• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনো সভ্য, আধুনিক সমাজত এই প্রথা চলিব নালাগে…তালাক ই হাছান ৰীতিক ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ, তালাকক লৈ কি কৈছে ন্যায়ালয়ে?

কোনো সভ্য, আধুনিক সমাজত এই প্রথা চলিব নালাগে…তালাক ই হাছান ৰীতিক ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ, তালাকক লৈ কি কৈছে ন্যায়ালয়ে?

8 months ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

5 minutes ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

34 minutes ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

3 hours ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

3 hours ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

4 hours ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

5 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

5 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

5 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

6 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

7 hours ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

7 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোনো সভ্য, আধুনিক সমাজত এই প্রথা চলিব নালাগে…তালাক ই হাছান ৰীতিক ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ, তালাকক লৈ কি কৈছে ন্যায়ালয়ে?

কোনো সভ্য, আধুনিক সমাজত এই প্রথা চলিব নালাগে...তালাক ই হাছান ৰীতিক ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ, তালাকক লৈ কি কৈছে ন্যায়ালয়ে?

editor by editor
November 20, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কোনো সভ্য, আধুনিক সমাজত এই প্রথা চলিব নালাগে…তালাক ই হাছান ৰীতিক ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ, তালাকক লৈ কি কৈছে ন্যায়ালয়ে?
0
SHARES
211
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তিনি মাহত এবাৰকৈ তিনিবাৰ তালাক শব্দটো উচ্চাৰণ কৰিলেই বিবাহবিচ্ছেদ৷ মুছলমান সমাজত ইয়াক কোৱা হয় তালাক ই হাছান৷ এই ৰীতিৰ তীব্ৰ নিন্দা কৰিছে এইবাৰ ছুপ্ৰিম কৰ্টে৷ বুধবাৰে ছুপ্ৰিম কোৰ্টে তালাক ই হাছানৰ সামাজিক প্ৰভাৱক লৈ প্ৰশ্ন তুলিছে৷ এই আধুনিক সমাজত কেনেকৈ এই প্ৰথা চলিব পাৰে বুলিও প্ৰশ্ন তুলিছে ছুপ্ৰিম কৰ্টে৷

ন্যায়াধীধ সূৰ্যকান্ত, উজ্জ্বল ভূঁইয়া আৰু এন কোটিশ্বৰ সিঙৰ এখন বেঞ্চে তালাক ই হাছানৰ প্ৰক্ৰিয়াক লৈ প্ৰশ্ন তুলিছে৷ তেওঁলোকে এই চেলেঞ্জ পাঁচ সদস্যৰ সাংবিধানিক বেঞ্চলৈ পঠিয়াব পাৰে৷ তেওঁলোকে স্পষ্টকৈ কৈছে যে বিষয়টোত কোনো ধৰ্মীয় অনুশীলনক বাতিল কৰাৰ বিষয়ে নহয়৷ বৰং ই সাংবিধানিক নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণ হয়নে সেয়া নিশ্চিত কৰা৷

তালাক ই হাছান প্ৰক্ৰিয়াত বিবাহবিচ্ছিন্না কিছু মুছলমান মহিলাই ছুপ্ৰিম কৰ্টৰ দ্বাৰস্থ হয়৷ তেওঁলোকে এই প্ৰক্ৰিয়াক লৈ প্রশ্ন তুলিছে৷ অভিযোগ যে তেওঁলোকৰ স্বামীয়ে তালাক ই হাছান প্ৰক্ৰিয়াৰে তেওঁলোকৰ বৈবাহিক সম্পৰ্ক ছিন্ন কৰিছে৷ অধিবক্তাৰ হাতেৰে তেওঁলোকে বিচ্ছেদৰ নটিছ পঠিয়াইছিল৷ ইয়াৰ ফলত সন্তানৰ পঢ়াশুনাৰ পৰা আৰম্ভ কৰি পাছপোৰ্ট, বিভিন্ন ক্ষেত্ৰত নানান সমস্যাৰো মুখামুখি হৈছিল তেওঁলোক৷

এই ৰীতিৰ পক্ষে দীঘলীয়া যুঁজ দিয়া এগৰাকী অধিবক্তাই ন্যায়ধীশৰ উদ্দেশ্যি কৰা মন্তব্যত কৈছে- এয়া কেনে নিয়ম? ২০২৫ চনত এয়া কেনেকৈ চলিব পাৰে? আমি যি ধৰ্মকেই অনুসৰণ নকৰো কিয় এয়া সমৰ্থন কৰিব নোৱাৰি৷ এনেকৈ নাৰীৰ মৰ্যাদা কেনেকৈ ৰক্ষা হ’ব? কোনো সভ্য আধুনিক সমাজত এই প্ৰথা চলি থাকিব পাৰেনে? ২০১৭ চনত আদালতে ইতিমধ্যেই তিনি তালাকক অসাংবিধানিক বুলি বাতিল কৰি দিছে৷ এয়া নাৰীৰ মৰ্যাদাৰ প্ৰতি অৱমাননা৷’

তালাক ই হাছান আইন অনুসৰি, স্বামীয়ে তিনি মাহ ধৰি মাহত এবাৰ তালাক উচ্চাৰণ কৰিব পাৰে৷ তৃতীয়বাৰৰ বাবে তালাক ঘোষণাৰ পাছত যদি দম্পতিয়ে আকৌ সহবাস আৰম্ভ নকৰে, তেতিয়া তালাক চূড়ান্ত হৈ যায়৷ প্ৰথম বা দ্বিতীয় ঘোষণাৰ পাছত পুনৰ্মিলন প্ৰক্ৰিয়া থাকিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’
বিবিধ

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

July 22, 2026
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ
বিনোদন

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

July 22, 2026
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?
জীৱনশৈলী

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

July 22, 2026
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ
ভাৰত

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

July 22, 2026
Next Post
খুব আকৰ্ষণীয় হয় এই ২ৰাশিৰ জাতক জাতিকা, শুক্ৰৰ কৃপাত ৩০ বছৰ বয়সৰ পাছত আৰামৰ জীৱন কটাই এইকেইটা ৰাশিয়ে

খুব আকৰ্ষণীয় হয় এই ২ৰাশিৰ জাতক জাতিকা, শুক্ৰৰ কৃপাত ৩০ বছৰ বয়সৰ পাছত আৰামৰ জীৱন কটাই এইকেইটা ৰাশিয়ে

৩০ বছৰৰ পাছত শনিৰ নৱপঞ্চম ৰাজযোগ তৈয়াৰ হৈছে, এই ৩ৰাশিৰ জীৱনলৈ আহিব পৰিবৰ্তন

৩০ বছৰৰ পাছত শনিৰ নৱপঞ্চম ৰাজযোগ তৈয়াৰ হৈছে, এই ৩ৰাশিৰ জীৱনলৈ আহিব পৰিবৰ্তন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.