• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আলঝাইমাৰ্ছৰ নতুন ঔষধ আহিছে দেশত, প্ৰতিমাহত এটাকৈ ইঞ্জেকছন ল’লেই দূৰ হ’ব পাহৰি যোৱাৰ সমস্যা

আলঝাইমাৰ্ছৰ নতুন ঔষধ আহিছে দেশত, প্ৰতিমাহত এটাকৈ ইঞ্জেকছন ল’লেই দূৰ হ’ব পাহৰি যোৱাৰ সমস্যা

10 months ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

4 minutes ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

1 hour ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

2 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

2 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

3 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

15 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

15 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

15 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

15 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

16 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

17 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আলঝাইমাৰ্ছৰ নতুন ঔষধ আহিছে দেশত, প্ৰতিমাহত এটাকৈ ইঞ্জেকছন ল’লেই দূৰ হ’ব পাহৰি যোৱাৰ সমস্যা

আলঝাইমাৰ্ছৰ নতুন ঔষধ আহিছে দেশত, প্ৰতিমাহত এটাকৈ ইঞ্জেকছন ল’লেই দূৰ হ’ব পাহৰি যোৱাৰ সমস্যা

editor by editor
November 20, 2025
in জীৱনশৈলী
0
আলঝাইমাৰ্ছৰ নতুন ঔষধ আহিছে দেশত, প্ৰতিমাহত এটাকৈ ইঞ্জেকছন ল’লেই দূৰ হ’ব পাহৰি যোৱাৰ সমস্যা
0
SHARES
160
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বয়সকাল বুলি নহয়, কমবয়সতো স্মৃতিশক্তি কমি গৈছে৷ দিনকদিনে এই সমস্যা বাঢ়িব ধৰিছে৷ আলঝাইমাৰ্ছ মানেই যে কেৱল পাহৰি যাব তেনে নহয়৷ এই ৰোগত আক্ৰান্ত হ’লে ৰোগীৰ স্বভাৱ, বৈশিষ্ট্য, আচাৰ আচৰণো সলনি হ’ব ধৰে৷ ই স্নায়ুৰ এক জটিল অসুখ, যি এবাৰ শৰীৰত বাঁহ বান্ধিলে নিৰাময়ৰ কোনো উপায় নাথাকে৷ স্মৃতিৰ পাত ধূসৰ হৈ হৈ এসময়ত ৰোগীজনে সকলোবোৰেই পাহৰি যায়৷ তেতিয়া চকুৰ সন্মুখত থকা অতি আপোনজনো অচিনাকি হৈ পৰে৷

আলঝাইমাৰ্ছ নিয়ন্ত্ৰণত ৰখাৰ নানান চিকিৎসা পদ্ধতিক লৈ গৱেষণা চলিছে বিশ্বজুৰি৷ নিত্যনতুন ঔষধ অনাৰ চেষ্টাও কৰিছে গৱেষকে৷ নতুন এক ঔষধে সম্প্ৰতি অনুমোদন লাভ কৰিছে৷ সকলো ঠিকে থাকিলে আগন্তুক কেইবামাহৰ ভিতৰত এই ঔষধ দেশৰ বজাৰত বিক্ৰি হ’ব বুলিও জনা গৈছে৷

ঔষধটিৰ নাম হৈছে ডোনোনেমাৰ৷ তৈয়াৰ কৰিছে আমেৰিকান ঔষধ নিৰ্মাতা সংস্থা এলি লিলিয়ে৷ খবৰ অনুসৰি এই ঔষধৰ ক্লিনিকেল ট্ৰায়েল চলি আছিল৷ ৰোগীসকলৰ শৰীৰত প্ৰয়োগ কৰি দেখা গৈছে যে ৰোগৰ তীব্ৰতা বহু পৰিমাণে কমে এই ঔষধত৷ ৰোগীৰ পাহৰি যোৱাৰ প্ৰৱণতাও কমে৷ বহুতেই নিজেও সিদ্ধান্ত ল’ব পৰা ক্ষমতা আকৌ অৰ্জনো কৰে৷ ঔষধৰ বাবে অনুমোদন দিয়া হৈছে আমেৰিকাত৷ আৰু কেইমাহৰ ভিতৰত এই ঔষধ ভাৰতৰ বজাৰতো উপলব্ধ হ’ব৷

