• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ ভাইৰেল ব্যৱসায়ী বাবা, তিনি হাজাৰ কোটিৰ ধন-সম্পত্তি এৰি গেৰুৱা বসন

এইবাৰ ভাইৰেল ব্যৱসায়ী বাবা, তিনি হাজাৰ কোটিৰ ধন-সম্পত্তি এৰি গেৰুৱা বসন

2 years ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

19 minutes ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

31 minutes ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

55 minutes ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

1 hour ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

2 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

3 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

5 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

5 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

6 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

7 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

8 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইবাৰ ভাইৰেল ব্যৱসায়ী বাবা, তিনি হাজাৰ কোটিৰ ধন-সম্পত্তি এৰি গেৰুৱা বসন

editor by editor
February 13, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
এইবাৰ ভাইৰেল ব্যৱসায়ী বাবা, তিনি হাজাৰ কোটিৰ ধন-সম্পত্তি এৰি গেৰুৱা বসন
0
SHARES
150
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইবাৰ ভাইৰেল ব্যৱসায়ী বাবা, তিনি হাজাৰ কোটিৰ ধন-সম্পত্তি এৰি গেৰুৱা বসন

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভৰ মেলা চলি আছে। ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই মহাকুম্ভৰ সামৰণি পৰিব ২৬ ফেব্ৰুৱাৰীত। ভাৰত আৰু বিদেশৰ পৰা কোটি কোটি ভক্ত আহি আছে এই মহা কুম্ভলৈ। াৰে মাজৰ বহু বাবা জনপ্ৰিয় হৈছে, বহু বাবা এতিয়াও কেমেৰাৰ পৰা আঁতৰত।

আই আই টি বাবাৰ পাছত তাৰেই মাজৰ আন এগৰাকী বাবা ভাইৰেল। মেলা শেষ হোৱাৰ সময়তহে লোকচক্ষুৰ সমুখলৈ আহিছে এই বাবা। যি ব্যৱসায়ী বাবা হিচাপে জনপ্ৰিয় হৈছে। এইবোৰ এই বাবাৰ ভাইৰেল হোৱাৰ কাৰণ হ’ল বাবাই হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তি এৰি থৈ গৈছে।

এইবাৰ জনপ্ৰিয়তাৰ শাৰীত উঠিছে ‘বিজনেছমেন বাবা’। বাবাই ব্যৱসায়েৰে কষ্টোপাৰ্জিত ৩০০০ কোটি টকাৰ সম্পত্তি আৰু বিলাসী জীৱন ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰি বাবা হৈ পৰিছে। যাৰ বাবে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিজনেছমেন বাবাৰ কাহিনী।

বাবাই কয় যে আৰাম আৰু বিলাসীতাৰে ভৰা জীৱন যাপন কৰাৰ পিছত তেওঁ উপলব্ধি কৰিছিল যে বহুত ধন-সম্পতিয়েও এজন ব্যক্তিক তৃপ্তি দিব নোৱাৰে আৰু ইয়াৰ পিছত তেওঁ গেৰুৱা বসন পিন্ধি সন্ন্যাস লোৱাৰ সিদ্ধান্ত লয়। ব্যৱসায়ী বাবাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Businessman babaMahakumbhMahakumbh 2025Viral baba
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ
জীৱনশৈলী

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

October 15, 2026
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

October 15, 2026
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে
বিশ্ব

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

October 15, 2026
Next Post
বুধগ্ৰহ আৰু যমৰাজৰ একেলগে অৰ্ধকেন্দ্ৰ যোগ, ৩ ৰাশিৰ সলনি হৈ পৰিব ভাগ্য

বুধগ্ৰহ আৰু যমৰাজৰ একেলগে অৰ্ধকেন্দ্ৰ যোগ, ৩ ৰাশিৰ সলনি হৈ পৰিব ভাগ্য

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন, কিমান দিনলৈ থাকিব এই শাসন ব্যৱস্থা

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন, কিমান দিনলৈ থাকিব এই শাসন ব্যৱস্থা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.