• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমালোচনা শুনিলেই অত্যাধিক হতাশ হৈ পৰে! নেতিবাচক কথাই মনত ক্ৰিয়া কৰি থাকে তেন্তে এইকেইটা উপায় গ্ৰহণ কৰিবই…

সমালোচনা শুনিলেই অত্যাধিক হতাশ হৈ পৰে! নেতিবাচক কথাই মনত ক্ৰিয়া কৰি থাকে তেন্তে এইকেইটা উপায় গ্ৰহণ কৰিবই…

4 years ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

13 minutes ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

18 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

18 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

19 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

20 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

20 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

21 hours ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

21 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

22 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

22 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

23 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সমালোচনা শুনিলেই অত্যাধিক হতাশ হৈ পৰে! নেতিবাচক কথাই মনত ক্ৰিয়া কৰি থাকে তেন্তে এইকেইটা উপায় গ্ৰহণ কৰিবই…

editor by editor
October 6, 2022
in অসম, জীৱনশৈলী, বিজ্ঞান, বিশ্ব, ভাৰত, স্বাস্থ্য
0
সমালোচনা শুনিলেই অত্যাধিক হতাশ হৈ পৰে! নেতিবাচক কথাই মনত ক্ৰিয়া কৰি থাকে তেন্তে এইকেইটা উপায় গ্ৰহণ কৰিবই…
0
SHARES
27.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মানুহৰ জীৱনত ভাল আৰু বেয়া সময় দুয়োটাই আহে। বহুতৰেই অভিযোগ জীৱনটোত ভাল সময়তকৈ বেয়া সময়েই বেছি। বেয়াৰ তুলনাত ভাল একেবাৰেই নগণ্য। এইধৰণৰ মনোভাৱে কিয় ক্ৰিয়া কৰে আমাৰ মনত? ইয়াৰ আঁৰত আছে বহুকেইটা কাৰণ। মনোবিজ্ঞানীয়ে এই বিষয়ে দিছে বিশেষ কিছু মতামত।

মানুহৰ মনত সদায়ে ভাল ঘটনাতকৈ বেয়া ঘটনাইহে অধিক ক্ৰিয়া কৰে। দৃষ্টি আকৰ্ষণ কৰে বেয়া ঘটনাইহে। ইতিবাচক কথাতকৈ নেতিবাচক কথাৰ প্ৰতিহে আমাৰ আকৰ্ষণ সদায়ে বেছি। নেতিবাচক ঘটনাবোৰে মানুহৰ মনত এনেকৈ ক্ৰিয়া কৰে যে তাৰ পৰা ওলাই আহি সুস্থ জীৱন-যাপন কৰা বহুতৰ পক্ষেই সম্ভৱ হৈ নুঠে। এই প্ৰৱণতাকেই চিকিৎসাবিজ্ঞানৰ ভাষাত ‘নিগেটিভ বায়াছ’ বুলি কোৱা হয়।

‘নিগেটিভ বায়াছ’ কি? নিভেটিভ বায়াছৰ স্বীকাৰ হোৱা ব্যক্তিয়ে সদায়ে বেয়া ঘটনাকহে প্ৰাধান্য দিয়ে। ভাল ঘটনাকো এইসকল ব্যক্তিয়ে সহজভাৱে ল’ব নোৱাৰে। এই ৰোগত আক্ৰান্ত ব্যক্তিয়ে হাঁহি-আনন্দময় পৰিবেশৰ পৰা দূৰত অৱস্থান কৰিব বিচাৰে। এইসকল ব্যক্তিয়ে নিজেও যেনেদৰে আনন্দত বাগ ল’ব নোৱাৰে তেনেদৰে অন্য কোনো ব্যক্তিৰো সুখ সহ্য কৰাটো টান হৈ পৰে। সৰল জীৱন-যাপনৰ কথাবোৰ এইসকল ব্যক্তিয়ে প্ৰায় পাহৰিয়েই পেলাই। মানুহৰ সংগৰ পৰা আঁতৰি এইসকল ব্যক্তিয়ে অকলশৰে সময় অতিবাহিত কৰিব বিচাৰে।

‘নিগেটিভ বায়াছ’ ৰোগ নে? এইয়া একপ্ৰকাৰৰ মানসিৰ ৰোগ বুলি চিকিৎসা বিজ্ঞানে ক’ব খোজে। এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ ৰোগীগৰাকীয়ে নিজেও সতৰ্ক থকাটো জৰুৰী। এইসকল ব্যক্তিয়ে নেতিবাচক কথা কমকৈ কোৱাৰ বা ভৱাৰ অভ্যাস নিজেই গঢ়ি তোলাটো প্ৰয়োজন। আত্মসমালোচনা মানুহৰ জীৱনত প্ৰয়োজন যদিও তাৰ মাত্ৰা অত্যাধিক হোৱাটো ৰোগৰেই লক্ষণ। এই ৰোগত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত পৰিয়ালৰ ভূমিকাও গুৰুত্বপূৰ্ণ হৈ পৰে। এই ৰোগত আক্ৰান্ত ৰোগীক অত্যাধিক সমালোচনা কৰাৰ সলনি আত্মবিশ্বাক গঢ়ি তুলিব পৰা কথা কোৱাটোৱে প্ৰয়োজন। শৰীৰৰ সমান্তৰালভাৱে মনৰ যত্ন লোৱাটোও সমানেই গুৰুত্বপূৰ্ণ।

নিগেটিভ বায়াছৰ লক্ষণে দেখা দিয়া ব্যক্তিসকলে অন্যান্য কৰ্মত নিজকে প্ৰতিসময়তে ব্যস্ত ৰখাটো দৰকাৰ। সৃষ্টিশীল কৰ্মত জড়িত থকাৰ ওপৰিও গান শুনা, চিনেমা চোৱা, বন্ধু সৈতে ইতিবাচক আড্ডা দিয়া আদিত নিজকে ব্যস্ত ৰাখিব পাৰে। ইয়াৰোপৰি অভিজ্ঞ মানসিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটোও
অত্যন্ত গুৰুত্বপূৰ্ণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা
ৰাজনীতি

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

August 16, 2026
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড
বিনোদন

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

August 15, 2026
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই
বিনোদন

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

August 15, 2026
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস
ভাৰত

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

August 15, 2026
Next Post
চুম্বন এলাৰ্জী! প্ৰেমিকৰ এটা চুম্বনৰ পিছতেই যুৱতীৰ প্ৰাণক লৈ টনাটনি

চুম্বন এলাৰ্জী! প্ৰেমিকৰ এটা চুম্বনৰ পিছতেই যুৱতীৰ প্ৰাণক লৈ টনাটনি

১৬ দেৱতাৰ বাসস্থান, ডুবাইত নিৰ্মিত ১৩১ কোটি টকীয়া হিন্দু মন্দিৰটো দৰ্শনৰ বাবে কেনেকৈ কৰিব অনলাইন বুকিং?

১৬ দেৱতাৰ বাসস্থান, ডুবাইত নিৰ্মিত ১৩১ কোটি টকীয়া হিন্দু মন্দিৰটো দৰ্শনৰ বাবে কেনেকৈ কৰিব অনলাইন বুকিং?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.