• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃহস্পতিৰ প্ৰিয় এই ৩ৰাশি সকলোতকৈ লাকী! দেৱগুৰুৰ কৃপাত জীৱনজুৰি সুখ, সমৃদ্ধি লাভ কৰে কোন কোন ৰাশিৰ জাতকে?

বৃহস্পতিৰ প্ৰিয় এই ৩ৰাশি সকলোতকৈ লাকী! দেৱগুৰুৰ কৃপাত জীৱনজুৰি সুখ, সমৃদ্ধি লাভ কৰে কোন কোন ৰাশিৰ জাতকে?

7 months ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

17 minutes ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

1 hour ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

2 hours ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

3 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

16 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

16 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

17 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

17 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

18 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

21 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

22 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃহস্পতিৰ প্ৰিয় এই ৩ৰাশি সকলোতকৈ লাকী! দেৱগুৰুৰ কৃপাত জীৱনজুৰি সুখ, সমৃদ্ধি লাভ কৰে কোন কোন ৰাশিৰ জাতকে?

বৃহস্পতিৰ প্ৰিয় এই ৩ৰাশি সকলোতকৈ লাকী! দেৱগুৰুৰ কৃপাত জীৱনজুৰি সুখ, সমৃদ্ধি লাভ কৰে কোন কোন ৰাশিৰ জাতকে?

editor by editor
November 19, 2025
in জীৱনশৈলী, বিবিধ
0
বৃহস্পতিৰ প্ৰিয় এই ৩ৰাশি সকলোতকৈ লাকী! দেৱগুৰুৰ কৃপাত জীৱনজুৰি সুখ, সমৃদ্ধি লাভ কৰে কোন কোন ৰাশিৰ জাতকে?
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেৱগুৰু বৃহস্পতিৰ ৰাশিচক্ৰ পৰিবৰ্তন জ্যোতিষশাস্ত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হয়৷ বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি গুৰু বৃহস্পতিক সম্পদ, জ্ঞান, শিক্ষা, সুখ আৰু সমৃদ্ধিৰ কাৰক বুলি ধাৰণা কৰা হয়৷ যি ব্যক্তিৰ ৰাশিত বৃহস্পতিৰ শক্তিশালী অৱস্থান থাকে তেওঁলোকে কৰ্মজীৱনত উন্নতি, আৰ্থিক সমৃদ্ধি ইত্যাদিৰ দৰে বহু সুবিধা পায়৷ অন্যহাতে গুৰু বৃহস্পতিয়ে যদি কুণ্ডলীত কোনো অশুভ গ্ৰহৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া বুজিব যে বৃহস্পতি দুৰ্বল অৱস্থানত আছে৷ সেইক্ষেত্ৰত অৰ্থৰ ক্ষতি, ঘৰুৱা ঝামেলা, পেছাগত জীৱনত অসুবিধাৰ সন্মুখীন হ’ব পাৰে৷

জ্যোতিষশাস্ত্ৰত ১২ৰাশিৰ মাজত কিছু ৰাশিৰ জাতকৰ ওপৰত দেৱগুৰু বৃহস্পতিৰ বিশেষ আশীৰ্বাদ আছে৷ সকলো গ্ৰহৰ মাজত গুৰুৰ এক বিশেষ স্থান আছে৷ বৃহস্পতি ধনু আৰু মীন ৰাশিৰ অধিপতি৷ কিছু ৰাশিৰ জাতকে দেৱগুৰুৰ সকলোতকৈ প্ৰিয়৷ জানি থওক কোন ৰাশিৰ জাতকৰ ওপৰত দেৱগুৰু বৃহস্পতিৰ বিশেষ আশীৰ্বাদ আছে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ নেতৃত্ব, সাহস আৰু সৃজনশীলতাৰ দৰে সহজাত গুণাৱলী আছে৷ এই ৰাশিৰ শাসক গ্ৰহ সূৰ্যই তেওঁলোকক নেতৃত্বৰ গুণাবলী প্ৰদান কৰে৷ নীতি, ন্যায়বিচাৰ আৰু নৈতিকতাৰ মাধ্যমেৰে বৃহস্পতিয়ে এই গুণাৱলী বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সিংহ ৰাশিৰ জাতকে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিব পাৰে আৰু যথেষ্ট সম্পদ অৰ্জন কৰিব পাৰে৷ শিক্ষা আৰু কৰ্মজীৱনত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিব৷ তেওঁলোকৰ সামাজিক অৱস্থান বৃদ্ধি কৰিব৷ ব্যৱসায়ত অংশীদাৰিত্ব লাভজনক প্ৰমাণিত হ’ব৷

