• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতলৈ আহি ৰামঠগন খালে, ৩০০ টকাৰ অলংকাৰ ৬ কোটি দি কিনি নিলে

ভাৰতলৈ আহি ৰামঠগন খালে, ৩০০ টকাৰ অলংকাৰ ৬ কোটি দি কিনি নিলে

2 years ago
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

1 hour ago
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

2 hours ago
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

2 hours ago
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

3 hours ago
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

4 hours ago
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

4 hours ago
দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

5 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

6 hours ago
৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

6 hours ago
ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

7 hours ago
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

8 hours ago
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতলৈ আহি ৰামঠগন খালে, ৩০০ টকাৰ অলংকাৰ ৬ কোটি দি কিনি নিলে

editor by editor
June 11, 2024
in জীৱনশৈলী, ফেশ্বন, বিশ্ব, ভাৰত
0
ভাৰতলৈ আহি ৰামঠগন খালে, ৩০০ টকাৰ অলংকাৰ ৬ কোটি দি কিনি নিলে
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতলৈ আহি ৰামঠগন খালে, ৩০০ টকাৰ অলংকাৰ ৬ কোটি দি কিনি নিলে

অতিথি দেৱতা সদৃশ, অতিথিক আপ্যায়ন কৰাৰ সমান পূণ্যৰ কাম এই ধৰাত নাই বুলি কোৱা হয় এইখন ভাৰতত। পাছে এইখন ভাৰততে বহুত বেয়াকৈ ঠগন খালে এগৰাকী আমেৰিকানিবাসী মহিলাই। ৩০০ টকাৰ সামগ্ৰী ক্ৰয় কৰিলে ৬ কোটি টকাৰে।

ভাৰতলৈ ফুৰিবলৈ আহি ভাৰতীয় সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় অলংকাৰ ক্ৰয় কৰিছিল। গৌৰৱ ছোনী নামৰ দোকানীয়ে সোণৰ অলংকাৰ বুলি ৩০০ টকীয়া অলংকাৰ ক্ৰয় কৰি নিলে ৬ কোটি টকাৰে। নিজৰ দেশলৈ উভতি গৈ হে জানিব পাৰে নিজৰ লগত হোৱা প্ৰতাৰণাৰ কথা।

ৰাজস্থানৰ এখন দোকানে লজ্জিত কৰিলে সমগ্ৰ ভাৰতবাসীক। আৰক্ষীয়ে জনোৱা মতে, এগৰাকী আমেৰিকান মহিলাক প্ৰতাৰণা কৰি ৰাজস্থানৰ এগৰাকী দোকানৰ মালিকে ৩০০ টকা মূল্যৰ কৃত্ৰিম গহনা বিক্ৰী কৰিছিল ।

মাৰ্কিন নাগৰিক চেৰিছে ৰাজস্থানৰ জয়পুৰৰ জোহৰি বজাৰৰ এখন দোকানৰ পৰা সোণৰ বুলি বহু গহনা ক্ৰয় কৰিছিল। এই ঘটনা চলিত বৰ্ষৰ এপ্ৰিল মাহৰ।

গহণা ক্ৰয় কৰি কিছুদিন ঘুৰি ফুৰি আকৌ উভতি যায় আমেৰিকালৈ। প্ৰায় ৬ কোটি টকাৰে উক্ত আ-অলংকাৰখিনি নিজৰ দেশলৈ কিনি নিছিল মহিলাগৰাকীয়ে। নিজ দেশ পোৱাৰ পাছত সোণৰ আ-অলংকাৰখিনি পৰীক্ষা কৰি দেখে যে সকলোবোৰ নকল সোণ। সকলোখিনি অলংকাৰৰ মূল্য প্ৰায় ৩০০টকাহে হ’ব বুলি মহিলাগৰাকীয়ে এক ভিডিঅ’ প্ৰকাশ কৰিছে।

দোকানৰ মালিকে মহিলাগৰাকীক অভিযোগ খাৰিজ কৰিছে, কিন্তু জয়পুৰত আৰক্ষীৰ এজাহাৰ দাখিল কৰে আমেৰিকান মহিলাগৰাকীয়ে। লগতে আমেৰিকাৰ দূতাবাসৰ পৰাও সহায় বিচাৰে, ইয়াৰ পাছতে জয়পুৰ আৰক্ষীক বিষয়টোৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে।

মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, ২০২২ চনত ইনষ্টাগ্ৰামৰ জৰিয়তে গৌৰৱ সোণীৰ সংস্পৰ্শলৈ আহিছিল। শেষত যোৱা দুবছৰত কৃত্ৰিম অলংকাৰৰ বাবে ৬ কোটি টকা দিছিল বুলি বিষয়াসকলে জনায়।

আৰক্ষীয়ে জনোৱা মতে, গৌৰৱ আৰু তেওঁৰ পিতৃ ৰাজেন্দ্ৰ ছোনীৰ সন্ধানত অভিযান অব্যাহত, দুয়ো পলাতক অৱস্থাত আছে। এজন বিষয়াই কয় যে লোক দুজনৰ সন্ধান উলিয়াবলৈ বিশেষ দল গঠন কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: American WomenIndian JewelryInstagram postJewelryViral Post
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?
জীৱনশৈলী

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

May 20, 2026
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?
জীৱনশৈলী

ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

May 20, 2026
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য
জীৱনশৈলী

সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

May 20, 2026
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?
জীৱনশৈলী

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

May 20, 2026
Next Post
২৪ বছৰৰ মূৰকত নতুন মুখ্যমন্ত্ৰী পাব ওড়িশাবাসীয়ে, কালিলৈ শপত গ্ৰহণ, কোন হয় এই মোহন চৰণ মাঝী

২৪ বছৰৰ মূৰকত নতুন মুখ্যমন্ত্ৰী পাব ওড়িশাবাসীয়ে, কালিলৈ শপত গ্ৰহণ, কোন হয় এই মোহন চৰণ মাঝী

১২ জুনৰ ৰাশিফলঃ আজি মেষ, কৰ্কট, বৃশ্চিক আৰু মীনৰাশিৰ লোকে চাকৰিত ভাল খবৰ পাব পাৰে, যাত্ৰাত সাৱধান

১২ জুনৰ ৰাশিফলঃ আজি মেষ, কৰ্কট, বৃশ্চিক আৰু মীনৰাশিৰ লোকে চাকৰিত ভাল খবৰ পাব পাৰে, যাত্ৰাত সাৱধান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.