• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

2 months ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

13 minutes ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

41 minutes ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

1 hour ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

2 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

3 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

3 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

5 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

5 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

6 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

7 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

20 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

editor by editor
May 25, 2026
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত
0
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?
0
SHARES
924
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পদ্মসন্মানেৰে ভূষিত হ’ল ভাৰতৰ মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ৷ সোমবাৰে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ পৰা পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিছে হৰমনপ্ৰীতে৷ অৱশ্যে ক্ৰিকেটক্ষেত্ৰৰ পৰা পুৰুষ দলৰ ক্ৰিকেটাৰ ৰোহিত শৰ্মাইয়ো লাভ কৰিছে এই সন্মান৷ চলিত বছৰৰ অৰ্থাৎ ৭৭সংখ্যক গণৰাজ্য দিৱসৰ দিনাই পদ্ম পুৰস্কাৰ প্ৰাপকৰ নামৰ তালিকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ তাতেই ৰোহিত শৰ্মা, হৰমনপ্ৰীত কৌৰসহ মুঠ ৯গৰাকী ক্ৰীড়াবিদৰ নাম আছে৷ কিন্তু তালিকাত নাম থকা স্বত্ত্বেও এই সন্মান গ্ৰহণ কৰিবলৈ কিয় উপস্থিত নহ’ল ৰোহিত শৰ্মা?

সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ২জনে পদ্মবিভূষণ, ৬জনে পদ্মভূষণ, ৫৮জনে পদ্মশ্ৰীৰ সন্মান লাভ কৰিছে৷ সকলোৰে হাতে হাতে এই পুৰস্কাৰ তুলি দিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে৷ এই অনুষ্ঠানত উপস্থিত থাকি পদ্মশ্ৰী সন্মান হাতত তুলি লৈছে মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে৷ পেৰা এথলিট প্ৰবীণ কুমাৰ আৰু হকি কোন বলদেৱ সিঙেও পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিছে৷ এই দিনটোত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ অনুপস্থিতিক লৈ এতিয়া আলোচনা চলিছে৷

২০২৪ চনৰ টি-২০ৰ বিশ্বকাপজয়ী অধিনায়ক ৰোহিত৷ বিগত বছৰ তেওঁৰ নেতৃত্বত ভাৰতে চেম্পিয়ন্স ট্ৰফিও জয় কৰিছে৷ দেওবাৰে মুম্বাইত আইপিএলো খেলিছে ৰোহিতে৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি আই পিএলৰ সময়সূচীৰ কাৰণেই দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হ’ব নোৱাৰিলে ৰোহিতে৷ আকৌ এদিন অনুষ্ঠান পাতি ভাৰতৰ ৱানডে দলৰ তাৰকা ক্ৰিকেটাৰ ৰোহিতৰ হাতত তুলি দিয়া হ’ব এই পুৰস্কাৰ৷

প্ৰকৃততে পদ্ম সন্মান একাধিক অনুষ্ঠানৰ মাজেৰে দিয়া হয়৷ অৰ্থাৎ সময়ান্তৰত বহুতকে একেলগে মাতি এই সন্মান তেওঁলোকৰ হাতত তুলি দিয়া হয়৷ ৰোহিতকো আকৌ তেনেকৈয়ে দিয়া হ’ব৷ ইয়াৰোপৰি ২০২৬ চনৰ একমাত্ৰ ক্ৰীড়াবিদ হিচাপে দেশৰ তৃতীয় সৰ্বোচ্চ সন্মান পদ্মভূষণ লাভ কৰিছে বিজয় অমৃতৰাজে৷ ১৯৮৩ চনত তেওঁ পদ্মশ্ৰী সন্মান লাভ কৰিছিল৷ তাৰ পূৰ্বে পাইছিল অৰ্জুন পুৰস্কাৰ৷ ভাৰতীয় ক্ৰীড়াৰ অসামান্য অবদানৰ বাবে এইবাৰ পদ্মভূষণ লাভ কৰিছে তেওঁ৷ ইয়াৰ সৈতে ভাৰতীয় মহিলা হকী দলৰ গ’লকিপাৰ সবিতা পুনিয়াই পাইছে পদ্মশ্ৰী সন্মান৷ মৰণোত্তৰ পদ্মশ্ৰী লাভ কৰিছে প্ৰাক্তন কুস্তি কোচ ভ্লাডিমিৰ মেস্তভিৰিশভিয়ে৷ জৰ্জিয়াৰ নাগৰিক হলেও সুশীল কুমাৰ, যোগেশ্বৰ দত্ত আৰু বজৰং পুনিয়াহঁতৰ দৰে অলিম্পিক পদকজয়ীসকলৰ কোচিং কৰিছিল মেস্তভিৰিশভিয়ে৷ ইয়াৰোপৰি পদ্মশ্ৰী পাইছে কে পাজানিভেল, তামিলনাডুৰ ঐতিহ্যবাহী ছিলামবাম মাৰ্ছেল আৰ্টত অনবদ্য অবদান আছে তেওঁৰ৷ বুন্দেলখণ্ডৰ মাৰ্ছেল আৰ্ট বুন্দেলি ৱাৰত অবদানৰ স্বীকৃতিৰূপে পদ্মশ্ৰী পাইছে ভগৱান দাস ৰায়কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?
বাণিজ্য

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

July 27, 2026
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!
জীৱনশৈলী

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

July 27, 2026
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?
বাণিজ্য

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

July 27, 2026
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই
জীৱনশৈলী

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

July 27, 2026
Next Post
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.