• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘এক দেশ এক নিৰ্বাচন’, বিধেয়কত অনুমোদন মোদী চৰকাৰৰ

‘এক দেশ এক নিৰ্বাচন’, বিধেয়কত অনুমোদন মোদী চৰকাৰৰ

1 year ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

10 minutes ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

22 minutes ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

44 minutes ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

1 hour ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

1 hour ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

2 hours ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

2 hours ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

3 hours ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

3 hours ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

4 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

5 hours ago
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘এক দেশ এক নিৰ্বাচন’, বিধেয়কত অনুমোদন মোদী চৰকাৰৰ

editor by editor
December 12, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
‘এক দেশ এক নিৰ্বাচন’, বিধেয়কত অনুমোদন মোদী চৰকাৰৰ
0
SHARES
181
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘এক দেশ এক নিৰ্বাচন’, বিধেয়কত অনুমোদন মোদী চৰকাৰৰ

সংসদৰ শীতকালীন অধিৱেশনৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে কেন্দ্ৰীয় কেবিনেটে ‘এক দেশ এক নিৰ্বাচন’ বিধেয়কত অনুমোদন জনায়। এতিয়া কেন্দ্ৰীয় চৰকাৰে শীতকালীন অধিৱেশনত সদনত উপস্থাপন কৰিব পাৰিব এই বিধেয়ক।

কেন্দ্ৰীয় কেবিনেটে আজি বৃহস্পতিবাৰ ১২ ডিচেম্বৰ ২০২৪ তাৰিখে অনুমোদন জনাই এই বিধেয়কত। এতিয়া অহা সপ্তাহত সংসদত দাখিল কৰাৰ সম্ভাৱনা আছে এই এক দেশ এক নিৰ্বাচন বিধেয়ক।

ইয়াৰ পূৰ্বে ১৮ ছেপ্টেম্বৰত ‘এক দেশ, এক নিৰ্বাচন’ সম্পৰ্কীয় কোবিন্দ সমিতিৰ প্ৰতিবেদন কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনাইছিল। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমে ২০১৯ চনৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে এক দেশ, এক নিৰ্বাচনৰ ধাৰণা আগবঢ়াইছিল। তেওঁ কৈছিল যে দেশৰ সংহতিৰ প্ৰক্ৰিয়া সদায় অব্যাহত থাকিব লাগে। ২০২৪ চনৰ স্বাধীনতা দিৱস উপলক্ষে এই সন্দৰ্ভতো প্ৰধানমন্ত্ৰীয়ে নিজৰ মতামত ব্যক্ত কৰিছিল।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে আৰম্ভণিৰে পৰাই এক দেশ, এক নিৰ্বাচনক সমৰ্থন কৰি আহিছে। কিন্তু বৰ্তমানৰ ব্যৱস্থাটো সলনি কৰাটো অতি প্ৰত্যাহ্বানজনক কাম। ইয়াৰ বাবে একমত অতি গুৰুত্বপূৰ্ণ। দেশত One Nation One Election ৰূপায়ণ কৰিবলৈ হ’লে সংবিধান সংশোধনৰ বাবে প্ৰায় ৬ খন বিধেয়ক আনিব লাগিব। এই সকলোবোৰ সংসদত উত্তীৰ্ণ হ’বলৈ হ’লে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: electionIndian Electionmodi governmentModi SarkarOnw Nation One Election
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ
জীৱনশৈলী

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

March 31, 2026
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ
জীৱনশৈলী

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

March 31, 2026
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?
বাণিজ্য

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

March 31, 2026
Next Post
তৃতীয় টেষ্টৰ বিৰুদ্ধে অষ্ট্ৰেলিয়া দলত হাহাকাৰ, দলৰ পৰ বাহিৰ হোৱাৰ সম্ভাৱনা এগৰাকী খেলুৱৈ

তৃতীয় টেষ্টৰ বিৰুদ্ধে অষ্ট্ৰেলিয়া দলত হাহাকাৰ, দলৰ পৰ বাহিৰ হোৱাৰ সম্ভাৱনা এগৰাকী খেলুৱৈ

মংগল গ্ৰহৰ ৭বাৰ ৰাশি পৰিৱৰ্তনৰ ফলত নতুন বছৰটো অতিকে শুভ হৈ পৰিব ৩ ৰাশিৰ

মংগল গ্ৰহৰ ৭বাৰ ৰাশি পৰিৱৰ্তনৰ ফলত নতুন বছৰটো অতিকে শুভ হৈ পৰিব ৩ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.