• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বসন্ত পঞ্চমীতেই শাওনৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, টকাৰ গাদীত বহিব এই এই ৰাশিৰ জাতক

বসন্ত পঞ্চমীতেই শাওনৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, টকাৰ গাদীত বহিব এই এই ৰাশিৰ জাতক

3 months ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

21 minutes ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

48 minutes ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

1 hour ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

2 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

3 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

4 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

5 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

6 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

6 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

7 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বসন্ত পঞ্চমীতেই শাওনৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, টকাৰ গাদীত বহিব এই এই ৰাশিৰ জাতক

বসন্ত পঞ্চমীতেই শাওনৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, টকাৰ গাদীত বহিব এই এই ৰাশিৰ জাতক

editor by editor
January 10, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বসন্ত পঞ্চমীতেই শাওনৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, টকাৰ গাদীত বহিব এই এই ৰাশিৰ জাতক
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুদ্ধিমত্তা আৰু ব্যৱসায়ৰ প্ৰতীক গ্ৰহ বুধ৷ কেইবাদিনৰ মাজত চন্দ্ৰৰ অধীনত শাওনৰ নক্ষত্ৰত প্ৰৱেশ কৰিব৷ ২৩ জানুৱাৰী ২০২৬ শুকুৰবাৰে পুৱা ১০ঃ২৭ মিনিটত বুধে স্থান পৰিবৰ্তন কৰিব৷ ইয়াৰফলত কেৰিয়াৰৰ পৰা আৰম্ভ কৰি পাৰিবাৰিক আৰু আৰ্থিক বিষয়ত বিশেষভাৱে লাভৱান হব ৪ৰাশিৰ জাতক৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকে বুধৰ গোচৰৰ ফলত শুভ ফল পাব৷ শিক্ষাক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিব৷ সময়মতে নিজৰ কাম সম্পন্ন কৰিব পাৰিব৷ কৰ্মক্ষেত্ৰত আৰু বেছি দায়িত্ব পাব পাৰে৷ সন্মান বৃদ্ধি পাব৷ উচ্চশিক্ষাৰ বাবে বিদেশ ভ্ৰমণো কৰিব পাৰে৷ অৰ্থ উপাৰ্জনৰ নতুন পথ খুলিব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকে বুধৰ নক্ষত্ৰ পৰিবৰ্তনৰ শুভ ফল উপভোগ কৰিব পাৰিব৷ ধৰ্মীয় কাৰ্যকলাপত আগ্ৰহ বাঢ়িব৷ কোনো বিশিষ্ট ব্যক্তিৰ সৈতে দেখা কৰিব পাৰে৷ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ আয়ৰ বাবে অসংখ্য পথ খুলি যাব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক উন্নত হব৷ জীৱনসংগীৰ সৈতে আৰু গভীৰ সম্পৰ্ক গঢ়ি উঠিব৷

কন্যা ৰাশি

বুধৰ নক্ষত্ৰ পৰিবৰ্তনৰ কাৰণে কন্যা ৰাশিৰ জাতক বিশেষভাৱে উপকৃত হব৷ কৰ্মজীৱনত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিব৷ ব্যৱসায়ীয়ে ভাল চুক্তি চুড়ান্ত কৰিব পাৰে৷ ভায়েক ভনীয়েকক সহায় কৰিব পাৰে৷ দীৰ্ঘদিনৰ আকাঙ্ক্ষা পূৰণ হব পাৰে৷ নিজৰ পুৰণি কোনো সমস্যা সমাধানৰ সুযোগ পাব৷

ধনু ৰাশি

বুধৰ ৰাশিচক্ৰ পৰিবৰ্তনৰ সৈতে ধনু ৰাশিৰ জাতকৰ মাজত নানান পৰিবৰ্তনে দেখা দিব৷ এই ৰাশিৰ জাতকৰ কথাবাৰ্তা আৰু আকৰ্ষণীয় হৈ উঠিব৷ সন্মান বৃদ্ধি পাব৷ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ আয়ৰ অতিৰিক্ত উৎস তৈয়াৰ হব পাৰে৷ বিনিয়োগৰ পৰা যথেষ্ট লাভ হব পাৰে৷ পৰিয়ালৰ সৈতে কৰোবালৈ ফুৰিবলৈ যাবলৈ এয়া ভাল সময়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!
বাণিজ্য

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

April 10, 2026
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?
জীৱনশৈলী

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

April 10, 2026
Next Post
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

কেইবা দশকৰ পাছত মকৰ সংক্ৰান্তিত শনি-শুক্ৰৰ বিশেষ যোগ, ৩দিনত ভাগ্য ঘূৰিব এই ৪ৰাশিৰ জাতকৰ

কেইবা দশকৰ পাছত মকৰ সংক্ৰান্তিত শনি-শুক্ৰৰ বিশেষ যোগ, ৩দিনত ভাগ্য ঘূৰিব এই ৪ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.