• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যি দেশত হিজাব বাধ্যতামূলক সেই দেশৰেই বিশ্ববিদ্যালয়ত বিকিনি পিন্ধি ঘুৰি ফুৰিছে যুৱতী, ভিডিঅ’ ভাইৰেল

যি দেশত হিজাব বাধ্যতামূলক সেই দেশৰেই বিশ্ববিদ্যালয়ত বিকিনি পিন্ধি ঘুৰি ফুৰিছে যুৱতী, ভিডিঅ’ ভাইৰেল

2 years ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

23 minutes ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

1 hour ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

2 hours ago
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

3 hours ago
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

4 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

4 hours ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

13 hours ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

13 hours ago
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

14 hours ago
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

14 hours ago
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

15 hours ago
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

যি দেশত হিজাব বাধ্যতামূলক সেই দেশৰেই বিশ্ববিদ্যালয়ত বিকিনি পিন্ধি ঘুৰি ফুৰিছে যুৱতী, ভিডিঅ’ ভাইৰেল

editor by editor
November 4, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
যি দেশত হিজাব বাধ্যতামূলক সেই দেশৰেই বিশ্ববিদ্যালয়ত বিকিনি পিন্ধি ঘুৰি ফুৰিছে যুৱতী, ভিডিঅ’ ভাইৰেল
0
SHARES
804
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যি দেশত হিজাব বাধ্যতামূলক সেই দেশৰেই বিশ্ববিদ্যালয়ত বিকিনি পিন্ধি ঘুৰি ফুৰিছে যুৱতী, ভিডিঅ’ ভাইৰেল

বোৰ্খা আৰু হিজাবৰ বিৰুদ্ধে ইছলামিক দেশতে প্ৰতিবাদ কৰিছে এগৰাকী যুৱতীয়ে। প্ৰতিবাদ নহয় যেন এক ক্ৰান্তিহে। ইৰাণত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। এগৰাকী যুৱতীয়ে ইৰাণ বিশ্ববিদ্যালয়ৰ চৌহদত বোৰ্খা তথা হিজাবৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিকিনি পৰিধান কৰা প্ৰত্যক্ষ হয়।

যুৱতীগৰাকীয়ে বিকিনি পৰিধান কৰি বিশ্ববিদ্যালয়ৰ চৌহদত ঘুৰি ফুৰা দেখা পোৱা যায়। যি ঘটনাৰ পাছতে এতিয়া সমগ্ৰ বিশ্বজুৰি তোলপাৰ লগাইছে এই ঘটনাই। বহু লোকে যুৱতীগৰাকীক সমৰ্থন কৰাৰ লগতে বহু লোকেই ককৰ্থনা কৰিছে যুৱতীৰ কাণ্ড কাৰখানাক।

যি দেশত ইছলাম ধৰ্মীয় লোকৰ জনসংখ্যা অধিক, যি দেশত ইছলাম ধৰ্মৰ বিষয়ে অধিক কঠোৰ হোৱা দেখা যায়, সেই দেশৰ ৰাজধানী তেহৰানৰ এখন বিশ্ববিদ্যালয়ৰ চৌহদত দেখা পোৱা যায় বিকিনি পৰিহিতা যুৱতী।

তেহৰাণৰ এখন বিশ্ববিদ্যালয়ৰ চৌহদত কেৱল বিকিনি পিন্ধি খোজ কাঢ়ি থকা এগৰাকী যুৱতী এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। যুৱতীগৰাকীয়ে এই কাণ্ড কৰাৰ পাচতে তাইক আৰক্ষীয়ে আটক কৰে। যুৱতীক গ্ৰেপ্তাৰ কৰাৰ পাছতে এতিয়া সমগ্ৰ বিশ্বৰ পৰা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

২ নৱেম্বৰ শনিবাৰে তেহৰাণৰ বিজ্ঞান আৰু গৱেষণা বিশ্ববিদ্যালয়ত সংঘটিত হোৱা এই ঘটনাক দেশৰ মহিলাসকলৰ বাবে কঠোৰ ইছলামিক সাজ-পোছাকৰ বিৰুদ্ধে বিদ্ৰোহ বুলিও কোৱা হৈছে। আনহাতে যুৱতীগৰাকীয়ে শৰীৰৰ পৰা কাপোৰ আঁতৰোৱাৰ কাৰণ বিশ্ববিদ্যালয়ৰ ড্ৰেছ কোড হব পাৰে বুলিও কোৱা হৈছে।

প্ৰকাশিত বাতৰি অনুসৰি ইৰাণৰ ছাত্ৰ ছ’চিয়েল মিডিয়া চেনেল আমিৰ কবীৰ নিউজলেটাৰে জনোৱা মতে, কেম্পাছত ইৰাণৰ মৰেল আৰক্ষীয়ে যুৱতীগৰাকীক হাৰাশাস্তি কৰিছিল আৰু কাপোৰ টানিছিল, যাৰ বাবেই যুৱতীগৰাকীয়ে শৰীৰৰ পৰা কাপোৰ খুলি দিছিল।
বিশ্ববিদ্যালয়খনৰ দাবী, ড্ৰেছ কোডক লৈ নৈতিক আৰক্ষীৰ সদস্যৰ সৈতে হোৱা কথা-বতৰাৰ পিছতে ছাত্ৰীগৰাকীয়ে কাপোৰ খুলিছিল। বিশ্ববিদ্যালয়খনেও কয় যে ছোৱালীজনী মানসিকভাৱে সুস্থ নহয়।

উল্লেখ্য যে, ইৰাণৰ কঠোৰ ইছলামিক আইন অনুসৰি দেশখনৰ মহিলাসকলে ৰাজহুৱা স্থানত হিজাব পৰিধান কৰিব লাগিব। হিজাব অবিহনে ঘৰৰ বাহিৰ হব নোৱাৰে। এই আইনসমূহ দেশৰ নৈতিক আৰক্ষীয়ে বলবৎ কৰে আৰু উলংঘা কৰিলেও ইয়াৰ শাস্তিৰ বিধান আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BikiniHisabiranIran UniversityTehran
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়
জীৱনশৈলী

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

July 25, 2026
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ
অপৰাধ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

July 25, 2026
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?
ভাৰত

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

July 25, 2026
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী
বিবিধ

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

July 25, 2026
Next Post
নিৰ্লজ পৰাজয়ৰ পাছ এইবাৰ ভাৰতীয় দল দক্ষিণ আফ্ৰিকাত; কেপ্টেইন সলনি, প্ৰশিক্ষকো সলনি, ফৰ্মেটো সলনি

নিৰ্লজ পৰাজয়ৰ পাছ এইবাৰ ভাৰতীয় দল দক্ষিণ আফ্ৰিকাত; কেপ্টেইন সলনি, প্ৰশিক্ষকো সলনি, ফৰ্মেটো সলনি

নিজতকৈ ভালেখিনি ডাঙৰ এগৰাকী বাবাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ এতিয়া সকলোফালে চৰ্চিত অভিনেত্ৰী

নিজতকৈ ভালেখিনি ডাঙৰ এগৰাকী বাবাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ এতিয়া সকলোফালে চৰ্চিত অভিনেত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.