• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

4 months ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

5 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

5 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

5 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

7 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

8 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

9 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

9 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

10 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

11 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

12 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

editor by editor
May 9, 2026
in জীৱনশৈলী
0
PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?
0
SHARES
149
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে পশ্চিমবংগলৈ ক্ষমতালৈ আহিছে বিজেপি৷ ৰাজ্যত প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে শুভেন্দু অধিকাৰীয়ে৷ শনিবাৰে ১১বাজি ৩০ মিনিটত আনুষ্ঠানিকভাৱে শপতগ্ৰহণ কৰিছে শুভেন্দু অধিকাৰীয়ে৷ কলকাতাৰ ব্ৰিগেডৰ পেৰেড গ্ৰাউণ্ডত আয়োজন কৰা হৈছে এক বিশাল অনুষ্ঠানৰ৷ এই অনুষ্ঠানলৈ আহিছে দেশৰ বহু ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি শিল্পী, কলা-কুশলী আৰু অন্যান্য ক্ষেত্ৰত তাৰকা ব্যক্তি৷

আহিছে ২৩জন মুখ্যমন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, শীৰ্ষ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ ওপৰিও বিজেপি শাসিত ৰাজ্যসমূহৰ প্ৰায় ২৩জন মুখ্যমন্ত্ৰীও এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত হৈছে৷ এই তালিকাত আছে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’, মণিপুৰৰ মুখ্যমন্ত্ৰী খেম চন্দ সিং, উপমুখ্যমন্ত্ৰী নেমছা কিপজেন, ৰাজস্থানৰ মুখ্যমন্ত্ৰী দিয়া কুমাৰী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে,  চন্দ্ৰবাবু নাইডু, যোগী আদিত্যনাথ, ৰেখা গুপ্তাকে ধৰি উপস্থিত আছে ভিন্নৰাজ্যৰ মুখ্যমন্ত্ৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

September 20, 2026
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক
জীৱনশৈলী

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

September 20, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

September 20, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

September 20, 2026
Next Post
কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.