কৰ্কট ৰাশি

জ্যোতিষশাস্ত্ৰ অনুসৰি বৃহস্পতি এই ৰাশিত সকলোতকৈ শক্তিশালী৷ এটা কথা স্পষ্ট যে বৃহস্পতিয়ে সৰ্বদা এই ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰীৰ ওপৰত তেওঁৰ আশীৰ্বাদ বৰ্ষণ হ’ব৷ সকলোতকৈ কঠিন সমস্যাসমূহ দূৰ কৰি ওলাই আহিব পাৰে৷ প্ৰচুৰ সম্পদ অৰ্জন কৰিবলৈ সক্ষম হব৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতি আৰু নতুন দায়িত্ব পাব পাৰে৷ পৰিয়ালত বিবাহ বা সন্তানৰ জন্মপ দৰে সুসংবাদ আহিব৷ বিনিয়োগ লাভজনক প্ৰমাণিত হব৷

ধনু ৰাশি

এই ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰী জাতকে ন্যায়পৰায়ণ, যুক্তিবাদী, সৃজনশীল আৰু স্বাধীনচেতীয়া৷ কাৰণ এই ৰাশিৰ অধিপতি বৃহস্পতি সূৰ্য৷ এই ৰাশিৰ জাতকে সৰ্বদা বৃহস্পতিৰ আশীৰ্বাদপ্ৰাপ্ত হয়৷ এই ৰাশিয়ে বৃহস্পতিৰ বিশেষ কৃপা পায়৷ আৰ্থিক অৱস্তা মজবুত থাকে৷ বিদেশ ভ্ৰমণ আৰু উচ্চশিক্ষাৰ সম্ভাৱনা আছে৷ সম্পত্তি সংক্ৰান্তিয় বিষয়সমূহত লাভৱান হব৷ বিবাহিত জীৱনত সুখ আৰু সম্প্ৰীতি বৃদ্ধি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!
বিনোদন

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

June 21, 2026
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ
জীৱনশৈলী

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

June 21, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

June 21, 2026
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?
জীৱনশৈলী

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

June 21, 2026
Next Post
আদিত্য মঙ্গল ৰাজযোগেৰে আৰম্ভ হ’ব নতুন বছৰ, ২০২৬ত কোন ৪ৰাশিত ধনৰ বৃষ্টি হ’ব?

আদিত্য মঙ্গল ৰাজযোগেৰে আৰম্ভ হ’ব নতুন বছৰ, ২০২৬ত কোন ৪ৰাশিত ধনৰ বৃষ্টি হ’ব?

৩৯ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে মাতৃ হোৱাৰ পথত ৰামচৰণৰ পত্নী, ডিম্বানু সংৰক্ষণৰ পৰামৰ্শ দেশৰ মহিলালৈ কিয় দিছে ৰামচৰণৰ পত্নী উপাসনাই?

৩৯ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে মাতৃ হোৱাৰ পথত ৰামচৰণৰ পত্নী, ডিম্বানু সংৰক্ষণৰ পৰামৰ্শ দেশৰ মহিলালৈ কিয় দিছে ৰামচৰণৰ পত্নী উপাসনাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.