• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধ-শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, মাহৰ শেষৰ পৰাই ৫ৰাশিৰ ‘আচ্ছে দিন’

বুধ-শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, মাহৰ শেষৰ পৰাই ৫ৰাশিৰ ‘আচ্ছে দিন’

9 months ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

5 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

5 hours ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

6 hours ago
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

6 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

7 hours ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

7 hours ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

9 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

9 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

10 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

10 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

11 hours ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধ-শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, মাহৰ শেষৰ পৰাই ৫ৰাশিৰ ‘আচ্ছে দিন’

বুধ-শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, মাহৰ শেষৰ পৰাই ৫ৰাশিৰ আচ্ছে দিন

editor by editor
December 16, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বুধ-শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, মাহৰ শেষৰ পৰাই ৫ৰাশিৰ ‘আচ্ছে দিন’
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ গণনা অনুসৰি ৩০ ডিচেম্বৰত বুধ আৰু শনি গ্ৰহই এটাই আনটোৰ ওপৰত ৯০ ডিগ্ৰি কোণত অৱস্থান কৰিব৷ এই অৱস্থাত বুধ শনিৰ কেন্দ্ৰ দৃষ্টি যোগ তৈয়াৰ হব৷ জ্যোতিষশাস্ত্ৰত এই যোগক বিচাৰ, নিৰ্ণয়, অনুশাসন আৰু কৰ্মৰ সৈতে যুক্ত বুলি বিবেচনা কৰা হয়৷ এই বুধ শনিৰ কেন্দ্ৰ দৃষ্টি যোগে ৫ ৰাশিৰ জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনিব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ বাবে এই যোগে আৰ্থিক ক্ষেত্ৰত ভাৰসাম্য আৰু বুজাপৰা কঢ়িয়াই আনিব৷ খৰচৰ ওপৰত নিয়ন্ত্ৰণ আহিব আৰু বিনিয়োগ সংক্ৰান্তিয় সিদ্ধান্ত লাভদায়ক প্ৰমাণিত হব৷ পাৰিবাৰিক গোচৰত স্থিৰতা আৰু সকলোবোৰ বুজাবুজিৰে আগুৱাব৷ সকলো চিন্তাৰ পৰা মুক্তি পাব৷

মিথুন ৰাশি

বুধ মিথুনৰ অধিপতি৷ ইয়াৰ বাবে এই যোগ মিথুন ৰাশিৰ জাতকৰ বাবে সকলোতকৈ লাভদায়ক প্ৰমাণিত হব৷ এই সময়ত ব্যৱসায়, সঞ্চয়, লেখামেলা আৰু মিডিয়াৰ সৈতে যুক্ত মানুহৰ লাভ হব৷ দীৰ্ঘ সময় ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হব৷ আৰ্থিক ক্ষেত্ৰত পৰিস্থিতি স্বাভাৱিক হব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ ওপৰত বুধৰ বিশেষ প্রভাৱ থাকে৷ বুধ শনিৰ কেন্দ্ৰ দৃষ্টি যোগ কন্যা ৰাশিৰ কেৰিয়াৰত স্থিৰতা আৰু দায়িত্বৰ পদ পাব পাৰে৷ পৰিশ্ৰমৰ ফল পাব আৰু চাকৰিয়াল মানুহৰ পদোন্নতি বা নতুন দায়িত্ব পাব পাৰে৷

মকৰ ৰাশি

শনিৰ অধিপতি স্বামী মকৰ ৰাশি৷ এই যোগৰ ফলত কৰ্ম আৰু অনুশাসন আহিব এই ৰাশিৰ৷ দীৰ্ঘ সময় ধৰি কৰা প্ৰচেষ্টা এইবাৰ সফল হব৷ অৰ্থ, সঞ্চয়, সম্পত্তি আৰু ভৱিষ্যতে সফলতা পোৱাৰ সম্ভাৱানা আছে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ ওপৰত শনিৰ প্রভাৱ থাকে৷ বুধ-শনিৰ এই যোগ কুম্ভ ৰাশিৰ জাতকৰ বাবে ৰণনৈতিক চিন্তাভাৱনা আৰু সঠিক সিদ্ধান্ত লোৱাত সহায়ক হব৷ ব্যৱসায়ত নতুন পৰিকল্পনা কৰিলে সফল হব৷ তথ্যপ্ৰযুক্তিৰ সৈতে যুক্ত মানুহে বিশেষ লাভ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক
স্বাস্থ্য

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

September 7, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

September 7, 2026
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!
বাণিজ্য

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

September 7, 2026
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ
জীৱনশৈলী

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

September 7, 2026
Next Post
২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ...

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.