• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৰখাদক দম্পতী! আহাৰত প্ৰত্যেকদিনেই ভক্ষণ কৰে নৰমাংস, ক’ত এই ঘটনা? সবিশেষ জানিবলৈ ক্লিক কৰক…

নৰখাদক দম্পতী! আহাৰত প্ৰত্যেকদিনেই ভক্ষণ কৰে নৰমাংস, ক’ত এই ঘটনা? সবিশেষ জানিবলৈ ক্লিক কৰক…

4 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

8 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

8 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

8 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

8 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

9 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

9 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

12 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

13 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

14 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

15 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

16 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

নৰখাদক দম্পতী! আহাৰত প্ৰত্যেকদিনেই ভক্ষণ কৰে নৰমাংস, ক’ত এই ঘটনা? সবিশেষ জানিবলৈ ক্লিক কৰক…

editor by editor
October 6, 2022
in অপৰাধ, খাদ্য, বিবিধ, বিশ্ব
0
নৰখাদক দম্পতী! আহাৰত প্ৰত্যেকদিনেই ভক্ষণ কৰে নৰমাংস, ক’ত এই ঘটনা? সবিশেষ জানিবলৈ ক্লিক কৰক…
0
SHARES
64.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দাম্পত্য জীৱন মানেই দুয়ো প্ৰতি সময়তে একেলগে। প্ৰতিখোজেই দুয়ো বুজাবুজিৰ মাজেৰে দিয়ে। কিন্তু এই বিশেষ দম্পত্তিহালে একেলগে মিলি মানুহৰ মাংস ভক্ষণ কৰে। ভক্ষণ কৰিবৰ বাবেই এই দম্পত্তিহালে এতিয়ালৈকে হত্যা কৰিছে ৩০ জনকৈ লোকক। এয়া আদিম যুগৰ কথা নহয়। বৰ্তমানৰেই ঘটনা। এই নৰখাদক দম্পত্তিক ২০১৯ চনত কাঠগড়াত তোলা হৈছে। তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ১৯৯৯ চনৰ পৰাই দম্পত্তিহালে খাদ্য হিচাপে মানুহৰ মাংস ভক্ষণ কৰি আহিছে। সকলোৰে চকুত ধূলি দি এই পৈশাচিক কাৰ্যকলাপ চলাই আহিছে দম্পত্তিহালে। কিন্তু কিমানদিনলৈ? অপৰাধী আৰক্ষীৰ হাতত পৰিল। এটা মোবাইল ফোনৰ বাবেই ধৰা পৰিল এই নৰখাদক দম্পত্তি।

ৰাছিয়াৰ ক্ৰাছনোদাৰ এলেকাৰ বাসিন্দা এই দম্পতীযুগলৰ নাম হৈছে ডিমিত্ৰি বকশিভা আৰু নাতালিয়া বকশিভা। ডকাইতি আৰি গাড়ী চুৰৰ অপৰাধত আৰক্ষীৰ নজৰত আছিল দম্পতীহাল। আনহাতে নাতালিয়াই ৰাছিয়াৰ এখন সৈনিক স্কুলত কাম কৰিছিল যদিও মদ্যপান কৰি বিদ্যালয়ত প্ৰৱেশ কৰাৰ বাবে চাকৰি হেৰুৱাইছিল। কিন্তু ডিমিত্ৰি আৰু নাতালিয়া কেনেকৈ নৰখাদক হৈ পৰিল ইয়াত আঁৰত আছে বিশেষ ৰহস্য। এই ৰহস্য হয়তো কাহানিও পোহৰলৈ নাহিলহেতেন যদিয়ে ডিমিত্ৰিয়ে ব্যৱহাৰ কৰা মোবাইল ফোনটো আৰক্ষীৰ হাতত নপৰিলহেতেন।

