• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ভাক্সিনত গৰুৰ ছিৰাম ব্যৱহাৰ, ভাৰত বায়’টেকৰ স্পষ্টীকৰণ

ক’ভাক্সিনত গৰুৰ ছিৰাম ব্যৱহাৰ, ভাৰত বায়’টেকৰ স্পষ্টীকৰণ

5 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

3 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

3 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

3 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

3 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

3 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

3 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

4 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

4 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

4 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

4 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

4 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

ক’ভাক্সিনত গৰুৰ ছিৰাম ব্যৱহাৰ, ভাৰত বায়’টেকৰ স্পষ্টীকৰণ

editor by editor
June 17, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত, স্বাস্থ্য
0
ক’ভাক্সিনত গৰুৰ ছিৰাম ব্যৱহাৰ, ভাৰত বায়’টেকৰ স্পষ্টীকৰণ
0
SHARES
57
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’ভিড প্ৰতিষেধক ল’লেনে? ল’লে যদি কোন বিধ প্ৰতিষেধক ল’লে? ক’ভাক্সিন নে ক’ভিচীল্ড? কৰ’না প্ৰতিষেধকক লৈ বিতর্ক অব্যাহত থকাৰ সময়তে এক আৰ টি আইৰ জৰিয়তে পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। ক’ভাক্সিনত গৰুৰ ছিৰাম ব্যৱহাৰ। ক’ভাক্সিন উৎপাদনত গৰু পোৱালিৰ ছিৰাম ব্যৱহাৰৰ তথ্য পোহৰলৈ আনিছে কংগ্ৰেছৰ  মুখপাত্ৰ গৌৰৱ পাধিয়ে। টুইটাৰত এই তথ্য প্ৰকাশ কৰি গৌৰৱ পাধিয়ে কয়, ক’ভাক্সিনত ২০ দিনীয়া গৰু পোৱালিৰ ছিৰাম ব্যৱহাৰ হৈছে। এই তথ্য মোদী চৰকাৰে স্বীকাৰ কৰিছে। এই তথ্য চৰকাৰে আগতীয়াকৈ ৰাজহুৱা কৰা প্ৰয়োজন আছিল। ছিৰাম কি? ছিৰাম হৈছে তেজৰ গোট মৰা অংশত ৰৈ যোৱা জুলীয়া অংশ। এই ছিৰামেই ক’ভাক্সিনত ব্যৱহাৰ হোৱা বুলি বিতর্কৰ সূত্ৰপাত হৈছে। প্ৰতিষেধক প্ৰস্তুত প্ৰক্ৰিয়াত গৰু পোৱালিৰ ছিৰাম ব্যৱহাৰ সন্দর্ভত চৰকাৰে স্পষ্টীকৰণ দি কৈছে যে প্ৰতিষেধক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গৰুৰ পোৱালিৰ ছিৰাম ব্যৱহাৰ কৰাটো সাধাৰণ কথা। প’লিঅ, ইনফ্লুৱেঞ্জা, ৰেবিছ আদি অন্যান্য প্ৰতিষেধক তৈয়াৰ কৰোঁতেও এনেদৰে ছিৰাম ব্যৱহাৰ কৰা হয়। ক’ভাক্সিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গৰু পোৱালিৰ ছিৰাম ব্যৱহাৰৰ কথা আংশিকভাৱে সত্য। বিষয়টো একাংশই আনদিশে নিবলৈ বিচৰা বুলিও চৰকাৰে কয়। প্ৰতিষেধকত কেনেদৰে ব্যৱহাৰ হয় গৰুৰ ছিৰাম? প্ৰকৃততে গৰুৰে