• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৯৮৬ চনত Bullet 350cc ৰ দাম আছিল মাত্ৰ ইমান টকা…

5 months ago
ৰে’লত চাহ বিক্ৰি কৰি যেনেতেনে পৰিয়ালটোক চলাইছিল পিনাকীয়ে! অভিশপ্ত শুকুৰবাৰে কাল অমানিশা নমাই আনিলে পিনাকীৰ পৰিয়াললৈকো

3 hours ago
পত্নীক সুধিছিল, ‘সি মোক দেউতা মাতিব পৰা হৈছেনে?’ সন্তানক আৰু একোলা লোৱা নহ’ল ছাদ্দামৰ, ৰে’ল দুৰ্ঘটনাত থানবান হৈ গ’ল এখন ঘৰ

4 hours ago
ওড়িশাৰ বালাচূড়ত মৃত্যুৰ কিৰিলি! মানৱতাৰ নিদৰ্শন দাঙি ধৰি ৰক্তদানৰ বাবে হাস্পতালত স্থানীয় বাসিন্দাৰ দীঘলীয়া শাৰী

5 hours ago
সম্পত্তিৰ পৰিমান ৬ হাজাৰ কোটি! কেনেকৈ এই সম্পত্তিৰ অধিকাৰী হ’ল বাদশ্বাহ শ্বাহৰুখ…

6 hours ago
বিজুতি ক’ত? বাৰে বাৰে ৰে’ল দুৰ্ঘটনা কিয় হয় ভাৰতত, সবিশেষ…

10 hours ago
কাৰ ভুলৰ বাবে সংঘটিত হ’ল বালাচোৰৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা? ট্ৰেজিক ৰে’ল দুৰ্ঘটনাৰ AtoZ

11 hours ago
এই তিনিটা কাৰণতেই পত্নীৰ প্ৰতি আগ্ৰহ কমি যায় স্বামীৰ, প্ৰেমতো বাধা আহে এইকেইটা কাৰণতেই…

1 day ago
ক্ৰিকেটৰ ‘নেশ্ব্যনেল ক্ৰাছ’ শুভমন গীলৰ সম্পত্তিৰ পৰিমান জানেনে?

কথা দি কথা ৰাখিলে ছিদ্দাৰামাইয়া চৰকাৰে, মন্ত্ৰীসভাৰ প্ৰথম বৈঠকেই ২০০ ইউনিটকৈ ফ্ৰি বিদ্যুতৰ লগতে আন ৪ প্ৰতিশ্ৰুতিত অনুমোদন

‘মুছলমানসকল বহিৰাগত নহয়, তেওঁলোক ইয়াৰেই খিলঞ্জীয়া’ হঠাতেই মুছলমানৰ প্ৰতি আৰ এছ এছ প্রধান মোহন ভাগৱতৰ দৰদ, আঁৰৰ কাৰণ কি?

এটাৰ পাছত আনটো বাধা! মুক্তি নাপায় ‘শ্ৰী ৰঘুপতি’য়ে, কিয় মুক্তিত আকৌ স্থগিতাদেশ?

সকলো ডলাৰ শেষ, ডিঙিলৈকে ঋণত ডুবিছে আমেৰিকা! ভাৰততো পৰিব এইকেইটা প্রভাৱ…

  • About
  • Advertise
  • Careers
Saturday, June 3, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৯৮৬ চনত Bullet 350cc ৰ দাম আছিল মাত্ৰ ইমান টকা…

editor by editor
January 2, 2023
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
১৯৮৬ চনত Bullet 350cc ৰ দাম আছিল মাত্ৰ ইমান টকা…
0
SHARES
24.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সামাজিক মাধ্যমত প্ৰতিদিনেই ট্ৰেণ্ড কৰে এটা এটা নতুন বিষয়। শেহতীয়াকৈ সামাজিক মাধ্যমত ট্ৰেণ্ড কৰিছে ১৯৮৫ চনৰ এখন ৰেষ্টুৰেণ্ট বিল আৰু ১৯৩৭ চনৰ বুলেটৰ বিল ভাইৰেল হৈ পৰিছে। ‘ৰয়েল এনফিল্ড’ বুলেট পছন্দ কৰা লোকসকলে এই ভাইৰেল বিলখন দেখা মাত্ৰকেই শ্বেয়াৰো কৰিছে। বৰ্তমানো বুলেটৰ জনপ্ৰিয়তা পূৰ্বৰ দৰেই।
এখন বুলেট ক্ৰয় কৰিবলৈ কমেও ডেৰ লাখতকৈও অধিক টকা। কিন্তু সেই সময়ত এখন বুলেটৰ দাম আছিল ১৯ হাজাৰ টকা।