ডিমিত্ৰিৰ মোবাইল ফোনটো আৰক্ষীক গতাইছিল কেইগৰাকীমান শ্ৰমিকে। আৰক্ষীয়ে ফোনটো লাভ কৰাৰ পিছতেই ফোনটোত থকা তথ্য বিচাৰোতে দিমিত্ৰিৰ এখন ফটো দেখা পায়। ফটোখনত ডিমিত্ৰিয়ে এগৰাকী মহিলাৰ মৃতদেহৰ সৈতে এখন ফটো। য’ত ডিমিত্ৰিয়ে মৃতদেহটোৰ ভৰিখন মুখত লৈ ফটো তুলিছিল। ফোনটোত ফটোখন দেখাৰ পিছতেই আৰক্ষীয়ে ডিমিত্ৰিৰ সোধপোছৰ বাবে মাতি আনে। প্ৰাথমিক জেৰাত হত্যাৰ কথা অস্বীকাৰ কৰে ডিমিত্ৰিয়ে। কিন্তু আৰক্ষীয়ে ডিমিত্ৰিৰ মোবাইলত আৰু কিছু ভয়ংকৰ তথ্য লাভ কৰে। ১৯৯৯ চনৰ ২৮ ডিচেম্বৰত তোলা এখন ছবিয়েই প্ৰমাণ কৰে ডিমিত্ৰি নৰখাদক হোৱাৰ কথা। ছবিখনত ডিমিত্ৰিয়ে মানুহৰ কটা মূৰ এটা এখন কাঁহীত হৈ এখন ফটো তুলিছিল। এই ফটোখন দেখিয়েই আৰক্ষীয়ে ডিমিত্ৰিক পুনৰ জেৰা চলাই।

ডিমিত্ৰিক জেৰা কৰাই নহয় তেওঁৰ ঘৰতো তালাচী চলাই আৰক্ষীয়ে। তালাচীত ঘৰত ফ্ৰীজত থোৱা অৱস্থাত মানুহৰ দেহৰ কটা টুকুৰা লাভ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে ডিমিত্ৰিৰ গৃহত মাংসৰ টুকুৰা লাভ কৰাৰ পিছতেই তেওঁৰ স্বামী নাতালিয়াকো। দুয়োকে আৰক্ষীয়ে চলোৱা জেৰাত মানুহৰ মাংস ভক্ষণ কৰাৰ কথা স্বীকাৰ কৰে। খাবৰ বাবেই দম্পতীহালে প্ৰায় ৩০ গৰাকী লোকক হত্যা কৰাৰ কথাও স্বীকাৰ কৰি লয়।

উল্লেখ্য যে দম্পতীহালে আৰক্ষীৰ সন্মুখত দিয়া স্বীকাৰোক্তি অনুসৰি তেওঁলোকে প্ৰত্যেকদিনেই আহাৰত মানুহৰ মাংস ৰান্ধি খায়। আনহাতে নাতালিয়াই সৈনিক স্কুলত চাকৰি কৰোতেও বিদ্যালয়ৰ ভিতৰতেই মানুহৰ মাংস সৰবৰাহ চক্ৰ এটা চলি থকাৰো অভিযোগ আনে। অন্য মাংস বুলি বহুতকেই মানুহৰ মাংস বিক্ৰি কৰিছিল বুলিও জেৰাত প্ৰকাশ কৰে দম্পতীহালে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত
জীৱনশৈলী

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

September 9, 2026
Next Post
সমালোচনা শুনিলেই অত্যাধিক হতাশ হৈ পৰে! নেতিবাচক কথাই মনত ক্ৰিয়া কৰি থাকে তেন্তে এইকেইটা উপায় গ্ৰহণ কৰিবই…

সমালোচনা শুনিলেই অত্যাধিক হতাশ হৈ পৰে! নেতিবাচক কথাই মনত ক্ৰিয়া কৰি থাকে তেন্তে এইকেইটা উপায় গ্ৰহণ কৰিবই...

চুম্বন এলাৰ্জী! প্ৰেমিকৰ এটা চুম্বনৰ পিছতেই যুৱতীৰ প্ৰাণক লৈ টনাটনি

চুম্বন এলাৰ্জী! প্ৰেমিকৰ এটা চুম্বনৰ পিছতেই যুৱতীৰ প্ৰাণক লৈ টনাটনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.