• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে কৰুণ ঘটনা, ৫০ যাত্ৰীসহ দ-খাৱৈত বাগৰিল বাছ, বৰ্তমানলৈ ২৫ নিহত

1 year ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

38 minutes ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

1 hour ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

2 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

3 hours ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

4 hours ago
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

5 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

6 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে কৰুণ ঘটনা, ৫০ যাত্ৰীসহ দ-খাৱৈত বাগৰিল বাছ, বৰ্তমানলৈ ২৫ নিহত

editor by editor
November 4, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
অতিকে কৰুণ ঘটনা, ৫০ যাত্ৰীসহ দ-খাৱৈত বাগৰিল বাছ, বৰ্তমানলৈ ২৫ নিহত
0
SHARES
306
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে কৰুণ ঘটনা, ৫০ যাত্ৰীসহ দ-খাৱৈত বাগৰিল বাছ, বৰ্তমানলৈ ২৫ নিহত

উত্তৰাখণ্ডৰ আলমোৰাত সংঘটিত হৈছে এক বৃহৎ পথ দুৰ্ঘটনা। মাৰ্চুলাৰ সমীপৰ খাৱৈত বাগৰি পৰে এখন বাছ। এই দুৰ্ঘটনাত বৰ্তমানলৈ ২৫ জন লোকৰ মৃত্যু হৈছে। আনহাতে বহু লোক আহত হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি শংকা ব্যক্ত উদ্ধাৰকাৰী দলৰ। থিতাতে সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে। ঘটনাস্থলীৰ বাবে ৰাওনা হৈছে এছ ডি আৰ এফৰ দল।

তথ্য অনুসৰি আজি পুৱা নাইনি দণ্ডাৰ পৰা ৰামনগৰলৈ যোৱা এখন বাছ খাৱৈত বাগৰি পৰে। গীত জাগীৰ নদীৰ পাৰত বাছখন বাগৰি পৰাত ২৫ জন লোকৰ মৃত্যু হৈছে। আনহাতে বহু লোক আহত হৈছে।

বাছখনে নৈনদণ্ডৰ কিনাথৰ পৰা যাত্ৰী কঢ়িয়াই অনা বুলি প্ৰাথমিক তথ্য লাভ কৰা হৈছে। বাছখন ৰামনগৰলৈ যাবলগীয়া আছিল। চাৰাদ বান্দৰ সমীপত বাছখন নদীত বাগৰি পৰিছে।

দুৰ্ঘটনাৰ সময়ত বাছখনত ৫০জনতকৈ অধিক যাত্ৰী আছিল বুলি সদৰি। দুৰ্ঘটনাটোৰ পিছত নিজেই একাংশ যাত্ৰী বাছৰ পৰা নামি আহে। কিছুমান মানুহ সিঁচৰতি হৈ চিটিকি পৰে। বৰ্তমানেও দুৰ্ঘটনাস্থলীতে চলি আছে সাহায্য আৰু উদ্ধাৰৰ কাম। আহতসকলক চিকিৎসালয়লৈ নিয়াৰ কাম চলি আছ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentRoad AxccidentUtttarakhand
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

March 20, 2026
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?
জীৱনশৈলী

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

March 20, 2026
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

Next Post
যি দেশত হিজাব বাধ্যতামূলক সেই দেশৰেই বিশ্ববিদ্যালয়ত বিকিনি পিন্ধি ঘুৰি ফুৰিছে যুৱতী, ভিডিঅ’ ভাইৰেল

যি দেশত হিজাব বাধ্যতামূলক সেই দেশৰেই বিশ্ববিদ্যালয়ত বিকিনি পিন্ধি ঘুৰি ফুৰিছে যুৱতী, ভিডিঅ' ভাইৰেল

নিৰ্লজ পৰাজয়ৰ পাছ এইবাৰ ভাৰতীয় দল দক্ষিণ আফ্ৰিকাত; কেপ্টেইন সলনি, প্ৰশিক্ষকো সলনি, ফৰ্মেটো সলনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন