• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধ গ্ৰহৰ বাবে জীৱন চমকি উঠিব এই ৫ ৰাশিৰ, সকলো বাধা আঁতৰিব, সফলতা আহিব

বুধ গ্ৰহৰ বাবে জীৱন চমকি উঠিব এই ৫ ৰাশিৰ, সকলো বাধা আঁতৰিব, সফলতা আহিব

2 years ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

26 minutes ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

1 hour ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

2 hours ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

3 hours ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

4 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

4 hours ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

5 hours ago
পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

6 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

ধন আগমনৰ যোগ! কোন ৰাশিৰ কেনে যাব দিনটো?

6 hours ago
এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

14 hours ago
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

15 hours ago
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধ গ্ৰহৰ বাবে জীৱন চমকি উঠিব এই ৫ ৰাশিৰ, সকলো বাধা আঁতৰিব, সফলতা আহিব

editor by editor
June 11, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
বুধ গ্ৰহৰ বাবে জীৱন চমকি উঠিব এই ৫ ৰাশিৰ, সকলো বাধা আঁতৰিব, সফলতা আহিব
0
SHARES
13.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুধ গ্ৰহৰ বাবে জীৱন চমকি উঠিব এই ৫ ৰাশিৰ, সকলো বাধা আঁতৰিব, সফলতা আহিব

মাহৰ শেষত বুধ গ্ৰহই বিশেষ যোগৰ সৃষ্টি কৰিছে। যাৰ ফলত অতিকে লাভৱান হব কেইটামান ৰাশিৰ লোক। জুনৰ আৰম্ভণিতে বুধ গ্ৰহ অস্ত হৈছিল। কিন্তু মাহৰ শেষলৈ ২৭ তাৰিখে ই মিথুন ৰাশিত উদয় হব। যাৰ ফলত কেইটামান ৰাশিৰ বাবেও সৌভাগ্যৰ দুৱাৰ মুকলি হব। লগতে বুধ ভদ্ৰ ৰাজযোগ তৈয়াৰ কৰিব৷ ইয়াৰ প্ৰভাৱত কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতি সম্ভৱ৷

বৃষ ৰাশি
বুধৰ উদয়ে বৃষ ৰাশিৰ লোকে সকলো কামতে সফলতা লাভ কৰিব। চাকৰিত উন্নতি হব। লগতে নতুন সুযোগৰ সৃষ্টি হব। আৰ্থিক দিশত শক্তিশালি হব। জীৱন সংগীৰ সৈতেও সকলো সমস্যাৰ সমাধান হৈ সংসাৰ সুখৰ হৈ পৰিব।

মিথুন ৰাশি
ভাদ্ৰ ৰাজযোগ মিথুন ৰাশিৰ জাতকৰ বাবে লাভজনক৷ প্ৰভাৱশালী ব্যক্তিৰ সৈতে সম্পৰ্ক স্থাপন হ’ব৷ সমস্ত ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ পৰা সহযোগিতা আৰু আৰ্থিক লাভ অৰ্জন কৰিব পাৰিব৷ কাম আৰু ব্যৱসায়ত উন্নতি হ’ব৷ চাকৰিয়াল জাতকৰ পদোন্নতিৰ ওপৰিও বেতনবৃদ্ধিৰ সুসংবাদ পাব৷

সিংহ ৰাশি
বুধৰ ভদ্ৰ ৰাজযোগ সিংহ ৰাশিৰ বাবে অনুকূল প্ৰমাণিত হ’ব৷ গ্ৰহৰ যুৱৰাজে আপোনাৰ ৰাশিৰ আয় আৰু লাভৰ স্থানত বিচৰণ কৰিছে৷ এই সময়ত আয়ৰ নতুন উৎস পাব৷ আয় বৃদ্ধি হ’ব৷ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ সন্তান সংক্ৰান্তিয় কোনো সুসংবাদ পাব এই ৰাশিৰ জাতকে৷

তুলা ৰাশি
বুধৰ উদয়ে এই ৰাশিৰ লোকৰ নতুন নতুন দিশত মন বহাব তথা সফলতা লাভ কৰাৰ ক্ষেত্ৰতো সহায়ক হব। মনে বিচৰা কামতো নিয়োগ হব পাৰে। টকাৰ সৈতে জড়িত কামত সফলতা পাব। ভাগ্যৰ লগ দিব সকলো কামতে।

মকৰ ৰাশি
আইনী গোচৰত সাফল্য লাভ কৰিব এই ৰাশিৰ জাতকে৷ শত্ৰুক পৰাজিত কৰাত সফল হ’ব৷ কোনো নতুন চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব পাৰে৷ অৰ্থ, সম্পত্তি, পাৰিবাৰিক বিষয়ৰ বাবে ভদ্ৰ ৰাজযোগ লাভজনক৷ সৰু-ডাঙৰ যাত্ৰাৰো যোগ আছে আপোনাৰ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AstroastrologyBudhBudh Graha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!
বিনোদন

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

March 23, 2026
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!
অসম

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

March 23, 2026
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ
প্ৰযুক্তি

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

March 23, 2026
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!
জীৱনশৈলী

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

March 23, 2026
Next Post
নলবাৰীত শোকাৱহ দুৰ্ঘটনা, ২০ ফুট দ-খাৱৈত বাহন বাগৰি একেলগে প্ৰাণ হেৰুৱালে দুই বন্ধুৱে

নলবাৰীত শোকাৱহ দুৰ্ঘটনা, ২০ ফুট দ-খাৱৈত বাহন বাগৰি একেলগে প্ৰাণ হেৰুৱালে দুই বন্ধুৱে

ভাৰতলৈ আহি ৰামঠগন খালে, ৩০০ টকাৰ অলংকাৰ ৬ কোটি দি কিনি নিলে

ভাৰতলৈ আহি ৰামঠগন খালে, ৩০০ টকাৰ অলংকাৰ ৬ কোটি দি কিনি নিলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.