• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃ-মাতৃৰ বিবাহবিচ্ছেদেই একোটা শিশুৰ ষ্ট্ৰোকৰ সম্ভাৱনা বঢ়াই , গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

পিতৃ-মাতৃৰ বিবাহবিচ্ছেদেই একোটা শিশুৰ ষ্ট্ৰোকৰ সম্ভাৱনা বঢ়াই , গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

2 years ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

6 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

6 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

7 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

8 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

8 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

9 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

9 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

11 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

11 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

12 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

13 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পিতৃ-মাতৃৰ বিবাহবিচ্ছেদেই একোটা শিশুৰ ষ্ট্ৰোকৰ সম্ভাৱনা বঢ়াই , গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

পিতৃ-মাতৃৰ বিবাহবিচ্ছেদেই একোটা শিশুৰ ষ্ট্ৰোকৰ সম্ভাৱনা বঢ়াই , গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

editor by editor
January 30, 2025
in জীৱনশৈলী, স্বাস্থ্য
0
পিতৃ-মাতৃৰ বিবাহবিচ্ছেদেই একোটা শিশুৰ ষ্ট্ৰোকৰ সম্ভাৱনা বঢ়াই , গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
0
SHARES
169
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৰুতেই পিতৃ মাতৃৰ বিবাহবিচ্ছেদৰ সাক্ষী যিসকল হৈছে তেওঁলোকৰ মাজত ষ্ট্ৰোকৰ আশংকা বেছি বুলি এক গৱেষণাত প্ৰকাশ পাইছে তথ্য। বিজ্ঞানীৰ দাবী, বয়স ১৮ হোৱাৰ পূৰ্বে যিসকলে পিতৃ-মাতৃৰ বিবাহবিচ্ছেদৰ সাক্ষী হৈছে তেওঁলোকে পৰবৰ্তী জীৱনত ষ্ট্ৰোকত আক্ৰান্ত হব পাৰে। তেওঁলোকৰ ষ্ট্ৰোকৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা ৬০শতাংশতকৈ বেছি। প্লাছ ৱান জাৰ্নেলৰ গৱেষণাপত্ৰত প্ৰকাশ পাইছে তথ্য।

৬৫বা তাতোকৈ বেছি বছৰৰ প্ৰায় ১৩০০০ মানুহক লৈ গৱেষণা চলাইছে বিজ্ঞানীয়ে। তাত দেখা গৈছে যে বয়স ১৮ হোৱাৰ পূৰ্বে যিসকলৰ পিতৃ-মাতৃৰ বিবাহবিচ্ছেদ ঘটিছিল তেওঁলোকৰ ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ আশংকা অন্যসকলৰ তুলনাত ৬০শতাংশতকৈ বেছি। ইয়াৰ পূৰ্বে অৱসাদ, ডায়বেটিছ, সামাজিকভাৱে বিচ্ছিন্ন হৈ পৰাক ষ্ট্ৰোকৰ কাৰণ হিচাপে চিহ্নিত কৰিছিল বিজ্ঞানীয়ে। সৰুতে পোৱা ট্ৰমা বা আঘাত, মাতৃ-পিতৃৰ সম্পৰ্কৰ খেলিমেলিয়ে শিশু মনত মানসিক চাপ পেলোৱা বিষয়টোও ষ্ট্ৰোকৰ কাৰণ হিচাপে চিহ্নিত কৰা হৈছে।

মস্তিষ্কৰ কিছু অংশত তেজৰ সৰবৰাহ বন্ধ হৈ গলে অথৱা মস্তিষ্কৰ কোনো অংশৰ ৰক্তনলী ফাটি গলে ষ্ট্ৰোক হয়। যি কোনো কাৰণতেই নহওক কিয়, ষ্ট্ৰোক হলে মস্তিষ্ক ক্ষতিগ্ৰস্থ হয় আৰু তাৰ পৰা মৃত্যু পৰ্যন্ত হব পাৰে। ষ্ট্ৰোকৰ পাছতেই মস্তিষ্কৰ দীৰ্ঘম্যাদি ক্ষতিও হয়। ইয়াৰ ফলত শাৰীৰিকভাৱে অক্ষমো হৈ পৰে একোজন ব্যক্তি। আৰু বহুতৰে মৃত্যু পৰ্যন্ত হব পাৰে।

এই বিষয়ক নৈ ইউনিভাৰ্ছিটি অফ টৰণ্টোৰ গৱেষক এছ মি ফুলাৰ টমছনে কয়, যি সমস্ত প্ৰাপ্তবয়স্ক বিবাহবিচ্ছিন্ন পিতৃ মাতৃৰ সান্নিধ্যত ডাঙৰ হৈছে তেওঁলোকৰ মাজত ষ্ট্ৰোকৰ আশংকা ৬০শতাংশতকৈ বেছি। সৰুতে যিসকলে শাৰীৰিক নিৰ্যাতন বা যৌন নিৰ্যাতনৰ স্বীকাৰ হৈছে তেওঁলোকৰ মাজতো ষ্ট্ৰোকৰ আশংকা বেছি।

গৱেষক এছমিৰ মতে ডায়বেটিছৰ দৰে অন্য কাৰণসমূহৰ দৰে পিতৃ মাতৃৰ বিচ্ছেদৰ সাক্ষী হোৱাৰ অভিজ্ঞতাও ষ্ট্ৰোকৰ অন্যতম নেপথ্য কাৰণ। ষ্ট্ৰোকৰ উপসৰ্গসমূহো দাঙি ধৰিছে বিজ্ঞানীগৰাকীয়ে।

১. হঠাৎ মুখ, হাত, ভৰি বা শৰীৰৰ এফাল অসাৰ হৈ গলে অথবা দুৰ্বল অনুভৱ কৰা।

২. হঠাৎ যদি বিভ্ৰান্ত হৈ পৰে, কথা কোৱাত সমস্যা হয় তেতিয়াও বুজিব এয়া ষ্ট্ৰোকৰ জাননী।

৩. হঠাৎ যদি চকু টিপিয়াবলৈ অসুবিধা হয় বা চকু স্থবিৰ হৈ পৰে।

৪. খোজ কাঢ়িবলৈ গৈ হঠাৎ মূৰ ঘূৰাই যোৱা, বেলেন্স ৰাখিব নোৱৰা।

৫.  কোনো কাৰণ অবিহনেই তীব্ৰ মূৰৰ বিষ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?
জীৱনশৈলী

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

September 23, 2026
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

September 23, 2026
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?
জীৱনশৈলী

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

September 23, 2026
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?
জীৱনশৈলী

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

September 23, 2026
Next Post
চিমেণ্ট ফেক্টৰীত অতিকে শোকাৱহ দুৰ্ঘটনা, নিৰ্মাণাধীন ছাঁদ খহি ৫ নিহত, ৫০ আহত

চিমেণ্ট ফেক্টৰীত অতিকে শোকাৱহ দুৰ্ঘটনা, নিৰ্মাণাধীন ছাঁদ খহি ৫ নিহত, ৫০ আহত

যাত্ৰী ভৰ্তি বিমান আৰু সেনাৰ হেলিকপ্টাৰ মাজত ভয়ংকৰ সংঘৰ্ষ, হোৱাইট হাউছৰ সমীপতে সংঘটিত

যাত্ৰী ভৰ্তি বিমান আৰু সেনাৰ হেলিকপ্টাৰ মাজত ভয়ংকৰ সংঘৰ্ষ, হোৱাইট হাউছৰ সমীপতে সংঘটিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.