• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

1 month ago
IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

26 minutes ago
আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

44 minutes ago
বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

1 hour ago
২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

2 hours ago
মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

3 hours ago
চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

4 hours ago
অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

5 hours ago
আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

6 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

6 hours ago
হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

8 hours ago
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

8 hours ago
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

editor by editor
May 9, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?
0
SHARES
113
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিবাৰে তামিলনাডুৰ ৰাজনৈতিক ইতিহাসত এক যুগান্তকাৰী মুহূৰ্ত দেখা যাব৷ বিগত কেইবাদশকৰ পাছত প্ৰথমবাৰৰ বাবে এটা নৱগঠিত দলে প্ৰথমবাৰ নিৰ্বাচন খেলিয়েই চৰকাৰ গঠন কৰিব৷ কেইবাদিনৰ ৰাজনৈতিক অনিশ্চয়তা আৰু আলোচনাৰ পাছত তামিলনাডুৰ ভেত্ৰি কাজাগাম অৰ্থাৎ টিভিকে প্ৰধান থালাপতি বিজয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব৷ কংগ্ৰেছ, ভিচিকে, চিপিআই আৰু চিপিআইএমৰ সমৰ্থন লাভ কৰি টিভিকে সংখ্যাগৰিষ্ঠতা পাবলৈ সক্ষম হৈছে৷ টিভিকেৰ নেতৃত্বাধীন জোঁটত এতিয়া ১১৮খন আসন হৈছেগৈ৷ যি বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভৰ বাবে যথেষ্ট৷

টিভিকে নেতৃত্বাধীন চৰকাৰৰ চূড়ান্ত অনুমোদনৰ বিষয়ে ৰাজ্যপালৰ তৰপৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি নাহিলেও আগন্তুক ৫ বছৰত বিজয়ে কেনেকৈ অতি সামান্য সংখ্যাগৰিষ্ঠাৰে এটা জোঁট পৰিচলনা কৰিব সেই দিশত দৃষ্টি থাকিব সকলোৰে৷ আনকি দুই এজন বিধায়কৰ বিদ্ৰোহেও তামিলনাডুৰ ৰাজনীতিৰ পট পৰিবৰ্তন কৰাৰ উদাহৰণ আছে৷ তেনেক্ষেত্ৰত বিজয়ে সকলো দিশ কেনেদৰে সামৰি ৰাখে সেয়া দেখিব দেশৰ জনতাই৷ ৰাজনৈতিক বিশেষজ্ঞসকলে কৈছে, বিচক্ষণতা আছে বাবেই ইমান কম সময়ৰ ভিতৰত তেওঁ জনতাৰ মাজলৈ সোমাই গৈছে৷ কিন্তু তাৰমাজতো বিশেষ ৩টা পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে বিজয়-

১. তামিলনাডুৰ অধিকাংশ চৰকাৰেই বৰ্তমানলৈকে স্থিতিশীল হিচাপেই কাৰ্যনিৰ্বাহ কৰি আহিছে৷ ১৯৫২ চনৰ পাছত এইবাৰেই তামিলনাডুত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা৷ সংখ্যাগৰিষ্ঠাতকৈ কম আসন লাভ কৰি ইমানকেইটা দলক লৈ শাসনভাৰ চমজি লোৱাটো সহজ নহয়৷ কিন্তু বিজেপিক বাধা দিবলৈ বৰ্তমান পৰ্যন্ত সকলোদলেই একমত৷

কংগ্ৰেছ আৰু বাওঁদলৰ কেইবাজনো নেতাই তামিলনাডুৰ ৰাজনৈতিক অস্থিতিশীলতা ৰোধ কৰি, ধৰ্মনিৰপেক্ষ মূল্যবোধ বজায় ৰাখি আৰু ৰাজ্যৰ ৰাজনীতিৰ পৰা সাম্প্ৰদায়িক শক্তিক দূৰৈত ৰাখিব বিচাৰিছিল৷ বিজয়েও তেনে এক মূল্যবোধৰ ৰাজনীতিয়েই কৰিছে৷ সেয়ে অন্য দলসমূহেও বিজয়ক সমৰ্থনৰ হাত আগুৱাই দিছে৷

২. দলসমূহে কোনো কাৰণৰ সমৰ্থনৰ হাত উঠাই ল’লে কি হ’ব?

যদি ডাঙৰ কোনো মতবিৰোধৰ কাৰণে জোঁটৰ সকলো দলে টিভিকেৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰে তেন্তে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যা বিজয়ৰ পক্ষত নাথাকিব আৰু তেওঁ বিধানসভাত সংখ্যাগৰিষ্ঠতা মানি ল’ব লাগিব৷ ইফালে ডিএমকেৰো যদি সংখ্যাগৰিষ্ঠতা নাথাকে তেন্তে নতুন নিৰ্বাচন ঘোষণা নোহোৱা পৰ্যন্ত ৰাজ্যপালে সংবিধানৰ ৩৫৬ অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পাৰে৷

এই কথাও লক্ষ্যণীয় যে বাম দলসমূহে কৌশলগত নমনীয়তাৰ পথ বাচি লৈছে আৰু বিজয়ৰ চৰকাৰৰ সৈতে তেওঁলোক থকাৰ প্ৰতিশ্ৰুতিও দিছে৷ অৱশ্যে তেওঁলোকে সেই কথাও ঘোষণা কৰিছে যে কিছু নীতিগত বিষয়ত ডিএমকে নেতৃত্বাধীন জোঁটক সমৰ্থন কৰি যাব বাওঁদলসমূহে৷ ইয়াৰ ফলত কিছু চাপ আছে টিভিকেৰ ওপৰত৷

৩. যদি এটা দলেও সমৰ্থন প্ৰত্যাহাৰ কৰে তেতিয়া কি হ’ব?

এই পৰিস্থিতিত য’ত তিনিটা দলৰ ভিতৰত কোনো এটা দলে টিভিকেৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয় তেতিয়া বিজয়ে এএমএমকেৰ দৰে অন্যান্য দলৰ সমৰ্থন জোগাৰ কৰিবলৈ বাধ্য হ’ব৷ তেওঁ আকৌ আস্থা ভোটৰ সময়ত সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ কৰিব লাগিব আৰু সেয়া ব্যৰ্থ হলেও ৰাষ্ট্ৰপতি শাসন জাৰি হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা
বিনোদন

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

June 19, 2026
আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!
জীৱনশৈলী

আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

June 19, 2026
বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো
বিনোদন

বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

June 19, 2026
২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!
বাণিজ্য

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

June 19, 2026
Next Post
লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.