• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৬ দেৱতাৰ বাসস্থান, ডুবাইত নিৰ্মিত ১৩১ কোটি টকীয়া হিন্দু মন্দিৰটো দৰ্শনৰ বাবে কেনেকৈ কৰিব অনলাইন বুকিং?

১৬ দেৱতাৰ বাসস্থান, ডুবাইত নিৰ্মিত ১৩১ কোটি টকীয়া হিন্দু মন্দিৰটো দৰ্শনৰ বাবে কেনেকৈ কৰিব অনলাইন বুকিং?

4 years ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

45 minutes ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

1 hour ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

2 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

3 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

4 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

4 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

5 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

5 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

6 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

7 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

8 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১৬ দেৱতাৰ বাসস্থান, ডুবাইত নিৰ্মিত ১৩১ কোটি টকীয়া হিন্দু মন্দিৰটো দৰ্শনৰ বাবে কেনেকৈ কৰিব অনলাইন বুকিং?

editor by editor
October 7, 2022
in বিবিধ, বিশ্ব, ভ্ৰমণ
0
১৬ দেৱতাৰ বাসস্থান, ডুবাইত নিৰ্মিত ১৩১ কোটি টকীয়া হিন্দু মন্দিৰটো দৰ্শনৰ বাবে কেনেকৈ কৰিব অনলাইন বুকিং?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ১৬ দেৱতাৰ বাসস্থান, ১৩১ কোটি টকাৰে ডুবাইত তৈয়াৰ কৰা হৈছে এই বিশেষ মন্দিৰটো। এই মন্দিৰ দৰ্শনৰ ইচ্ছা থাকিলেও আপুনি দৰ্শন কৰিব নোৱাৰিব। এই মন্দিৰ দৰ্শনৰ বাবে পূৰ্বেই কৰিব লাগিব অনলাইন বুকিং। বুধবাৰে মুকলি কৰা এই মন্দিৰটো আৰবত নিৰ্মাণ হোৱা প্ৰথমটো বৃহৎ হিন্দু মন্দিৰ।

৫ অক্টোবৰত মুকলি কৰা মন্দিৰটোক লৈ এতিয়া সমগ্ৰতে চৰ্চা। ব্যয়বহুল প্ৰাসাদ সদৃশ এই মন্দিৰলৈ যাবলৈ দেশ বিদেশৰ বহু লোকেই আগ্ৰহী হৈ উঠিছে। ডুবাইৰ অন্যান্য পৰ্যটন ক্ষেত্ৰৰ মাজতেই এই মন্দিৰটোও দৰ্শনৰ ব্যৱস্থা কৰিছে ডুবাই চৰকাৰে। আৰৱৰ সবাতোকৈ বৃহৎ হিন্দু মন্দিৰটোত কিয় পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হোৱাৰ সম্ভাৱণা আছে?

৭০ হাজাৰ বৰ্গফুট এলেকাত নিৰ্মাণ হোৱা মন্দিৰটো নিৰ্মাণ কৰোতে খৰচ হৈছে প্ৰায় ৬০ লাখ ডলাৰ। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান হ’ব ১৩১ কোটি ৪১ লাখ টকা। ব্যয়বহুল এই মন্দিৰৰ মুল আকৰ্ষণেই হৈছে তাত থকা দেৱতাৰ মূৰ্তিসমূহ। কেৱল কোনো এজন দেৱতাৰ মূৰ্তিয়েই আছে এনে নহয়। ১৬ টা বিভিন্ন দেৱতাৰ মূৰ্তি আছে এই মন্দিৰটোত। মন্দিৰ নিৰ্মাতাৰ মতে হিন্দু ধৰ্মালম্বীসকলৰ সকলো দেৱতাকে একেখন ঘৰতেই ৰখাৰ এই ক্ষুদ্ৰ এক প্ৰয়াস।

২০২০ চনৰ ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা নিৰ্মাণৰ কাম আৰম্ভ হোৱা এই মন্দিৰটোৱে বহন কৰিছে আৰৱ আৰু হিন্দু দুয়ো সংস্কৃতিৰেই পৰিচয়। ডুবাইৰ জেবেৰ আলি ‘ওয়াৰচিপ ভিলেজ’ত নিৰ্মাণ হোৱা এই বিশালকায় মন্দিৰটোৰ নিৰ্মাণত বগা মাৰ্বল ব্যৱহাৰ কৰা হৈছে। গুজৰাটৰ সোমনাথ মন্দিৰৰ সৈতে সাদৃশ্য থকা এই মন্দিৰটোৰ গম্বুজে দৰ্শনাৰ্থীৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ নান্দনিক। মাটিৰ তলত দুটা মহলা আৰুওপৰত দুটি মহলাৰে মুঠ চাৰি মহলাৰ এই মন্দিৰটোৰ আৰু এটা বিশেষত্ব হৈছে, ইয়াত প্ৰতিদিনেই শিকোৱা হ’ব গীতা পাঠ আৰু ভাৰত নাট্যম।

ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই এই মন্দিৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হৈছে। QR-CODE স্কেন কৰি এই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব পৰ্যটকে। জনসাধাৰণৰ বাবে মুকলি কৰাৰ পৰাই ম্নদিৰত দেখা গৈছে দেশী-বিদেশী প্ৰযটকৰ ভীৰ। ভীৰৰ বাবেই শেহতীয়াভাৱে মন্দিৰ কৰ্তৃপক্ষই এটা ৱেবচাইট মুকলি কৰিছে। এই ৱেবচাইটৰ জৰিয়তে পৰ্যটকসকলে টিকট বুক কৰিব পাৰিব। প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা নিশা ৮ বজালৈ খোলা থাকিব এই মন্দিৰ। ভৱিষ্যতে কেৱল QR-CODE স্কেন কৰিয়েই এই মন্দিৰত প্ৰৱেশ কৰিব পৰাৰো ব্যৱস্থা কৰাৰ চিন্তা চৰ্চা কৰিছে মন্দিৰ কৰ্তৃপক্ষই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

April 30, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী
বাণিজ্য

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

April 30, 2026
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা
জীৱনশৈলী

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

April 30, 2026
Next Post
‘দৰ্পচূৰ্ণ’, ভূপেন বৰাৰ কবিতাৰ ৰাজনীতিয়ে অসমৰ ৰাজনীতিক দিব নেকি অন্য মাত্ৰা?

'দৰ্পচূৰ্ণ’, ভূপেন বৰাৰ কবিতাৰ ৰাজনীতিয়ে অসমৰ ৰাজনীতিক দিব নেকি অন্য মাত্ৰা?

নিয়মিত খোজ কাঢ়িয়েই কমাব পাৰি কৰ্কটৰ আশংকা! কিন্ত এদিনত কিমান সময় খোজ কাঢ়িব?

নিয়মিত খোজ কাঢ়িয়েই কমাব পাৰি কৰ্কটৰ আশংকা! কিন্ত এদিনত কিমান সময় খোজ কাঢ়িব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.