• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি শ্ৰৱণা নক্ষত্ৰলৈ আহিব বুধ, যুৱৰাজ গ্ৰহৰ প্ৰভাৱত কেৰিয়াৰত উন্নতি এই ৩ৰাশিৰ জাতকৰ

আজি শ্ৰৱণা নক্ষত্ৰলৈ আহিব বুধ, যুৱৰাজ গ্ৰহৰ প্ৰভাৱত কেৰিয়াৰত উন্নতি এই ৩ৰাশিৰ জাতকৰ

2 years ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

6 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

6 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

6 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

7 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

7 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

7 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

8 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

8 hours ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

8 hours ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

9 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

11 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি শ্ৰৱণা নক্ষত্ৰলৈ আহিব বুধ, যুৱৰাজ গ্ৰহৰ প্ৰভাৱত কেৰিয়াৰত উন্নতি এই ৩ৰাশিৰ জাতকৰ

আজি শ্ৰৱণা নক্ষত্ৰলৈ আহিব বুধ, যুৱৰাজ গ্ৰহৰ প্ৰভাৱত কেৰিয়াৰত উন্নতি এই ৩ৰাশিৰ জাতকৰ

editor by editor
January 30, 2025
in জীৱনশৈলী
0
আজি শ্ৰৱণা নক্ষত্ৰলৈ আহিব বুধ, যুৱৰাজ গ্ৰহৰ প্ৰভাৱত কেৰিয়াৰত উন্নতি এই ৩ৰাশিৰ জাতকৰ
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ অনুসৰি বুধ হৈছে জ্ঞান, বুদ্ধি আৰু ব্য়াৱসায়িক ক্ষমতাৰ কাৰক গ্ৰহ। মানুহৰ জীৱনত সূৰ্যৰ সকলোতকৈ কাষৰ গ্ৰহৰ বিশেষ ভূমিকা আছে। এই গ্ৰহক যুৱৰাজ গ্ৰহ বুলিও কোৱা হয়। বুধৰ শুভ প্ৰভাৱত জাতকৰ কেৰিয়াৰ আৰু পঢ়াশুনাত উন্নতি কৰিব পাৰে। বৰ্তমান উত্তৰষাঢ়া নক্ষত্ৰত অৱস্থান কৰি আছে বুধে। আজি ৩০ জানুৱাৰীৰ নিশা ১০ বাজি ৯ মিনিটত উত্তৰষাঢ়া এৰি শ্ৰৱণা নক্ষত্ৰত গোচৰ কৰিব বুধে।

শ্ৰৱণা নক্ষত্ৰত বুধ

জ্যোতিষ অনুসৰি আকাশৰ মূল ২৭ টা নক্ষত্ৰৰ মাজত ২২ তম নক্ষত্ৰই হৈছে শ্ৰৱণা। এই নক্ষত্ৰৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ। চন্দ্ৰৰ ঘৰত বুধৰ অৱস্থান তিনি ৰাশিৰ জাতকৰ বাবে শুভ। তিনি ৰাশিৰ জাতকৰ চাকৰি, ব্যৱসায় অৰ্থ, বুদ্ধি আৰু ব্য়ক্তিত্বৰ ওপৰত প্ৰভাৱ পেলাব বুধে। এই সময়ৰ ভিতৰত তিনি ৰাশিৰ জাতকৰ জীৱনত সকলো ক্ষেত্ৰতে দুৰ্দান্ত লাভ আহিব। জানি থওক শ্ৰৱণা নক্ষত্ৰত বুধৰ গোচৰৰ ফলত লাভৱান হব কোন কোন ৰাশিৰ জাতক?

বৃষ ৰাশি

শ্ৰৱণা নক্ষত্ৰত বুধৰ গোচৰত লাভৱান হব বৃষ ৰাশিৰ জাতক। এই সময়ত সকলো কামতেই ভাগ্যৰ সংগ পাব। সাহিত্য ৰচনা আৰু শিক্ষকতাৰ সৈতে যিসকল যুক্ত তেওঁলোকে কেৰিয়াৰত ডাঙৰ সাফল॥ লাভ কৰিব। কৰ্মসূত্ৰে কৰোবালৈ যাত্ৰা কৰিব পাৰে। এই সময়ত আপুনি ডাঙৰ সাফল্য অৰ্জন কৰিব। ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত ভাল ফল পাব। নিজৰ লক্ষ্য পূৰণ কৰিব পাৰে।

কৰ্কট ৰাশি

অংশীদাৰিত্বৰ ব্যৱসায়ত ডাঙৰ সাফল্য লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে। যিসকলে বিদেশী কোম্পানীৰ সৈতে যুক্ত তেওঁলোকে শ্ৰৱণা নক্ষত্ৰৰ প্ৰভাৱত ডাঙৰ মুনাফা অৰ্জন কৰিব পাৰিব। এই সময়ত বিদেশ যাত্ৰা কৰাৰো যোগ আছে। জীৱনত নতুন সুখ আহিব। বুধৰ প্ৰভাৱত আপোনাৰ ব্যক্তিত্বৰ বিকাশ ঘটিব। বুদ্ধি আৰু আত্মবিশ্বাসেৰে তুংগত থাকিব কৰ্কট ৰাশিৰ জাতক।

সিংহ ৰাশি

বুধৰ গোচৰৰ প্ৰভাৱত জীৱনত সকলো ক্ষেত্ৰতেই লাভৱান হব সিংহ ৰাশিৰ জাতক। বিশেষকৈ আৰ্থিকভাৱে ডাঙৰ সাফল্য লাভ কৰিব আপুনি। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা পাব। নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰিব পাৰিব। ব্যৱসায়ীসকলে এই সময়ত লাভৱান হব। কৰোবাত বিনিয়োগ কৰিলে ভাল ফল পাব। আপোনাৰ ব্যক্তিত্বলৈ পজিটিভ পৰিবৰ্তন আহিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

August 19, 2026
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!
বাণিজ্য

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

August 19, 2026
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?
জীৱনশৈলী

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

August 19, 2026
Next Post
মোৰ হৃদয় ভাঙি গৈছে…! মহাকুম্ভত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ পৰিয়াললৈ যোগীৰ ২৫লাখকৈ আৰ্থিক সাহাৰ্য্য

মোৰ হৃদয় ভাঙি গৈছে...! মহাকুম্ভত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ পৰিয়াললৈ যোগীৰ ২৫লাখকৈ আৰ্থিক সাহাৰ্য্য

পাকিস্তানী অভিনেতাৰ প্ৰেমত পৰিছে ৰাখী স্বাৱন্ত, বিবাহলৈকে আগবাঢ়িল কথা! ৰাখী পাকিস্তানৰ বোৱাৰী হ’ব কেতিয়া?

পাকিস্তানী অভিনেতাৰ প্ৰেমত পৰিছে ৰাখী স্বাৱন্ত, বিবাহলৈকে আগবাঢ়িল কথা! ৰাখী পাকিস্তানৰ বোৱাৰী হ'ব কেতিয়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.