• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

5 months ago
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

1 second ago
বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

40 minutes ago
মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

1 hour ago
আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

2 hours ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

10 hours ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

10 hours ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

11 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

11 hours ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

12 hours ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

12 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

13 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

editor by editor
May 9, 2026
in জীৱনশৈলী
0
নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?
0
SHARES
135
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কামৰ চাপ, দুশ্চিন্তাত টোপনি কম হোৱাটো স্বাভাৱিক৷ নিশাৰ পাছত নিশা যদি টোপনি কম হয় তেন্তে সেয়া কোনো অসুখৰ লক্ষণ৷ দৈনিক কামৰ ধাৰাত শ্লিপ ছাইকল সলনি হৈছে প্ৰতিনিয়ত৷ কেতিয়াবা নিশা জাগি থাকিলে অফিচৰ কাম, আৰু কেতিয়াবা দুপৰ নিশালৈকে টিভি, মোবাইল, লেপটপ চায়েই সময় পাৰ কৰে বহুজনে৷ সকলো মিলি টোপনিৰ সময় দৈনিক সলনিও হৈ আছে তেনেহলে শৰীৰে ইয়াৰ চাপ পোৱাটো নিশ্চিত৷ টোপনিৰ অভাৱত ক্লান্তি, অৱসাদ আহে৷ আৰু এক সমস্যা হৈছে যিসকল পুৰুষৰ টোপনি কম হয় তেওঁলোকৰ শুক্ৰাণুৰ গুণমান কমিবলৈ ধৰে৷ ফলত বন্ধ্যাত্বৰ সমস্যা আৰু বাঢ়ি যায়৷

শৰীৰৰ আৰু এক ঘড়ী আছে যাক কোৱা হয় জৈৱিক ঘড়ী৷ এই ঘড়ী নিৰ্দিষ্ট ছন্দত তলে৷ দেহ ঘড়ীৰ এই ছন্দ মানি ২৪ ঘণ্টা ধৰি নানান গুৰুত্বপূৰ্ণ শাৰীৰবৃত্তীয় কাৰ্যকলাপ চলি থাক৷ নিশা নিৰ্দিষ্ট সময়ত টোপনি আহিলে আৰু পুৱা সময়মতে টোপনি ভাঙিলে নিৰ্দিষ্ট সময়ত ভোকো লাগে৷ এই জৈৱিক সময়ছন্দক কোৱা হয় ছাৰ্কাডিয়ান ৰিডম বা বায়োলজিকেল ক্লক৷ সেইমতে  হৰমনৰ ক্ষৰণো নিয়ন্ত্ৰিত হয়৷ হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ গৱেষকে দেখুৱাইছে যে মস্তিষ্কৰ হাইপোথেলমাছৰ ভিতৰত হাজাৰ হাজাৰ নিউৰণক লৈ গঠিত ছুপ্ৰাকিয়াছমেটিক নিউক্লিয়াছে শৰীৰৰ কেন্দ্ৰীয় ঘড়ী হিচাপে কাম কৰে৷
এই ঘড়ীৰ সৈতে তাল মিলাই শাৰীৰবৃত্তীয় ক্ৰিয়াসমূহ নিয়ন্ত্ৰিত হয় আৰু বাহিৰৰ সময়চক্ৰৰ সৈতে শৰীৰৰ সামঞ্জস্য বজায় ৰাখে৷ কোনো কাৰণত যদি ঘড়ীৰ ছন্দ সলনি হৈ যায় তেতিয়া শৰীৰৰ ভিতৰত তৈয়াৰী প্ৰটিন, হৰমনসমূহৰ ভাৰসাম্যও নষ্ট হব৷ জৈবিক ঘড়ীৰ নিয়ম অনুসৰি এজন প্ৰাপ্তবয়স্কই নিশা সাতৰ পৰা আট ঘণ্টা সময় টোপনি যোৱাটো জৰুৰী৷ এই সময়ত শৰীৰত নানান হৰমনৰ ক্ষৰণ আৰু সেইসমূহৰ ক্ৰিয়াকলাপ চলি থাকে৷ যদি সময় কমাই ২-৪ ঘণ্টালৈ লৈ অহা হয় তেতিয়া গুৰুত্বপূৰ্ণ হৰমনসমূহৰ কাম নষ্ট হব৷ তাৰ মাজত টেষ্টোষ্টেৰণ হৰমনো আছে৷
হাৰ্ভাৰ্ডৰ গৱেষকে পৰীক্ষা কৰি দেখুৱাইছে যে ব্যক্তি এজনে প্ৰতি নিশা জাগি থাকিলে আৰু পুৱতি নিশা মাত্ৰ ৪ ঘণ্টামান শুলে তাৰ ফলত শৰীৰত টেষ্টোষ্টেৰণ হৰমনৰ ভাৰসাম্য খেলিমেলি হয়৷ আৰু হৰমনৰ ভাৰসাম্য খেলিমেলি হলে শুক্ৰাণুৰ উৎপাদন আৰু তাৰ গুণগত মানো নষ্ট হৈ পৰে৷ ফলত স্বাভাৱিকভাৱেই বন্ধ্যাত্বৰ সমস্যা বাঢ়িব৷
দেহঘড়ীত খেলিমেলি আহিলে কাৰ্টিছল হৰমনৰ ক্ষৰণো বাঢ়ে৷ ইয়াক কোৱা হয় ষ্ট্ৰেছ হৰমন৷ কাৰ্টিছল বাঢ়ি গলে টেষ্টোষ্টেৰণৰ ক্ষৰণ কমি যায়৷ ফলত অবষ্ট্ৰেকটিভ শ্লিপ এপপনিয়াৰ আশংকা বাঢ়ে৷ এই ৰোগত টোপনিৰ মাজত বাৰে বাৰে শ্বাস বন্ধ হৈ যায়৷ প্ৰদাহ বাঢ়ে, যাৰ পৰা অনিদ্ৰাৰ সমস্যাই দেখা দিব পাৰে৷ দেহঘড়ী দীৰ্ঘ সময় ধৰি বিঘ্নিত হলে টাইপ-২ ডায়বেটিছ, স্থুলতা, হৃদৰোগ, কৰ্কটৰ আশংকাও বাঢ়ে৷ ইয়াৰ ফলত শুক্ৰাণুৰ সংখ্যাও কমি যাব পাৰে৷ সেয়ে নিশাৰ টোপনি খুবেই জৰুৰী৷ যদি টোপনি নাহে তেন্তে মেডিটেছন কৰক আৰু ব্ৰিডিং এক্সাৰচাইজ কৰক৷ ইয়াৰ ফলত টোপনিৰ সমস্যা দূৰ হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুম্বাইত তেজৰ বিনিময়ত ঘড়ী
জীৱনশৈলী

মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

October 16, 2026
আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন
জীৱনশৈলী

আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

October 16, 2026
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা
জীৱনশৈলী

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

October 15, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

October 15, 2026
Next Post
ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.