সাম্প্ৰতিক সময়ত কিছু গৱেষণাই কৈছে যে বাইপোলাৰ ডিজঅৰ্ডাৰৰ পৰা আলঝাইমাৰ্ছ হ’ব পাৰে৷ অৱসাদৰ পৰা যে হঠাৎ আলঝাইমাৰ্ছে দেখা দিব তেনে নহয়৷ বিভিন্ন বিষয় ইয়াত সংপৃক্ত হৈ থাকে৷ অৱসাদ যদি দীৰ্ঘম্যাদি হয় তেতিয়া সঠিক চিকিৎসা নকৰিলে মস্তিষ্কৰ কাৰ্যক্ষমতা কমিব ধৰে৷ ষ্ট্ৰেছ হৰমনৰ ক্ষৰণ বাঢ়ি যায়৷ মস্তিষ্কৰ নানান জটিল ৰোগৰো আশংকা বাঢ়ি থাকে৷ অতিৰিক্ত মানসিক চাপৰ কাৰণে কগনিটিভ ডিজফাংছন হ’ব পাৰে৷ তেতিয়াই পাহৰি যোৱাৰ সমস্যা বাঢ়ে৷

উদ্বেগৰ সৈতেও পাহৰি যোৱাৰ কথাবোৰ ওতপ্ৰোতভাৱে জড়িত৷ কেৱল স্মৃতিশক্তিয়েই নহয়, যুক্তি, বুদ্ধিৰে পৰিকল্পনা কৰা, যুক্তিৰে বিচাৰ কৰাৰ ক্ষমতা, সমাজত মিলামিছা কৰাৰ ক্ষমতা এইসকলোবোৰেই কগনিটিভ ফাংছন৷ সেয়ে আলঝাইমাৰ্ছ ৰোগীৰ চিন্তাভাৱনা সলনি হয়, মিলামিছা কৰাতো সমস্যা হয়, সিদ্ধান্ত লোৱাৰ ক্ষমতা কমি থাকে, কথাবাৰ্তা অসংলগ্ন হৈ পৰে৷ এই সমস্যাসমূহ ধাপে ধাপে দূৰ কৰিব নতুন ঔষধে৷

ডোনানেমাৰ এক ধৰণৰ এণ্টিবডি, যি ইঞ্জেকছনক মাধ্যমেৰে প্ৰতিমাহে ৰোগীক দিয়া হ’ব৷ এই দেশত এই চিকিৎসাৰ খৰচ কেনে হ’ব সেয়া জানিব পৰা হোৱা নাই৷ আমেৰিকাৰ ডোনানেমাৰ থেৰাপিৰ খৰচ ভাৰতীয় মুদ্ৰাত প্ৰায় ২৮ লাখ টকাৰ ওচৰাওচৰি৷ আমাৰ দেশত আলঝাইমাৰ্ছ ৰোগীৰ সংখ্যা যি হাৰত বাঢ়িছে সেয়ে কম খৰচত এণ্টিবডি থেৰাপি অনা যাব নেকি সেয়া চেষ্টা চলাই থকা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক
জীৱনশৈলী

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

September 14, 2026
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?
জীৱনশৈলী

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

September 14, 2026
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

September 14, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

September 13, 2026
Next Post
২০২৬ চনত এই গ্ৰহসমূহে ৰাশি পৰিবৰ্তন কৰিব, সাৱধানে থাকক, এই ৩ৰাশি আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব

২০২৬ চনত এই গ্ৰহসমূহে ৰাশি পৰিবৰ্তন কৰিব, সাৱধানে থাকক, এই ৩ৰাশি আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব

কোনো সভ্য, আধুনিক সমাজত এই প্রথা চলিব নালাগে…তালাক ই হাছান ৰীতিক ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ, তালাকক লৈ কি কৈছে ন্যায়ালয়ে?

কোনো সভ্য, আধুনিক সমাজত এই প্রথা চলিব নালাগে...তালাক ই হাছান ৰীতিক ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ, তালাকক লৈ কি কৈছে ন্যায়ালয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.