• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানী অভিনেতাৰ প্ৰেমত পৰিছে ৰাখী স্বাৱন্ত, বিবাহলৈকে আগবাঢ়িল কথা! ৰাখী পাকিস্তানৰ বোৱাৰী হ’ব কেতিয়া?

পাকিস্তানী অভিনেতাৰ প্ৰেমত পৰিছে ৰাখী স্বাৱন্ত, বিবাহলৈকে আগবাঢ়িল কথা! ৰাখী পাকিস্তানৰ বোৱাৰী হ’ব কেতিয়া?

2 years ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

17 minutes ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

45 minutes ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

3 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

3 hours ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

4 hours ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

4 hours ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

5 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

5 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

5 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

7 hours ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

8 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাকিস্তানী অভিনেতাৰ প্ৰেমত পৰিছে ৰাখী স্বাৱন্ত, বিবাহলৈকে আগবাঢ়িল কথা! ৰাখী পাকিস্তানৰ বোৱাৰী হ’ব কেতিয়া?

পাকিস্তানী অভিনেতাৰ প্ৰেমত পৰিছে ৰাখী স্বাৱন্ত, বিবাহলৈকে আগবাঢ়িল কথা! ৰাখী পাকিস্তানৰ বোৱাৰী হ'ব কেতিয়া?

editor by editor
January 30, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
পাকিস্তানী অভিনেতাৰ প্ৰেমত পৰিছে ৰাখী স্বাৱন্ত, বিবাহলৈকে আগবাঢ়িল কথা! ৰাখী পাকিস্তানৰ বোৱাৰী হ’ব কেতিয়া?
0
SHARES
311
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাখী ছাৱন্ত মানেই বিতৰ্ক। ব্যক্তিগত জীৱন হওক বা পেছাগত জীৱন, যিকোনো প্ৰকাৰেই খবৰৰ শিৰোনামত উঠে ৰাখী ছাৱন্ত। এইবাৰো ব্যক্তিগত জীৱনৰ এক খবৰক লৈ চৰ্চালৈ আহিছে ৰাখী। তেওঁ পাকিস্তানৰ বোৱাৰী হব বুলি এক গুজৱ ভাইৰেল হৈছিল। সেই গুজৱতেই ছিলমোহৰ মাৰিলে ৰাখীয়ে।  এইবাৰ অৱশ্যে ৰাখীৰ কথা কিমান সঁচা সেই বিষয়ক লৈ সন্দেহ প্ৰকাশ কৰিছে বহুজনেই।

সম্প্ৰতি দেশৰ বাহিৰত এক অনুষ্ঠানত পাকিস্তানী তাৰকাসকলৰ সৈতে আলাপ কৰা দেখা গৈছে ৰাখীক। আৰু তাৰ পাছতেই পাকিস্তানৰ অভিনেতা তথা প্ৰযোজক ডোডি খানৰ সৈতে ৰাখীৰ সম্পৰ্কক লৈ গুঞ্জৰ আৰম্ভ হয়। ৰাখীক ডোডিয়ে বিবাহৰ প্ৰস্তাৱ দিছে বুলিও জনা গৈছে। এক সৰ্বভাৰতীয় সংবাদমাধ্যমে সেই বিষয়ক লৈ মুখ খুলিছে ৰাখীয়ে।

ডোডিৰ সৈতে তেওঁৰ সম্পৰ্ক গুজৱ নহয় এয়া সম্পূৰ্ণ সত্য বুলি জনাইছে ৰাখীয়ে। তেওঁ কয় যে- এয়া একেবাৰেই সত্য়। মই পাকিস্তানৰ লাহৌৰত আছো। হানিয়া এতিয়া মহাতাৰকা। তেওঁৰ সৈতে কিছু কাম আছে। ডোডি আৰু মোৰ বহু দিনৰ বন্ধুত্ব সম্পৰ্ক। তেওঁ মোক বিবাহৰ প্ৰস্তাৱ দিছে। মোৰো ভালেই লাগিছে। ময়ো পাকিস্তানৰ বোৱাৰী হোৱাৰ কথাই ভাৱিছো।

ৰাখিয়ে লগতে কয়- ডোডি মোৰ প্ৰেম। আমি পৰস্পৰে পৰস্পৰক ভালপাওঁ। তেওঁ পাকিস্তানী আৰু মই ভাৰতীয়। আমাৰ বিয়া সম্পূৰ্ণ ভালপোৱাৰে পৰিবেষ্টিত হৈ থাকিব। ছচিয়েল মিডিয়াত এই মন্তব্য় ভাইৰেল হোৱাৰ পাছতেই বহুতে ৰাখীৰ এই দাবীক লৈ সন্দেহো প্ৰকাশ কৰিছে। প্ৰচাৰৰ আওঁতালৈ আহিবলৈকে ৰাখীয়ে এই কথা কোৱা বুলি বহুজনে দাবীও কৰিছে।

কিন্তু ৰাখীয়ে প্ৰচাৰৰ বাবে কোৱা বুলি ধাৰণা কৰিলেও ডোডিৰ ছচিয়েল মিডিয়া হেণ্ডেল দেখি বহুজনে এই কথা সঁচা বুলিও ধাৰণা কৰিছে। ডোডিয়েও শ্বেয়াৰ কৰিছে এটা বিশেষ ভিডিঅ। সেই ভিডিঅত ৰাখীয়ে ডোডিক মুকলিকৈ বিবাহৰ প্ৰস্তাৱ দিছে। ৰাখীয়ে কৈছে- বৰযাত্ৰী লৈ ভাৰত আহিবা নে ডুবাই? তোমাক ভালপাওঁ। ডোডি অভিনেতা আৰু প্ৰযোজক হিচাপে পাকিস্তানত খুবেই জনপ্ৰিয়। ইয়াৰোপৰি পেছাত তেওঁ এগৰাকী আৰক্ষী বিষয়াও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

September 26, 2026
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?
জীৱনশৈলী

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

September 26, 2026
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
LIFT দিয়াৰ অজুহাতত অপকৰ্ম
অপৰাধ

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

September 26, 2026
Next Post
পিতৃ-মাতৃৰ বিবাহবিচ্ছেদেই একোটা শিশুৰ ষ্ট্ৰোকৰ সম্ভাৱনা বঢ়াই , গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

পিতৃ-মাতৃৰ বিবাহবিচ্ছেদেই একোটা শিশুৰ ষ্ট্ৰোকৰ সম্ভাৱনা বঢ়াই , গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

চিমেণ্ট ফেক্টৰীত অতিকে শোকাৱহ দুৰ্ঘটনা, নিৰ্মাণাধীন ছাঁদ খহি ৫ নিহত, ৫০ আহত

চিমেণ্ট ফেক্টৰীত অতিকে শোকাৱহ দুৰ্ঘটনা, নিৰ্মাণাধীন ছাঁদ খহি ৫ নিহত, ৫০ আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.