অসম লাইভ ২৪ঃ বিশ্বৰ সৰ্বোচ্চ অট্টালিকা ‘বুৰ্জ খলিফা’ত উজ্বলিল ভাৰতীয় ত্ৰিৰংগা। ভাৰতক সাহস আৰু ধৈৰ্যৰে আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিলে চৌদি আৰৱে। কোভিড মহামাৰীৰ বিৰুদ্ধে চলি থকা যুঁজৰ বাবে ভাৰতক সাহস দিয়ে চৌদি আৰৱে।
ক’ৰোনাৰ এই ভয়াৱহ পৰিস্থিতিত অক্সিজেনৰ অভাৱত ভাৰতত মৃত্যু হৈছে অসংখ্য কোভিড ৰোগীৰ। এনে পৰিস্থিতিত ভাৰতলৈ সঁহাৰি আগবঢ়াইছে চৌদি আৰৱে । ৮০ মেট্ৰিক টন অক্সিজেন প্ৰেৰণ কৰিছে ভাৰতলৈ। ভাৰতক শুভকামনা জনাই UAE স্থিত ভাৰতীয় দূতাবাসৰ পৰা টুইট কৰিছে এক ভিডিঅ’।
⭐️As #India battles the gruesome war against #COVID19 , its friend #UAE sends its best wishes
🌟 @BurjKhalifa in #Dubai lits up in 🇮🇳 to showcase its support#IndiaUAEDosti @MEAIndia @cgidubai @AmbKapoor @MoFAICUAE @IndianDiplomacy @DrSJaishankar @narendramodi pic.twitter.com/9OFERnLDL4
— India in UAE (@IndembAbuDhabi) April 25, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