• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

3 weeks ago
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

6 hours ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

7 hours ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

8 hours ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

9 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

11 hours ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

11 hours ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

11 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

12 hours ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

12 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

13 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

13 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

editor by editor
May 9, 2026
in জীৱনশৈলী
0
ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?
0
SHARES
735
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্ৰিগেড মঞ্চত হেভিৱেট নেতাৰ ভিৰ৷ মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰবাবু নাইডু, যোগী আদিত্যনাথসহ ২৩খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত হৈছে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ অনুষ্ঠানত৷ আজি বংগত বিজেপি চৰকাৰৰ প্ৰথমখন মন্ত্ৰীসভাত মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব শুভেন্দু অধিকাৰীয়ে৷

মমতা বেনাৰ্জীক ভৱানীপুৰত হৰুৱাই ৰেকৰ্ড গঢ়িছে শুভেন্দু অধিকাৰীয়ে৷ জয়ী হৈছে নন্দীগ্ৰামৰ পৰাও৷ ছাব্বিছৰ নিৰ্বাচনত এক কথাত জায়াণ্ট কিলাৰ তেওঁ৷ আৰু সেয়ে অমিত শ্বাহে কলকাতালৈ আহি তেওঁৰ নামেই মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিছে৷ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ক্ষন্তেক সময়ৰ পাছতেই তেওঁৰ শপতগ্ৰহণ অনুষ্ঠান৷ জানি থওক কিমান সম্পত্তিৰ মালিক পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী?

ছাব্বিছৰ নিৰ্বাচনত দুটাকৈ কেন্দ্ৰৰ পৰা প্ৰাৰ্থী হৈছিল শুভেন্দু অধিকাৰী৷ তেওঁৰ সম্পত্তি কিন্তু পূৰ্বতকৈ কমিহে গৈছে এইবাৰ৷ ৫ বছৰৰ পূৰ্বে বিগত বিধানসভা নিৰ্বাচনৰ মনোনয়ন জমা দিয়াৰ হিচাপ অনুসৰি শুভেন্দুৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ৯০ লাখ ৬হাজাৰ ১৪৯ টকা ৩২ পইছা৷  আৰু এই ৫বছৰত কিমান কমিল?

আয়কৰ

২০২৪-২৫ বিত্তীয়বৰ্ষত শুভেন্দু অধিকাৰীয়ে মুঠ আয়কৰ দিছে ১৭লাখ ৩৮ হাজাৰ ৫৯০টকা৷ ২০২৩-২০২৪ বিত্তীয় বৰ্ষত দিছিল ১০ লাখ ৩৭ হাজাৰ ১৬০ টকা৷ ২০২২-২৩ বিত্তীয় বৰ্ষত দিছিল ৮লাখ ৭৮হাজাৰ ৪০০ টকা আৰু ২০২১-১১ বিত্তীয়বৰ্ষত দিছিল ৮ লাখ ৮হাজাৰ ৪৬১টকা৷

অস্থাৱৰ সম্পত্তি

এই মুহূৰ্তত শুভেন্দু অধিকাৰীৰ হাতত আছে নগদ ১২ হাজাৰ টকা৷ তেওঁৰ নিজৰ কোনো বাহন নাই৷ নাই সোণৰ অলংকাৰো৷ একাধিক বেংক একাউণ্ট আছে যদিও তেওঁৰ মুঠ জমা টকাৰ পৰিমাণ ২৪লাখ ৫৭ হাজাৰ ৬০০ টকা৷ এই তালিকাত আছে কিষাণ বিকাশ পত্ৰ, ডাকঘৰৰ সঞ্চয় প্ৰকল্পত বিনিয়োগো৷

স্থাৱৰ সম্পত্তি

এগৰা আৰু নন্দীগ্ৰামত মাটি আছে শুভেন্দুৰ নামেৰে৷ ২.৪৬ একৰ কৃষিভূমিৰ মালিক তেওঁ৷ এটা মাটিৰ মূল্য প্ৰায় ১ লাখ ৫হাজাৰ৷ আনটো প্ৰায় ৮ লাখ৷ সম্পত্তিৰ শেষ ইয়াতেই নহয়৷ তমলুকৰ পাৰ্বতীপুৰত মণীশা এপাৰ্টমেণ্টত ৪৫০ বৰ্গফুটৰ এটা ফ্লেটো আছে৷ কুমাৰপুৰ মৌজাত আছে নিবেদিতা আৱাসনৰ ১১৫২ স্কোৱাৰফিটৰ ফ্লেট, কাৰকুলিত চাৰে ৪হাজাৰ স্কোৱাৰফুটৰ আৱাসিক ভৱন৷ সকলো মিলি স্থাবৰ সম্পত্তিৰ পৰিমাণ ৬১ লাখ ৩০ হাজাৰ টকা৷

মুঠ সম্পত্তিৰ পৰিমাণ

স্থাৱৰ আৰু অস্থাবৰ মিলি শুভেন্দুৰ মুঠ ৮৫ লাখ ৮৭ হাজাৰ ৬০০ টকাৰ মালিক৷ যি ২০২১ চনৰ তুলনাত ৪লাখ ১৮ হাজাৰ ৫৪৯কম৷

শিক্ষাগত যোগ্যতা
২০১১ চনৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্নাতকোত্তৰ পাছ কৰে৷

গোচৰ

শুভেন্দুৰ মনোনয়ন পত্ৰৰ ১৯-২০ নম্বৰ পাতত আছে তেওঁৰ বিৰুদ্ধে বিভিন্ন থানাত দাখিল হোৱা গোচৰৰ তথ্য৷ গড়বেতা, চাঁচল, খড়গপুৰ, খড়দা, লালগড়, ছাঁকৰাইল, জামবনি, ঝাড়গ্ৰাম, বেলোঘাট, বউবাজাৰ, ভূপতিনগৰ, হেয়াৰ ষ্ট্ৰিট, দুৰ্গাচক, আলিপুৰদুৱাৰ, কুলটি, পাঁচকুড়া, ময়দান, কাঁধি, জোড়াসাঁকোৰ থানাত অভিযোগ আছে শুভেন্দুৰ নামত৷ এইসমূহৰ একাধিক কেছ বিভিন্ন লৱাৰ কৰ্টত আছে৷ আদিবাসীসকলক অসন্মান, চৰকাৰী সম্পত্তি ভঙাচিঙা কৰা, আৰ্থিক দুৰ্নীতি, সাম্প্ৰদায়িক হিংসাৰ চেষ্টা, হত্যাৰ চেষ্টা আনকি পকছো কেছৰো অভিযুক্ত শুভেন্দু৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

May 30, 2026
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?
জীৱনশৈলী

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

May 30, 2026
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!
জীৱনশৈলী

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

May 30, 2026
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!
জীৱনশৈলী

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

May 30, 2026
Next Post
PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.