• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০০ বছৰৰ পাছত একেলগে মাৰ্গী হ’ব বুধ আৰু শনি, বিৰল যোগত সোণৰ দৰে চমকিব ৩ৰাশিৰ ভাগ্য

৫০০ বছৰৰ পাছত একেলগে মাৰ্গী হ’ব বুধ আৰু শনি, বিৰল যোগত সোণৰ দৰে চমকিব ৩ৰাশিৰ ভাগ্য

11 months ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

32 minutes ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

58 minutes ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

1 hour ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

3 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

4 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

6 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

6 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

15 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

15 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

16 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

16 hours ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫০০ বছৰৰ পাছত একেলগে মাৰ্গী হ’ব বুধ আৰু শনি, বিৰল যোগত সোণৰ দৰে চমকিব ৩ৰাশিৰ ভাগ্য

৫০০ বছৰৰ পাছত একেলগে মাৰ্গী হ’ব বুধ আৰু শনি, বিৰল যোগত সোণৰ দৰে চমকিব ৩ৰাশিৰ ভাগ্য

editor by editor
November 19, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
৫০০ বছৰৰ পাছত একেলগে মাৰ্গী হ’ব বুধ আৰু শনি, বিৰল যোগত সোণৰ দৰে চমকিব ৩ৰাশিৰ ভাগ্য
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি বক্ৰী চলন আৰম্ভ হ’লেই তেতিয়া তাৰ প্ৰভাৱ নানান ভাৱে লক্ষ্য কৰা যায়৷ আৰু সেই গ্ৰহই বক্ৰীদশা এৰি মাৰ্গী হ’লে তাৰ প্ৰভাৱ দেশ দুনীয়া আৰু বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত পৰে৷ আৰু কেইবাদিনৰ ভিতৰত দুটা গুৰুত্বপূৰ্ণ গ্ৰহই একেলগে বক্ৰীদসা এৰি মাৰ্গী হ’ব৷ এই দুই গ্ৰহ হৈছে বুধ আৰু শনি৷ ৫০০ বছৰৰ পাছত এই দুই গ্ৰহই একেলগে বক্ৰী চলন এৰি মাৰ্গী হ’ব৷

বুধ আৰু শনিৰ চলন

বৈদিক জ্যোতিষত বুধক যুৱৰাজ গ্ৰহ বুলি কোৱা হয়৷ এই গ্ৰহ বাকশক্তি, জ্ঞান, বুদ্ধি আৰু ব্যৱসায় বুদ্ধিৰ ওপৰত প্রভাৱ বিস্তাৰ কৰে৷ সূৰ্যৰ সকলোতকৈ কাষৰ এই গ্ৰহে প্ৰায় প্ৰতিমানে নিজৰ অৱস্থান পৰিবৰ্তন কৰে৷ অন্যহাতে শনি হৈছে সকলোতকৈ ধীৰ গ্ৰহ৷ এটা এটা ৰাশিত এই গ্ৰহই আঢ়ৈ বছৰ অৱস্থান কৰে আৰু সমগ্ৰ ৰাশিচক্ৰ ঘুৰি আহিবলৈ শনিৰ ৩০ বছৰ সময় লাগে৷

বুধ আৰু শনিৰ বৰ্তমান অৱস্থান

বৰ্তমান বুধ আছে বৃশ্চিক ৰাশিত৷ আগন্তুক ২৩ নৱেম্বৰ বুধে বৃশ্চিক এৰি তুলা ৰাশিত প্ৰৱেশ কৰিব৷ আগন্তুক ২৯ নৱেম্বৰত বুধে বক্ৰীদশা এৰি মাৰ্গী হ’ব৷ অন্যহাতে শনি বৰ্তমান আছে মীন ৰাশিত আৰু বক্ৰী শনি আগন্তুক ২৮ নৱেম্বৰত মাৰ্গী হ’ব৷ অৰ্থাৎ পাছৰ দুই দিনত বুধ আৰু শনিয়ে চিধা চলন আৰম্ভ কৰিব৷ ৫০০ বছৰৰ পাছত এই দুই গ্ৰহই একেলগে মাৰ্গী হ’ব৷ অৰ্থাৎ দুই দিনত বুধ আৰু শনিয়ে চিধা  চলন আৰম্ভ কৰিব৷ ৫০০ বছৰৰ পাছত এই দুই গ্ৰহই একেলগে মাৰ্গী হ’ব৷ জ্যোতিষ গণনাই কৈছে ইয়াৰ ফলত ভাল সময় আৰম্ভ হ’ব ৩ ৰাশিৰ জাতকৰ জীৱনত৷ জানি থওক তালিকাত কোন কোন আছে?

