশিৰ হাতলৈ আহিব ধন, বক্ৰী হ’ব বুধ

8 months ago
‘হত শৈশৱ’

‘হত শৈশৱ’

5 minutes ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

1 hour ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

2 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

2 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

4 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

5 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

5 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

6 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

6 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

7 hours ago
বৈপৰীত্য

বৈপৰীত্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফেব্ৰুৱাৰীত এই ৫ৰাশিৰ হাতলৈ আহিব ধন, বক্ৰী হ’ব বুধ

ফেব্ৰুৱাৰীত এই ৫ৰাশিৰ হাতলৈ আহিব ধন, বক্ৰী হ’ব বুধ

editor by editor
January 27, 2026
in জীৱনশৈলী
0
ফেব্ৰুৱাৰীত এই ৫ৰাশিৰ হাতলৈ আহিব ধন, বক্ৰী হ’ব বুধ
0
SHARES
8.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষমতে বুধ হৈছে জ্ঞান, বুদ্ধি আৰু বিচাৰৰ প্ৰতীক৷ আৰু এই গ্ৰহই যেতিয়া ওলোটাকৈ গতি কৰে তেতিয়া মানুহে পুৰণি সিদ্ধান্ত সম্পৰ্কে আকৌ ভাৱিবলৈ আৰম্ভ কৰে৷ ওলোটা গতি বা বক্ৰী অৱস্থাত বুধৰ প্ৰভাৱ নকমে৷ বৰং এই সময়ত তাৰ শক্তি বৃদ্ধি পায়৷ আৰু ২০২৬ চনৰ ২৬ ফেব্ৰুৱাৰীত বুধ বক্ৰী হ’ব৷ এই অৱস্থাত বুধ থাকিব ২১ মাৰ্চ পৰ্যন্ত৷ আৰু এই সময়ত বহুতেই ভাল সময় কটাব৷ বিশেষকৈ ৫ ৰাশিৰ জীৱনৰ পৰা আৰ্থিক কষ্ট দূৰ হব৷ পাব বহু ধন৷ কোন কোন ৰাশি লাভৱান হ’ব?

বৃষ ৰাশি

বুধৰ এই দশাত ভাল সময় কটাব বৃষ ৰাশিৰ জাতকে৷ আপোনাৰ জীৱনত উন্নতি নিশ্চিত হব৷ ইয়াৰোপৰি পুৰণি ব্যৱসায়ত লাভ পাব৷ আয়ৰ নতুন ৰাস্তাও খুলিব পাৰে৷ বহু দিন ধৰি যিসকলে ধনক লৈ চিন্তা কৰি আছিল তেওঁলোকে ৰেহাই পাব৷ এই সময়ত পাৰিবাৰিক দিশৰ পৰা থকা সমস্যাৰো অৱসান ঘটিব৷ আপোনাৰ সৈতে পৰিয়ালৰ সদস্যসকলৰ সম্পৰ্ক ভাল হব৷ কেৰিয়াৰত উন্নতি হব৷ ইয়াৰোপৰি ক্ৰয় কৰিব পাৰে ঘৰ, বাহন আৰু সম্পদ৷

মিথুন ৰাশি

এই সময় ভাল হব মিথুন ৰাশিৰো৷ চিন্তা কৰি কামত আগুৱাব৷ বহু দিন ধৰি যি কাম আপোনাৰ সম্পন্ন হোৱা নাছিল সেই কামত সফল হব৷ কেৰিয়াৰত নতুন সুযোগ পাব৷ হাতলৈ আহিব ধন৷ ইয়াৰোপৰি খৰচ কমিব৷ যাৰ ফলত আৰ্থিক সমস্যা দূৰ হব৷

কন্যা ৰাশি

বুধৰ এই দশাত কন্যা ৰাশিৰ জীৱনত সাল সলনি আহিব৷ আপোনাৰ বিদ্যা-বুদ্ধি বৃদ্ধি পাব৷ কেৱল সেয়াই নহয়, যিসকলে চাকৰি কৰিছে, তেওঁলোকেও এই সময়ত উন্নতিৰ শিখৰলৈ যাব৷ ইয়াৰোপৰি আয়ৰ নতুন নতুন স্থান তৈয়াৰ হব৷ চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ৷

তুলা ৰাশি

ভাল সময় আহিব আপোনাৰো৷ ভাৱিচিন্তি কাম কৰিলে সফলতা পাবই৷ কেৱল সেয়াই নহয়, এই সময়ত বহু দিন ধৰি ৰৈ থকা কামো সম্পন্ন হব৷ যাৰ ফলত হাতলৈ ভাল পৰিমাণৰ ধন আহিব৷ আপোনাৰ অৰ্থকষ্ট দূৰ হব৷ নতুনকৈ কৰা চিন্তাই ভাল ফল দিব৷

কুম্ভ ৰাশি

এই সময়ত আপুনি নতুন কৈ প্লেন কৰিব পাৰে৷ কেৰিয়াৰত পুৰণি পৰিকল্পনাসমূহক আকৌ এবাৰ নতুনকৈ কামত লগাব পাৰে৷ আই টি, ডাটা, আৰু বিশ্লেষণৰ দৰে কামৰ সৈতে যুক্তসকলে এই সময়ত ভাল ফল পাব৷ আমদানি বাঢ়িব ধীৰে ধীৰে৷ অৰ্থকষ্ট শেষ হব৷ ভাল সময়ৰ বাবে সাজু হওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

September 27, 2026
Next Post
পোষ্ট অফিচৰ FDত ২৫০০০ টকা ১ বছৰৰ বাবে থৈছে? কিমান টকা ৰিটাৰ্ণ পাব আপুনি?

পোষ্ট অফিচৰ FDত ২৫০০০ টকা ১ বছৰৰ বাবে থৈছে? কিমান টকা ৰিটাৰ্ণ পাব আপুনি?

ট্ৰাম্প OUT, ভাৰত-ইউৰোপ ডিল ফাইনেল, সুৰাৰ পৰা বাহনলৈ…কি কি সামগ্ৰীৰ দাম কমিব ভাৰতত?

ট্ৰাম্প OUT, ভাৰত-ইউৰোপ ডিল ফাইনেল, সুৰাৰ পৰা বাহনলৈ...কি কি সামগ্ৰীৰ দাম কমিব ভাৰতত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.