• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মিঞা, পাকিস্তানী বুলি কাৰোবাক মন্তব্য কৰাটো অপৰাধ নহয়ঃ ছুপ্ৰিম কৰ্ট

মিঞা, পাকিস্তানী বুলি কাৰোবাক মন্তব্য কৰাটো অপৰাধ নহয়ঃ ছুপ্ৰিম কৰ্ট

1 year ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

24 seconds ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

35 minutes ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

1 hour ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

2 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

3 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

4 hours ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

5 hours ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

5 hours ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

5 hours ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

6 hours ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

7 hours ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মিঞা, পাকিস্তানী বুলি কাৰোবাক মন্তব্য কৰাটো অপৰাধ নহয়ঃ ছুপ্ৰিম কৰ্ট

মিঞা, পাকিস্তানী বুলি কাৰোবাক মন্তব্য কৰাটো অপৰাধ নহয়ঃ ছুপ্ৰিম কৰ্ট

editor by editor
March 5, 2025
in জীৱনশৈলী
0
মিঞা, পাকিস্তানী বুলি কাৰোবাক মন্তব্য কৰাটো অপৰাধ নহয়ঃ ছুপ্ৰিম কৰ্ট
0
SHARES
362
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছুপ্ৰিম কৰ্টৰ আন এক ডাঙৰ পৰ্যবেক্ষণ। কাৰোবাক মিয়া, পাকিস্তানী বুলি কোৱাটো নিম্ন ৰুচিৰ পৰিচয় যদিও এয়া কোনো অপৰাধ নহয়। আনকি এই ধৰণৰ মন্তব্যক ধৰ্মীয় ভাৱাবেগত আঘাত লগা বুলিও ধাৰণা নকৰে বুলি স্পষ্টকৈ জনাই দিছে উচ্চতম ন্যায়ালয়ে।

মঙলবাৰে ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু ন্য়ায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বেঞ্চে এই সংক্ৰান্তিয় এক গোচৰৰ শুনানি দিছিল। গোচৰ তৰিছিল এজন চৰকাৰী আৰ টি আই বিভাগত কৰ্মৰত উৰ্দু ট্ৰান্সলেটৰে। তেওঁৰ দাবী আছিল তেওঁৰ এজন সহকৰ্মী হৰি নন্দন সিঙে তেওঁক পাকিস্তানী বুলি অপমান কৰিছিল। আদালতত গোচৰ তৰি তেওঁ জনাই যে এই গোচৰ সংক্ৰান্তিয় কিছু নথি হৰিক তেওঁক দিছিল। কিন্তু হৰিয়ে প্ৰথমে তেওঁৰ সেই নথি লব নুখুজিলে। পৰবৰ্তী সময়ত সেই নথি গ্ৰহণ কৰিলেও তেওঁৰ ধৰ্মক লৈ অসন্মানজনক মন্তব্য কৰে। এই মন্তব্যত তেওঁ অপমানিত হৈছে। হৰিৰ বিৰুদ্ধে তেওঁ ভয় দেখুওৱা আৰু চাপ দিয়া বুলি অভিযোগ তুলি আদালতৰ কাষ চাপিছে।

এই অভিযোগৰ প্ৰেক্ষিততেই ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২৯৮, ধৰ্মীয় অনুভূতিত আঘাত কৰা, ৫০৪ শান্তি ভংগৰ উদ্দেশ্যে অপমান কৰা আৰু ৩৫৩ চৰকাৰী কৰ্মীক কৰ্তব্য পালনত বাধা দিয়াৰ বাবে আক্ৰমণ বা অপৰাধমূলক বলপ্ৰয়োগ ধাৰাৰ গোচৰ ৰুজু হয় হৰিৰ বিৰুদ্ধে। মেজিষ্ট্ৰেটে প্ৰথমে ৩৫৩, ২৯৮, ৫০৪ ধাৰাৰ অভিযুক্তৰ বিৰুদ্ধে গোচৰ গ্ৰহণ কৰে আৰু প্ৰমাণৰ অভাৱত সেই ধাৰা বাতিলো কৰি দিয়ে। এই গোচৰ ৰাজস্থান হাইকৰ্টলৈ যায় আৰু তাৰপৰাই ছুপ্ৰিম কৰ্টলৈ যায়। সেই গোচৰতেই ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বেঞ্চৰ পৰ্যবেক্ষণ আৰু মন্তব্য অৱশ্যেই বেয়া উদ্দেশ্যে কৰা হৈছে। ধৰ্মীয় ভাৱাবেগত আঘাতৰ অপৰাধ বুলি কোৱা নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ
জীৱনশৈলী

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

July 10, 2026
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব
জীৱনশৈলী

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

July 10, 2026
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

July 10, 2026
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান
জীৱনশৈলী

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

July 10, 2026
Next Post
৪ টাকৈ গ্ৰহৰ শুভ সংযোগে ৩০ মাৰ্চৰ পৰা ৩ ৰাশিৰ লোকৰ জীৱনলৈ আনিব সোণালী দিন

৪ টাকৈ গ্ৰহৰ শুভ সংযোগে ৩০ মাৰ্চৰ পৰা ৩ ৰাশিৰ লোকৰ জীৱনলৈ আনিব সোণালী দিন

এদিনীয়া ৰেংকিঙত উন্নতি বিৰাটৰ, ৰোহিত শৰ্মাত পিছ পেলাই আগবাঢ়িল বিৰাট

এদিনীয়া ৰেংকিঙত উন্নতি বিৰাটৰ, ৰোহিত শৰ্মাত পিছ পেলাই আগবাঢ়িল বিৰাট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.