নহয় আন জন্তুৰো ছিৰাম বিভিন্ন প্ৰতিষেধক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। প্ৰতিষেধক প্ৰস্তুতি পর্বত এই ছিৰাম ব্যৱহাৰ কৰি ভেৰ’ চেল বা কোষ সৃষ্টি কৰে। ভেৰ’ কোষ সৃষ্টি কৰাৰ পাছত গৰুৰ ছিৰাম ধুই পৰিষ্কাৰ কৰে। মূল প্ৰতিষেধকত নাথাকে জন্তুৰ ছিৰামৰ কোনো অৱশিষ্ট। ক’ভাক্সিনৰ প্ৰস্তুতকর্তা ভাৰত বায়’টেকেও এই সন্দর্ভত স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছে। তেওঁলোকে কৈছে মূল প্ৰতিষেধকত গৰুৰ পোৱালিৰ ছিৰামৰ নামমাত্ৰও একো নাই। ক’ভাক্সিনৰ প্ৰস্তুতি পর্বতহে এই ছিৰাম ব্যৱহাৰ হৈছে। বিভিন্ন প্ৰতিষেধক তৈয়াৰ কৰোঁতে গৰু পোৱালিৰ ছিৰাম বিশ্বব্যাপী ব্যৱহাৰ হৈ আহিছে, এই ক্ষেত্ৰত অনর্থক বিতর্ক হ’ব নালাগে। কিন্তু ইমানতে শেষ হোৱা নাই ভেকচিন বিতর্ক। ক’ভিছিল্ডক লৈয়ো সৃষ্টি হৈছে নতুন বিতর্কৰ। ক’ভিছিল্ডৰ দুটা পালি লোৱাৰ সময় চৰকাৰে বৃদ্ধি কৰিছিল। কিন্তু সম্প্ৰতি ক’ভিছিল্ডৰ দুটা পালিৰ মাজৰ ব্যৱধান বৃদ্ধিক লৈ বিতর্কৰ সূত্ৰপাত হৈছে। বিশেষজ্ঞৰ পৰামর্শ অবিহনে ক’ভিছিল্ডৰ দুটা পালিৰ মাজৰ ব্যৱধান মোদী চৰকাৰে বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰে ক’ভিড প্ৰতিষেধকৰ বাবে গঠন কৰা পৰামর্শ দান কমিটী নেচনেল টেকনিকেল এডভাইছৰি গ্ৰুপ অন ইউমিনাইজেশ্বনৰ সদস্যই উত্থাপন কৰিছে এই অভিযোগ। ক’ভিছিল্ডৰ দুয়োপালি প্ৰতিষেধক প্ৰদানৰ সময় ৬-৮ সপ্তাহৰ পৰিৱর্তে ১২-১৬ সপ্তাহলৈ মোদী চৰকাৰে স্বেচ্ছাই বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰিছে কমিটীৰ সদস্য তথা ৰাষ্ট্ৰীয় এপিডেমিয়লজীৰ প্ৰাক্তন সঞ্চালক এম ডি গুপ্তা আৰু তেওঁৰ সতীর্থ মেথিও ভার্গিছ আৰু ক’ভিড ৱর্কিং গ্ৰুপৰ সদস্য জে পি মুলিয়েলিৱে। তেওঁলোকৰ প্ৰশ্ন হ’ল চৰকাৰে দুয়ো পালিৰ ব্যৱধান ৮-১২ সপ্তাহ কৰিব পাৰে, কিন্তু ১২-১৬ সপ্তাহ কিহৰ ভিত্তিত কৰিলে? ব্যৱধান ১২-১৬ সপ্তাহ কৰিবলৈ কোনো পৰামর্শ কমিটীয়ে দিয়া নাই বুলি তেওঁলোকে দাবী কৰে। বিজ্ঞানীসকলৰ এই মন্তব্যত চৰম অস্বস্তিৰ সন্মুখিন হৈছে মোদী চৰকাৰে। লগে লগে স্পষ্টীকৰণ দি চৰকাৰে ক’লে এয়া বিশেষজ্ঞৰ পৰামর্শ অনুসৰিহে কৰা হৈছে। ক’ভিড 19 ৱর্কিং গ্ৰুপ এণ্ড ষ্টেণ্ডিং টেকনিকেল ছাব কমিটী অব নেচনেল টেকনিকেল এডভাইছৰি গ্ৰুপ অন ইউমিনাইজেশ্বনৰ সর্বসন্মত পৰামর্শ অনুসৰিহে ক’ভিছিল্ডৰ দুটা পালিৰ মাজৰ ব্যৱধান বৃদ্ধি কৰা বুলি প্ৰেছ বিবৃতি দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24calf serumcovaxin
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
কি হ’ব নগাঁও আৰু কাছাৰ কাগজ কলৰ ভৱিষ্যৎ?

কি হ’ব নগাঁও আৰু কাছাৰ কাগজ কলৰ ভৱিষ্যৎ?

নিবনুৱা যুৱক-যুৱতীৰ বাবে সুখবৰ

নিবনুৱা যুৱক-যুৱতীৰ বাবে সুখবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.