• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?

কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?

2 months ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

13 hours ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

13 hours ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

14 hours ago
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

15 hours ago
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

15 hours ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

16 hours ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

16 hours ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

17 hours ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

17 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

19 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

20 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?

কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?

editor by editor
May 28, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?
0
SHARES
911
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ অনুসৰি বুধ হৈছে জ্ঞান, বুদ্ধি, কথা আৰু ব্যৱসায়ৰ কাৰক গ্ৰহ৷ বুধ মিথুন ৰাশিৰ অধিপতি গ্ৰহ৷ কাইলৈ ২৯ মে ২০২৬ শুকুৰবাৰে নিজৰ ৰাশি মিথুনত প্ৰৱেশ কৰিব বুধে৷ ইয়াৰ ফলত গঠিত হ’ব ভাদ্ৰ ৰাজযোগ৷ ২২ জুন পৰ্যন্ত মিথুন ৰাশিতেই বুধে অৱস্থান কৰিব আৰু তাৰপিছতেই কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ জ্যোতিষ গণনা অনুসৰি দেখা গৈছে মিথুন ৰাশিত বুধৰ গোচৰ চলাৰ সময়ত ৫ৰাশিৰ জাতক অত্যন্ত লাভৱান হ’ব৷ কেৰিয়াৰত উন্নতি হ’ব আৰু প্ৰচুৰ আৰ্থিক লাভ কৰিব৷ জানি থওক বুধৰ গোচৰ লাভজনক হ’ব কোন কোন ৰাশিৰ জাতকৰ বাবে?

মিথুন ৰাশি

মিথুন ৰাশিতেই বুধৰ গোচৰৰ ফলত গঠিত হ’ব ভাদ্ৰ ৰাজযোগ৷ কেৰিয়াৰত হঠাৎ উন্নতি কৰাৰ সুযোগ পাব৷ আত্মবিশ্বাসৰ তুংগত থাকিব৷ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ পাবলগীয়া ধন উভতাই পাব পাৰে৷ পাবলগীয়া টকা পাব পাৰে৷ ব্যক্তিগত জীৱনতো সুখ আহিব৷ বহু দিন পাছত সুখ শান্তিৰ মাজেৰে দিন কটাব মিথুন ৰাশিৰ জাতকে৷

কন্যা ৰাশি

কন্যা ৰাশিৰো অধিপতি গ্ৰহ বুধ৷ ভাদ্ৰ ৰাজযোগৰ প্ৰভাৱত এই ৰাশিৰ জাতকেও দুৰ্দান্ত লাভ কৰিব৷ সমাজত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব৷ কৰ্মক্ষেত্ৰত আপুনি নিজৰ এক পৃথক পৰিচিতি গঢ়ি তুলিব পাৰিব৷ সম্পদ বাঢ়িব বহুগুণে৷

তুলা ৰাশি

বুধৰ গোচৰৰ প্ৰভাৱত তুলা ৰাশিৰ জাতকৰ ভাগ্য উজ্জ্বল হ’ব৷ দীৰ্ঘদিনৰ ৰৈ থকা কাম সম্পূৰ্ণ হ’ব৷ মনৰ ইচ্ছা পূৰণ হ’ব পাৰে৷ বিদেশী যোগাযোগৰ ফলত আৰ্থিকভাৱে লাভৱান হ’ব৷ নতুন চাকৰিৰ প্ৰস্তাব পাব পাৰেষ ব্যৱসায়ত সাফল্য পাব৷ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও শুভ সময়৷

ধনু ৰাশি

বুধৰ গোচৰত নানানভাৱে লাভজনক হ’ব ধনু ৰাশিৰ জাতকৰ বাবে৷ এফালে যেনেকৈ চাকৰিয়ালসকল লাভৱান হ’ব তেনেকৈ ব্যৱসায়তো উন্নতি কৰাৰ সুযোগ পাব৷ আয় বাঢ়িব বহুগুণে৷ নতুন কোনো প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ বাবে এই সময় লাভজনক৷ যিসকল চিংগল তেওঁলোকে এই সময়ত মনৰ মানুহ লাভ কৰিব৷

কুম্ভ ৰাশি

ভাদ্ৰ ৰাজযোগৰ প্ৰভাৱত উপকৃত হ’ব কুম্ভ ৰাশিৰ জাতক৷ কেৰিয়াৰত উন্নতিৰ বাবে এই সময় লাভজনক৷ সন্মুখলৈ অহা সুবিধাক আওকান নকৰিব৷ প্ৰেমিক প্ৰেমিকাৰ মাজত সম্পৰ্ক আৰু গভীৰ হ’ব৷ বিবাহৰ কথা আগুৱাব পাৰে৷ ছাত্ৰছাত্ৰীসকলে সাফল্য পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক
জীৱনশৈলী

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

July 11, 2026
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!
জীৱনশৈলী

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

July 11, 2026
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

July 11, 2026
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি
বিশ্ব

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

July 11, 2026
Next Post
মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ

১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.