১৯৮৬ চনৰ এখন বিল ভাইৰেল হৈছে। ভাইৰেল বিলখনত বুলেট ৩৫০ চিচিৰ মূল্য মাত্ৰ ১৮,৭০০ টকা। বৰ্তমান ‘বুলেট ৩৫০ চিচি’ বাইকৰ মূল্য হৈছে ১.৬০ লাখ। ১৯৮৬ চনৰ ২৩ জানুৱাৰীৰ বিলখন ঝাৰখণ্ডৰ কোঠাৰী বজাৰৰ এখন ডিলাৰৰ বুলি প্ৰকাশ পাইছে। সেই সময়ত ৩৫০ চিচি বুলেট এখনৰ অন-ৰোড মূল্য আছিল ১৮,৮০০ টকা, য’ত ৰেহাই দি ১৮,৭০০ টকাত বুলেটখন বিক্ৰী কৰা হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’লত চাহ বিক্ৰি কৰি যেনেতেনে পৰিয়ালটোক চলাইছিল পিনাকীয়ে! অভিশপ্ত শুকুৰবাৰে কাল অমানিশা নমাই আনিলে পিনাকীৰ পৰিয়াললৈকো
জীৱনশৈলী

June 3, 2023
পত্নীক সুধিছিল, ‘সি মোক দেউতা মাতিব পৰা হৈছেনে?’ সন্তানক আৰু একোলা লোৱা নহ’ল ছাদ্দামৰ, ৰে’ল দুৰ্ঘটনাত থানবান হৈ গ’ল এখন ঘৰ
জীৱনশৈলী

পত্নীক সুধিছিল, ‘সি মোক দেউতা মাতিব পৰা হৈছেনে?’ সন্তানক আৰু একোলা লোৱা নহ’ল ছাদ্দামৰ, ৰে’ল দুৰ্ঘটনাত থানবান হৈ গ’ল এখন ঘৰ

June 3, 2023
ওড়িশাৰ বালাচূড়ত মৃত্যুৰ কিৰিলি! মানৱতাৰ নিদৰ্শন দাঙি ধৰি ৰক্তদানৰ বাবে হাস্পতালত স্থানীয় বাসিন্দাৰ দীঘলীয়া শাৰী
জীৱনশৈলী

ওড়িশাৰ বালাচূড়ত মৃত্যুৰ কিৰিলি! মানৱতাৰ নিদৰ্শন দাঙি ধৰি ৰক্তদানৰ বাবে হাস্পতালত স্থানীয় বাসিন্দাৰ দীঘলীয়া শাৰী

June 3, 2023
সম্পত্তিৰ পৰিমান ৬ হাজাৰ কোটি! কেনেকৈ এই সম্পত্তিৰ অধিকাৰী হ’ল বাদশ্বাহ শ্বাহৰুখ…
চিনেমা

Next Post
মানুহ মানুহ হৈ থকা নাই! গাড়ীৰ পিছফালে বান্ধি ৪ কিঃমিঃ চোচোঁৰাই নি যুৱতীক হত্যা…

মানুহ মানুহ হৈ থকা নাই! গাড়ীৰ পিছফালে বান্ধি ৪ কিঃমিঃ চোচোঁৰাই নি যুৱতীক হত্যা...

এখন ছাদৰ পৰা আনখন ছাদলৈ জাপ! ৪ মহলাৰ তলত পৰি যুৱকৰ মৃত্যু…

এখন ছাদৰ পৰা আনখন ছাদলৈ জাপ! ৪ মহলাৰ তলত পৰি যুৱকৰ মৃত্যু...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন