• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৯ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে মাতৃ হোৱাৰ পথত ৰামচৰণৰ পত্নী, ডিম্বানু সংৰক্ষণৰ পৰামৰ্শ দেশৰ মহিলালৈ কিয় দিছে ৰামচৰণৰ পত্নী উপাসনাই?

৩৯ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে মাতৃ হোৱাৰ পথত ৰামচৰণৰ পত্নী, ডিম্বানু সংৰক্ষণৰ পৰামৰ্শ দেশৰ মহিলালৈ কিয় দিছে ৰামচৰণৰ পত্নী উপাসনাই?

11 months ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

41 minutes ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

1 hour ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

2 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

2 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

4 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

4 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

6 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

7 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

15 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

16 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

16 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩৯ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে মাতৃ হোৱাৰ পথত ৰামচৰণৰ পত্নী, ডিম্বানু সংৰক্ষণৰ পৰামৰ্শ দেশৰ মহিলালৈ কিয় দিছে ৰামচৰণৰ পত্নী উপাসনাই?

৩৯ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে মাতৃ হোৱাৰ পথত ৰামচৰণৰ পত্নী, ডিম্বানু সংৰক্ষণৰ পৰামৰ্শ দেশৰ মহিলালৈ কিয় দিছে ৰামচৰণৰ পত্নী উপাসনাই?

editor by editor
November 20, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
৩৯ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে মাতৃ হোৱাৰ পথত ৰামচৰণৰ পত্নী, ডিম্বানু সংৰক্ষণৰ পৰামৰ্শ দেশৰ মহিলালৈ কিয় দিছে ৰামচৰণৰ পত্নী উপাসনাই?
0
SHARES
784
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যুৱতীসকলক ডিম্বানু সংৰক্ষণ কৰি ৰখাৰ পৰামৰ্শ দি কটাক্ষৰ চিকাৰ অভিনেতা ৰামচৰণৰ পত্নী উপাসনা কামিনেনী৷ ব্যৱসায় কৰিছে তাৰকাপত্নীয়ে বুলি অভিযোগ উঠিছে উপাসনাৰ বিৰুদ্ধে৷ শেষত এই বিষয়ক লৈ মুখ খুলিছে উপাসনাই৷ তেওঁৰ স্পষ্ট মত যে এয়া ব্যৱসায় নহয়৷ তেওঁ ক’ব বিচৰা কথাখিনিৰ উদ্দেশ্য পৃথক৷

উপাসনাই ডিম্বানু সংৰক্ষণ কিয় কৰিব লাগে সেই বিষয় বুজাবলৈ গৈ সামাজিক মাধ্যমত লিখিছে- সামাজিক চাপত নহয় কেৱল ভালপাই বিয়া কৰোৱাৰ সিদ্ধান্ত লোৱাটো এগৰাকী মহিলাৰ বাবে অপৰাধ নেকি? সঠিক সংগী নোপোৱা পৰ্যন্ত অপেক্ষা কৰাটো অপৰাধ নেকি? নিজৰ সুবিধামতে সময় মিলাই সন্তান ধাৰণ কৰাটো ভুল সিদ্ধান্ত নেকি? কেৱল বিবাহ সন্তানৰ কথা ভাৱি নিজৰ কেৰিয়াৰ ধ্বংস কৰি দিয়াটো সঠিক সিদ্ধান্ত নেকি?’

ডিম্বানু সংৰক্ষণ এই কথা কোৱাৰ পাছতেই উপাসনাৰ বিবাহৰ বয়সক লৈয়ো একাংশই কটাক্ষ কৰিছে৷ তাৰো জৱাব দিছে তাৰকাপত্নীয়ে৷ উপাসনাই কয়, ‘তেওঁ ভালপোৱা ব্যক্তিজনক ২৭ বছৰ বয়সত বিয়া কৰাইছে৷ তেওঁ এই সিদ্ধান্ত নিজৰ ইচ্ছাতেই লৈছিল৷ ইয়াৰ পাছত ২৯ বছৰ বয়সত তেওঁ নিজৰ ব্যক্তিগত আৰু স্বাস্থ্যৰ কথা ভাৱি ডিম্বানু সংৰক্ষণৰ সিদ্ধান্ত লয়৷

তেওঁ এইবিষয়ে কয়, ‘এই বিষয়ক লৈ মই খুলাখুলিকৈ কথা পাতিছো এটা কাৰণতেই যাতে মহিলাসকল উৎসাহিত হয়৷ মোৰ প্ৰথম সন্তান জন্ম হৈছে ৩৬ বছৰ বয়সত৷ এতিয়া ৩৯ বছৰ বয়সত মই যমজ সন্তানৰ বাবে অপেক্ষাত আছো৷’ তেওঁ উল্লেখ কৰে যে এই ডিম্বানু সংৰক্ষণ তেওঁ পাৰিবাৰিক হাস্পতালত কৰা নাই৷ তেওঁৰ মতে কোনো মহিলাই কেতিয়া বিয়া কৰাব, কেতিয়া সন্তানধাৰণ কৰিব এই সিদ্ধান্ত লোৱাটো তেওঁৰ ব্যক্তি অধিকাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক
জীৱনশৈলী

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

October 5, 2026
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়
বাণিজ্য

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

October 5, 2026
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!
বাণিজ্য

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

October 5, 2026
Next Post
আলঝাইমাৰ্ছৰ নতুন ঔষধ আহিছে দেশত, প্ৰতিমাহত এটাকৈ ইঞ্জেকছন ল’লেই দূৰ হ’ব পাহৰি যোৱাৰ সমস্যা

আলঝাইমাৰ্ছৰ নতুন ঔষধ আহিছে দেশত, প্ৰতিমাহত এটাকৈ ইঞ্জেকছন ল’লেই দূৰ হ’ব পাহৰি যোৱাৰ সমস্যা

২০২৬ চনত এই গ্ৰহসমূহে ৰাশি পৰিবৰ্তন কৰিব, সাৱধানে থাকক, এই ৩ৰাশি আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব

২০২৬ চনত এই গ্ৰহসমূহে ৰাশি পৰিবৰ্তন কৰিব, সাৱধানে থাকক, এই ৩ৰাশি আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.