• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

3 months ago
আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

30 minutes ago
ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

1 hour ago
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

জীৱনৰ সকলো সমস্যা হ’ব দূৰ, মাত্ৰ মঙলবাৰে কৰক এই কাম!

2 hours ago
৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

3 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন হ’ব সাৱধান?

3 hours ago
ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

11 hours ago
বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

12 hours ago
তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

12 hours ago
মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

13 hours ago
বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

13 hours ago
অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

14 hours ago
ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?

ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

editor by editor
May 9, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ
0
SHARES
860
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ অনুসৰি ৰাশিচক্ৰৰ ১২ ৰাশিৰ ওপৰত কোনোবা নহয় কোনোবা গ্ৰহৰ প্ৰভাৱ থাকে৷ বিভিন্ন গ্ৰহৰ অৱস্থানৰ ফলত সেই ৰাশিৰ জাতকৰ জীৱনত কেতিয়াবা ভাল, কেতিয়াবা বেয়া সময় আহে৷ আকৌ প্ৰতিটো গ্ৰহৰ কোনোবা নহয় কোনোবা অধিপতি দেৱতা থাকে৷ সেই হিচাপে এটা এটা ৰাশিয়ে কোনোবা নহয় কোনোৱা দেৱতাৰ প্ৰিয় হয়৷ জানি থওক কোন কোন ৰাশিৰ জাতকৰ ওপৰত সকলো সময়তে লক্ষ্মী আৰু নাৰায়ণৰ আশীৰ্বাদ থাকে?

শুক্ৰ হৈছে সম্পদ আৰু সমৃদ্ধিৰ কাৰক গ্ৰহ৷ এই গ্ৰহৰ অধিপতি দেৱতা লক্ষ্মী৷ শুক্ৰৰ প্ৰভাৱত চাৰি ৰাশিৰ জাতক লাভৱান হ’ব৷ ইয়াৰ ফলত জীৱনত লক্ষ্মী আৰু বিষ্ণুৰ কৃপাত প্ৰচুৰ অৰ্থ আৰু সমৃদ্ধি লাভ কৰিব৷ কেতিয়া আৰ্থিক কষ্টৰ মুখত পৰিবলগীয়া হয় এই ৪ৰাশিৰ জাতক৷

বৃষ ৰাশি

বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ৷ মা লক্ষ্মীৰ এই ৪ৰাশিৰ জীৱনত থাকিব৷ এওঁলোক শান্ত আৰু স্থিতিশীল৷ জীৱনত ভাৰসাম্য বৰ্তাই ৰাখিব পাৰিব৷ বৃষ ৰাশিৰ জাতকৰ ব্যক্তিত্বই অন্যসকলক আকৰ্ষণ কৰে৷ এওঁলোকে প্ৰচুৰ অৰ্থ উপাৰ্জন কৰে আৰু বিলাসী জীৱনযাপন কৰে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰ৷ চন্দ্ৰৰ ওপৰত মা লক্ষ্মীৰ প্ৰভাৱ থাকে৷ এওঁলোক অত্যন্ত আৱেগপ্ৰৱণ আৰু পৰিশ্ৰমী৷ পৰিয়ালত সুখৰ বাবে সকলোবোৰ কৰিব পাৰে কৰ্কটৰ জাতকে৷ অলপ পৰিশ্ৰম কৰিয়েই বৃহৎ সাফল্য অৰ্জন কৰিব৷ আৰ্থিকভাৱে তেওঁলোকৰ জীৱন সুৰক্ষিত থাকে৷

সিংহ ৰাশি

ৰজাৰ দৰে জীৱন কটাবলৈ ভালপায় সিংহ ৰাশিৰ জাতকে৷ আত্মবিশ্বাসেৰে ভৰপুৰ হয়৷ তেওঁলোকৰ নেতৃত্ব দিয়াৰ ক্ষমতা দুৰ্দান্ত৷ নিজৰ পৰিশ্ৰমৰ মাধ্যমেৰে নিজৰ এক পৃথক পৰিচয় গঢ়ি তোলে সিংহ ৰাশিৰ জাতকে৷ মা লক্ষ্মীৰ কৃপাত কেৰিয়াৰত উন্নতিৰ সুযোগো পায় তেওঁলোকে৷

তুলা ৰাশি

তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ৷ এওঁলোকৰ মাজত কঠিন সময়ত মাথা ঠাণ্ডা ৰাখি সিদ্ধান্ত লয়৷ কেতিয়াও কোনো পৰিস্থিতিতেই উদ্বিগ্ন নহয়৷ কূটনীতিত দক্ষ তুলাৰ জাতকে সকলো পৰিস্থিতিতে জয় লাভো কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!
ভাৰত

আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

August 4, 2026
ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!
জীৱনশৈলী

ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

August 4, 2026
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ
জীৱনশৈলী

জীৱনৰ সকলো সমস্যা হ’ব দূৰ, মাত্ৰ মঙলবাৰে কৰক এই কাম!

August 4, 2026
৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি
জীৱনশৈলী

৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

August 4, 2026
Next Post
ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.