• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

4 months ago
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

10 minutes ago
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

55 minutes ago
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

1 hour ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

2 hours ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

3 hours ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

4 hours ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

13 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

14 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

15 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

15 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

16 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

editor by editor
May 25, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ
0
EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম
0
SHARES
170
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বৰ্তমান সোণৰ দাম বহু পৰিমাণে বৃদ্ধি পাইছে৷ মধ্যপ্ৰাচ্যৰ উত্তপ্ত পৰিস্থিতিৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে আমাৰ দেশতো এবছৰৰ বাবে সোণ ক্ৰয় নকৰিবলৈ জনতাক আহ্বান জনাইছে৷ তথাপিও সোণক লৈ সকলোৰেই আছে বিশেষ দুৰ্বলতা৷ মোটা অংকৰ ধন খৰচ কৰি সোণ কিনিব সকলোৱে নোৱাৰে বাবেই বহুতেই জানিব খোজে বাহন, ঘৰ আদি ক্ৰয় কৰাৰ দৰে সোণ EMI ত ক্ৰয় কৰিব পাৰিনে? ইয়াৰ উত্তৰ একেষাৰেই হাঁ বুলি ক’ব পাৰি৷ এতিয়া দেশৰ বেছিভাগ ডাঙৰ ডাঙৰ জুৱেলাৰি সংস্থা আৰু বেংকে ইএমআইৰ সুবিধাৰে সোণ কিনাৰ সুযোগ দিছে৷

কেনেকৈ EMIত সোণ কিনিব?

সাধাৰণতে দুইধৰণে EMIত সোণ কিনা সম্ভৱ৷
১. ক্ৰেডিট কাৰ্ড EMI- সকলোতকৈ সহজ আৰু জনপ্ৰিয় পদ্ধতি৷ বহু জুৱেলাৰি দোকানে ক্ৰেডিট কাৰ্ডৰ মাধ্যমেৰে ৩মাহ, ৬মাহ, ৯মাহ বা ১২ মাহৰ EMI অপশ্ব্যন দিয়ে৷ নিৰ্দিষ্ট অংকতকৈ বেছি ক্ৰয় বিক্ৰয় কৰিলে এই সুবিধা পোৱা যায়৷
২. জুৱেলাৰী দোকানৰ নিজস্ব স্কিমঃ কিছু ডাঙৰ ডাঙৰ জুৱেলাৰি ব্ৰেণ্ডে মাহিলী জমা স্কিম চলায়৷ নিৰ্দিষ্ট সময় ধন জমা কৰাৰ পাছত সেই অৰ্থৰে সোণ কিনিব পাৰে৷ এইক্ষেত্ৰত অতিৰিক্ত বোনাছো দিয়া হয়৷ EMI ত সোণ কিনাৰ সুবিধাৰ সৈতে একেলগে বৃহৎ অংকৰ টকা খৰচ হোৱাৰ পৰা ৰক্ষা পৰে গ্ৰাহক৷
EMI ত সোণ কিনাৰ সুবিধা যেনেকৈ আছে তেনেকৈ অসুবিধাও আছে
সুদৰ চাপঃ সকলো ইএমআই কিন্তু ন কষ্ট নহয়৷ বহুক্ষেত্ৰত ১২ শতাংশৰ পৰা ১৮ শতাংশ পৰ্যন্ত সুদ দিব লগা হ’ব পাৰে৷
Processing fee, GST- সোণ ইএমআইত ল’লে আপুনি অন্য লোনৰ দৰে ইয়াতো Processing fee, GST আদি দিব লগা হ’ব পাৰে৷
ঋণৰ বোজা- ইএমআই মিচ কৰিলে ক্ৰেডিট স্কোৰ বেয়া হ’ব পাৰে৷ ফলত ভৱিষ্যতে ঋণ পোৱাত সমস্যা হ’ব পাৰে৷

সোণ ক্ৰয়ৰ পূৰ্বে কি কি বিষয়ত গুৰুত্ব দিব?

Hallmark যুক্ত সোণ কিনিছে নে সেয়া নিশ্চিত কৰিব৷ ইএমআইৰ সুদৰ হাৰ ভালকৈ জানি ল’ব৷ মুঠ কিমান টকা উভতাই দিব লগা হ’ব সেই হিচাপ কৰি ল’ব৷ মাহিলী আয়ৰ সৈতে সামঞ্জস্য থাকিলে ইএমআই লওক অফাৰ চাই নহয়৷ প্ৰয়োজনবোধ কৰিলেহে সোণ কিনিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

September 17, 2026
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?
জীৱনশৈলী

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

September 17, 2026
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?
জীৱনশৈলী

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

September 17, 2026
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন
জীৱনশৈলী

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

September 17, 2026
Next Post
কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.