• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

10 months ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

18 minutes ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

1 hour ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

2 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

2 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

3 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

4 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

4 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

5 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

6 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

8 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

editor by editor
December 16, 2025
in ক্ৰীড়া, বিনোদন, বিশ্ব, ভাৰত
0
২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…
0
SHARES
420
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

ক্ৰিকেটৰ চুটি পৰ্বৰ মহাৰণ মানেই যেন বৰ্তমানে ক্ৰিকেট বলিয়াৰ মনত আই পি এলৰ নাম। এতিয়া ক্ৰিকেট অনুৰাগীৰ অপেক্ষা ২০২৬ৰ আই পি এললৈ। তাকে লৈ ইতিমধ্য়ে আৰম্ভ হৈছে ক্ৰয়-বিক্ৰয় পৰ্ব। বহু খেলৱৈ বিক্ৰী নযোৱাকৈ থকাৰ বিপৰীতে কেইবাগৰাকী খেলুৱৈ অবিশ্বাস্য ভাৱে শকত ধনৰ বিনিময়ত দলত প্ৰৱেশ।

২০২৬ বৰ্ষৰ আই পি এললৈ লক্ষ্য ৰাখি বৰ্তমানলৈ বিক্ৰী যোৱা আৰু বিক্ৰী নোযোৱা খেলুৱৈৰ তালিকা এনেধৰণৰ –

ডেভিড মিলাৰ- ভিত্তি মূল্য ২ কোটি- দিল্লী কেপিটেলছৰ ক্ৰয় ২ কোটি টকাত
কেমেৰণ গ্ৰীণ- ভিত্তি মূল্য ২ কোটি- কলকাটা নাইট ৰাইডাৰ্ছৰ ক্ৰয় ২৫.২০ কোটি টকাত
ৱানিন্দু হাছাৰংগা- ভিত্তি মূল্য ২ কোটি- লক্ষ্ণৌ ছুপাৰ জায়েণ্টে ক্ৰয় কৰে ২ কোটিত
ভেকটেছ আয়াৰ- ভিত্তি মূল্য ২ কোটি – ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুৱে ক্ৰয় কৰে৭ কোটিত
কুইণ্টন ডি কুক- ভিত্তি মূল্য ১ কোটি- মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰে ১ কোটিত
বেন ডাকেট- ভিত্তি মূল্য ২ কোটি- দিল্লী কেপিটেলছৰ ক্ৰয় ২ কোটিত
ফিন এল্লেন- ভিত্তি মূল্য ২ কোটি- কলকাটা নাইট ৰাইডাৰ্ছৰ ক্ৰয় ২ কোটিত
জেকব ডাফী- ভিত্তি মূল্য ২ কোটি , আই চি বিৰ ২ কোটিত ক্ৰয়
মথীশ্বা পাথীৰাণা- ভিত্তি মূল্য ২ কোটি, কে কে আৰৰ ১৮ কোটিত ক্ৰয়
এনৰিক নৰট্জে – ভিত্তি মূল্য ২ কোটি, এল এছ জিৰ ২ কোটিত ক্ৰয়
ৰবি বিষ্ণোই- ভিত্তি মূল্য ২ কোটি, আৰ আৰৰ ৭.২০ কোটিত ক্ৰয়
আকিল হুছেইন- ভিত্তি মূল্য ২ কোটি, চি এছ কেৰ ২ কোটিত ক্ৰয়
আকিব ডাৰ- ভিত্তি মূল্য ৩০ লাখ, ডি চিৰ ৮.৪০ কোটিত ক্ৰয়
প্ৰশান্ত বীৰ- ভিত্তি মূল্য ৩০ লাখ, চি এছ কেৰ ১৪.২০ কোটিত ক্ৰয়
শিৱংগ কুমাৰ- ভিত্তি মূল্য ৩০ লাখ, এছ আৰ এইছৰ ৩০ লাখত ক্ৰয়
কাৰ্তিক শৰ্মা- ভিত্তি মূল্য ৩০ লাখ, চি এছ কেৰ ১৪.২০ কোটিত ক্ৰয়
মুকুল চৌধুৰী – ভিত্তি মূল্য ৩০ লাখ, এল এছ জিৰ ২.৬০ কোটিত ক্ৰয়
তেজস্বী সিং- ভিত্তি মূল্য ৩০ লাখ,কে কে আৰৰ ৩ কোটিত ক্ৰয়
অশোক শৰ্মা – ভিত্তি মূল্য ৩০ লাখ, জি টিৰ ৯০ লাখত ক্ৰয়

ইয়াৰ বাহিৰে – জেক ফ্ৰাছাৰ , পৃথ্বী শ্বো, ডিভন কনৱে, ছৰফৰাজ খান, গাছ এটকিনছন, ৰছিন ৰবিন্দ্ৰ, লিয়াম লিভিংটন, ৱিয়ান মালদেৰ, দীপক হুদা, কে এছ ভাৰত, ৰহমানউল্লাহ গুৰবাজ, জনী বেৰিষ্ট’, জেমি স্মিথ,মেট হেনৰী, আকাশ দ্বীপ, শিৱম মাভী, স্পেনছাৰ জনছন, ফেজেলহক ফাৰুকী, ৰাহল চহৰ, মহেশ থিকচানা, মুজিব উৰ ৰহমান, অথৰ্ব টাইড, অলমোলপ্ৰীট সিং, অভিনৱ তেজৰাণা, অভিনৱ মনোহৰ, য়শ ধুল, আৰ্যা দেশাই, বিজয় শংকৰ, ৰাজবৰ্ধন হাংগাৰ্গেকৰ, মহিপাল লোমৰোৰ, ইডেল আপেল টম, তনুশ কোটেইন, কমলেশ নাগৰকোটি , শনভীৰ সিং ৰুচিত আহিৰ, বানছ বেদী, তুশাৰ ৰাহেজা, ৰাজ লিম্বানী বিক্ৰী নোহোৱাকৈ থকা খেলুৱৈ।

উল্লেখ্য যে, এইয়া আছিল আই পি এল ২০২৬ৰ মিনি নিলাম । আবুধাবিত অনুষ্ঠিত হোৱা আই পি এল ২০২৬ ৰ এই মিনি নিলাম দিনৰ ২:৩০ বজাৰ পৰা আৰম্ভ হয়। এই নিলামত মুঠ ৭৭জন খেলুৱৈক আই পি এলৰ ১০টা দলে চুক্তিবদ্ধ কৰাৰ সুবিধা লাভ কৰে।

এই নিলামত অষ্ট্ৰেলিয়াৰ কেমেৰন গ্ৰীণক কলকাটা নাইট ৰাইডাৰ্চে সৰ্বাধিক ২৫.২০ কোটি টকাত ক্ৰয় কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: iplIPL 2026IPL Auction 2026IPL. IPL 2026MINI Auction
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ
নিয়োগ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

October 5, 2026
Next Post
ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.