• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

4 months ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

5 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

5 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

5 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

6 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

7 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

7 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

7 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

8 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

9 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

10 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

11 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

editor by editor
May 9, 2026
in জীৱনশৈলী, স্বাস্থ্য
0
হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?
0
SHARES
127
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিকিৎসকে কয়, যিসমূহ পৰিয়ালত পূৰ্বে হাৰ্টৰ ৰোগী আছে তেওঁলোকৰ হাৰ্ট এটেকৰ আশংকা খুবেই বেছি৷ প্ৰকৃততে হৃদৰোগ এটা জেনেটিক ৰোগ৷ এই ৰোগ DNAৰ জৰিয়তে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বাগৰে৷ আপোনাৰ পৰিয়ালতো যদি কোনো হাৰ্টৰ ৰোগী থাকে তেন্তে সেই পৰিয়ালৰ অন্যান্য সদস্যসকলেও পূৰ্বৰে পৰাই সাবধান হোৱাটো ভাল৷

পৰিয়ালত হাৰ্ট এটেকৰ ইতিহাস থাকিলে আপুনি ধুমপান কৰা এতিয়াৰে পৰাই বন্ধ কৰক৷ কাৰণ চিগাৰেটত থকা নিকোটিনে তেজ ঘন কৰে যিয়ে হাৰ্ট দুৰ্বল কৰে৷ সেয়ে সতৰ্ক হোৱা খুবেই জৰুৰী৷

শাৰীৰিক কাৰ্যকলাপ নকৰা

শাৰীৰিক কাৰ্যকলাপ এটা সুস্থ জীৱনধাৰাৰ অংশ৷ স্থুলতা বাঢ়ি গ’লেহে বেছিভাগ মানুহে শাৰীৰিক কাৰ্যকলাপ আৰম্ভ কৰে৷ কিন্তু হাৰ্ট সক্ৰিয় কৰি ৰাখিবলৈ আৰু শৰীৰৰ অন্যান্য অংগৰ স্বাস্থ্যৰ বাবেও ব্যায়াম অতি গুৰুত্বপূৰ্ণ৷ হাৰ্ট এটেকৰ পাৰিবাৰিক হিষ্ট্ৰি থাকিলে শাৰীৰিক ক্ৰিয়াক অৱহেলা নকৰিব৷

এলক’হল পান কৰা

এক ফোট এলক’হলো স্বাস্থ্যৰ বাবে বিষ হৈ পৰে৷ যিসকলে এলক’হল পান কৰে তেওঁলোকৰ মাজত কৰ্কটৰ আশংকাও বাঢ়ি যায়৷ ইয়াৰোপৰি ই হাৰ্টৰো যথেষ্ট ক্ষতি কৰে৷ হৃদস্পন্দনৰ তীব্ৰতা ইয়াৰ ইংগিত৷ সেয়ে সতৰ্ক হোৱাটো জৰুৰী৷

চৰ্বিযুক্ত খাদ্য

চৰ্বি শৰীৰৰ বাবে অপৰিহাৰ্য৷ কিন্তু অতিৰিক্ত পৰিমাণে অস্বাস্থ্যকৰ চৰ্বি, যি জাংক ফুড আৰু ভজা খাদ্যৰ পৰা আহে, সি হাৰ্টৰ সমস্যা সৃষ্টি কৰিব পাৰে৷ চৰ্বিত কলষ্টেৰল বৃ্দ্ধি হ’লে হৃদৰোগৰ আশংকাও বাঢ়ি যায়৷ কলষ্টেৰলৰ মাত্ৰা বাঢ়িলে শৰীৰৰ ওজন বাঢ়ি যায়৷ ঘামিবলৈ আৰম্ভ কৰিব, বুকুৰ বিষ হ’ব পাৰে৷

অত্যাধিক চাপ লোৱা

মানসিক চাপৰ প্ৰভাৱ কেৱল মস্তিষ্কতেই সীমাবদ্ধ নাথাকে, ই হৃদপিণ্ডকো দুৰ্বল কৰে৷ এনে পৰিস্থিতিত মানসিক চাপ কমোৱা আৰু সঠিকভাৱে নিজকে পৰিচালন কৰাটো জৰুৰী৷
চিকিৎসকৰ তথ্য অনুসৰি ৩৫ বছৰ বয়সীয়া তৰুণৰ মাজত হাৰ্ট এটেকৰ ঘটনা সকলোতকৈ বেছি আমাৰ দেশত৷ আগন্তুক কেইবাবছৰত ভাৰতত এই সমস্যা আৰু বাঢ়িব পাৰে৷ হাৰ্টৰ সমস্যাৰ বাবেই মানুহৰ গড় আয়ু কমিবলৈ ধৰিছে৷ আনকি ২৫ বছৰ বয়সীয়া যুৱক যুৱতীও হৃদৰোগত আক্ৰান্ত হ’ব ধৰিছে৷ এইসমূহ সমস্যাৰ মূল কাৰণ হৈছে ভুল জীৱনযাপন আৰু ভুল খাদ্যভাস৷ যাৰ বাবে চহৰাঞ্চলৰ জনসংখ্যাৰ প্ৰায় ৩০ শতাংশ আৰু গাওঁ অঞ্চলৰ জনসংখ্যাৰ ১৫ শতাংশৰ উচ্চ ৰক্তচাপ আছে বা তেওঁলোকৰ হাৰ্ট এটেকো হৈছে৷
যিসকলৰ ডায়বেটিছ থাকে তেওঁলোকৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও স্বাভাৱিক মানুহৰ তুলনাত দুইৰ পৰা তিনিগুণ বেছি৷ ডায়বেটিছৰ পাছতেই উচ্চ ৰক্তচাপ হাৰ্ট এটেকক সকলোতকৈ ডাঙৰ কাৰণ৷ হৃদৰোগৰ মূল কাৰণসমূহৰ ভিতৰত প্ৰধান হৈছেঃ স্থুলতা, ধূমপান, ঔষধ, এলক’হল, জিমৰ বাবে ষ্টেৰয়েডৰ ব্যৱহাৰো হাৰ্ট এটেকৰ কাৰণ হ’ব পাৰে৷ হাৰ্ট এটেকৰ সকলোতকৈ ডাঙৰ কাৰণ হৈছে পিজ্জা আৰু বাৰ্গাৰৰ দৰে জাংক ফুড খোৱাও৷
(disclaimer- প্ৰিয় পাঠক, আমাৰ খবৰ পঢ়াৰ বাবে আপোনাক ধন্যবাদ৷ এই খবৰ আমি কেৱল সচেতনতাৰ বাবেহে প্ৰকাশ কৰিছো৷ আমি এই লেখা পঢ়ি সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ ল’বই৷)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!
জীৱনশৈলী

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

September 19, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

September 19, 2026
Next Post
নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.