বৈদিক জ্যোতিষ অনুসৰি বুধ হৈছে জ্ঞান, বুদ্ধি আৰু ব্য়াৱসায়িক ক্ষমতাৰ কাৰক গ্ৰহ। মানুহৰ জীৱনত সূৰ্যৰ সকলোতকৈ কাষৰ গ্ৰহৰ বিশেষ ভূমিকা আছে। এই গ্ৰহক যুৱৰাজ গ্ৰহ বুলিও কোৱা হয়। বুধৰ শুভ প্ৰভাৱত জাতকৰ কেৰিয়াৰ আৰু পঢ়াশুনাত উন্নতি কৰিব পাৰে। বৰ্তমান উত্তৰষাঢ়া নক্ষত্ৰত অৱস্থান কৰি আছে বুধে। আজি ৩০ জানুৱাৰীৰ নিশা ১০ বাজি ৯ মিনিটত উত্তৰষাঢ়া এৰি শ্ৰৱণা নক্ষত্ৰত গোচৰ কৰিব বুধে।
শ্ৰৱণা নক্ষত্ৰত বুধ
জ্যোতিষ অনুসৰি আকাশৰ মূল ২৭ টা নক্ষত্ৰৰ মাজত ২২ তম নক্ষত্ৰই হৈছে শ্ৰৱণা। এই নক্ষত্ৰৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ। চন্দ্ৰৰ ঘৰত বুধৰ অৱস্থান তিনি ৰাশিৰ জাতকৰ বাবে শুভ। তিনি ৰাশিৰ জাতকৰ চাকৰি, ব্যৱসায় অৰ্থ, বুদ্ধি আৰু ব্য়ক্তিত্বৰ ওপৰত প্ৰভাৱ পেলাব বুধে। এই সময়ৰ ভিতৰত তিনি ৰাশিৰ জাতকৰ জীৱনত সকলো ক্ষেত্ৰতে দুৰ্দান্ত লাভ আহিব। জানি থওক শ্ৰৱণা নক্ষত্ৰত বুধৰ গোচৰৰ ফলত লাভৱান হব কোন কোন ৰাশিৰ জাতক?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