মিথুন ৰাশি

৫০০ বছৰৰ পাছত বুধ আৰু শনিয়ে একেলগে মাৰ্গী হোৱাত মিথুন ৰাশিৰ জাতকৰ জীৱনলৈ ডাঙৰ পৰিবৰ্তন আহিব৷ সকলো সমস্যাৰ অৱসান হৈ জীৱনলৈ শান্তি উভতি আহিব৷ মনৰ ওপৰত চাপ কমিব৷ কেৰিয়াৰত উন্নতিৰ গ্ৰাফ ওপৰলৈ উঠিব৷ সহকৰ্মী বা চিনিয়ৰসকলৰ সমৰ্থন পাব পাৰে৷ সংসাৰত সকলো ভুল বুজাবুজিৰ অৱসান হ’ব৷ আত্মবিশঊআস বাঢ়িব আৰু জটিল পৰিস্থিতিও আপুনি সহজে সমাধান কৰিব পাৰিব৷

মকৰ ৰাশি

বুধ আৰু শনিৰ মাৰ্গী হ’লে মকৰ ৰাশিৰ জাতকৰ জীৱনত সুখৰ সময় আৰম্ভ হব৷ অফিচত আপোনাৰ বক্তব্য আৰু মতামত সকলোৰে পছন্দ হ’ব৷ সকলো কামতেই পজিটিভ ফলাফল পাব৷ ৰৈ থকা ব্যৱসায়িক চুক্তি নতুনকৈ আৰম্ভ কৰিব পাৰে৷ ব্যক্তিগত সম্পৰ্কৰ মাজত দূৰত্ব কমি মানসিকভাৱে কাষ চাপিব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ ৰৈ থকা ধন উভতাই পাব৷ মানসিকভাৱে সুখী থাকিব আপুনি৷

কুম্ভ ৰাশি

শনি আৰু বুধৰ চিধা চলনৰ গভীৰ প্ৰভাৱ পৰিব কুম্ভ ৰাশিৰ জাতকৰ জীৱনত৷ এই দুই গ্ৰহ মাৰ্গী হ’লে আপোনাৰ জীৱনলৈ খুবেই ভাল সময় আৰম্ভ হব৷ কামৰ প্ৰতি মনোযোগ বাঢ়িব৷ সকলো কামত পৰিকল্পনামতে আগবাঢ়িব৷ কেৰিয়াৰত উন্নতি হ’ব৷ স্বাস্থ্য পূৰ্বতলৈ ভাল হ’ব৷ নতুন চাকৰি পাব পাৰে৷ বিদেশৰ পৰাও চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে৷ উচ্চশিক্ষাত সাফল্য পাব৷ মনত শান্তি থাকিব৷ জীৱনলৈ স্থিতিশীলতা আহিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক
জীৱনশৈলী

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

October 5, 2026
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়
বাণিজ্য

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

October 5, 2026
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!
বাণিজ্য

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

October 5, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

October 5, 2026
Next Post
বৃহস্পতিৰ প্ৰিয় এই ৩ৰাশি সকলোতকৈ লাকী! দেৱগুৰুৰ কৃপাত জীৱনজুৰি সুখ, সমৃদ্ধি লাভ কৰে কোন কোন ৰাশিৰ জাতকে?

বৃহস্পতিৰ প্ৰিয় এই ৩ৰাশি সকলোতকৈ লাকী! দেৱগুৰুৰ কৃপাত জীৱনজুৰি সুখ, সমৃদ্ধি লাভ কৰে কোন কোন ৰাশিৰ জাতকে?

আদিত্য মঙ্গল ৰাজযোগেৰে আৰম্ভ হ’ব নতুন বছৰ, ২০২৬ত কোন ৪ৰাশিত ধনৰ বৃষ্টি হ’ব?

আদিত্য মঙ্গল ৰাজযোগেৰে আৰম্ভ হ’ব নতুন বছৰ, ২০২৬ত কোন ৪ৰাশিত ধনৰ বৃষ্টি হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.