• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিয়মিত খোজ কাঢ়িয়েই কমাব পাৰি কৰ্কটৰ আশংকা! কিন্ত এদিনত কিমান সময় খোজ কাঢ়িব?

নিয়মিত খোজ কাঢ়িয়েই কমাব পাৰি কৰ্কটৰ আশংকা! কিন্ত এদিনত কিমান সময় খোজ কাঢ়িব?

4 years ago
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

11 hours ago
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

12 hours ago
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

12 hours ago
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

13 hours ago
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

14 hours ago
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

14 hours ago
দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

15 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

16 hours ago
৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

16 hours ago
ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

17 hours ago
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

18 hours ago
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নিয়মিত খোজ কাঢ়িয়েই কমাব পাৰি কৰ্কটৰ আশংকা! কিন্ত এদিনত কিমান সময় খোজ কাঢ়িব?

editor by editor
October 7, 2022
in অসম, উত্তৰ-পূব, জীৱনশৈলী, বিজ্ঞান, বিশ্ব, ভাৰত, স্বাস্থ্য
0
নিয়মিত খোজ কাঢ়িয়েই কমাব পাৰি কৰ্কটৰ আশংকা! কিন্ত এদিনত কিমান সময় খোজ কাঢ়িব?
0
SHARES
34.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰতিদিনেই খোজ কাঢ়িয়েই ভাল কৰিব পাৰিব হৃদৰোগ। কেৱল হৃদৰোগেই নহয় কৰ্কট, ডিমেনছিয়াকে ধৰি বহু ৰোগৰ পৰাই উপশম পোৱাৰ একমাত্ৰ উপায়েই খোজ কঢ়া বুলি শৰীৰ চৰ্চাবিদসকলে বিভিন্ন সময়ত দাবী কৰি আহিছে।

নিয়মিত শৰীৰ চৰ্চা কৰিলে ডিমেনছিয়া, কৰ্কট, হৃদৰোগ আদি ৰোগৰ সম্ভাৱনা বহু পৰিমানে কমি যায়। শৰীৰচৰ্চাৰ আটাইতকৈ সহজ উপায় হৈছে খোজকঢ়া। নিয়মিত কিমান খোজ কাঢ়িলে এই সমস্যা সমূহৰ পৰা উপশম পাব পাৰে?

‘জামা ইণ্টাৰনেশ্ব্যনেল মেডিচিন’ আৰু ‘জামা নিউৰলজি’-ৰ যুটিয়া গৱেষণাত পোহৰলৈ আহিছে এই তথ্য। গৱেষণাৰ অন্তত বিজ্ঞানীসকলে প্ৰকাশ কৰিছে যে প্ৰতিদিনে কমপক্ষেও ১০ হাজাৰ খোজ দিলে ডিমেনছিয়াৰ পৰা হাত সাৰিব পাৰি। এনেদৰে খোজ কাঢ়িলে ডিমেনছিয়াৰ সম্ভাৱনা ৫০ শতাংশলৈ কমি যায়। এদিনতেই ১৯ হাজাৰ ষ্টেপ খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলাটো সহজনে? এই অভ্যাস এদিনতে গঢ়ি তোলা সহজ নহয়। প্ৰত্যেক দিনেই লাহে লাহে খোজকঢ়াৰ সময় বঢ়াই যাব লাগে। সমীক্ষাত প্ৰকাশ কৰা অনুসৰি প্ৰতি মিনিটত ৮০ ৰ পৰা ১০০ খোজ দিব পাৰিলে বা প্ৰত্যেক দিনেই ৩০ মিনিট খোজ কাঢ়িলে কৰ্কটৰ আশংকা ২৫ শতাংশলৈ হ্ৰাস হয়।

আৰম্ভনিতে প্ৰত্যেক দিনেই আধা ঘণ্টাৰ ভিতৰত ১০ হাজাৰ খোজ দিয়াৰ লক্ষ্য পূৰণ কৰিব নোৱাৰিলেও চিন্তাৰ কাৰণ নাই। ৩০ মিনিটৰ সলনি গোটেই দিনৰ ভিতৰত ১০,০০০ ষ্টেপ খোজ কাঢ়িলেও যথেষ্ট উপকাৰ পোৱা যায়। কিমান সময়ত কিমান ষ্টেপ খোজ কাঢ়িলে সেয়া নিৰীক্ষণ কৰাৰো প্ৰয়োজনীয়তা আছে। খোজৰ হিঁচাপ ৰাখিবলৈ কেৱল যে স্মাৰ্ট ঘড়ী বা অন্য কোনো মাপক যন্ত্ৰই লাগে এনে নহয়।

এটা নিৰ্দিষ্ট সময়লৈ খোজ কাঢ়িলে শৰীৰৰ পৰা ঘাম বাহিৰ হয়েই। এনেদৰে খোজ কাঢ়োতে লক্ষ্য কৰিব লাগে যে আমি খোজ কাঢ়ি থাকোতে গান গাবলৈ চেষ্টা কৰোতে আমাৰ উশাহ চুটি হৈছে নেকি? বা কথা কওঁতেও উশাহ চুটি হৈ আহিছে নেকি? যদি খোজ কঢ়াৰ সময়ত কথা কওতে উশাহ চুটি হয় তেন্তে সঠিক গতিতেই খোজ কাঢ়িছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamCancerdementia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?
জীৱনশৈলী

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

May 20, 2026
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?
জীৱনশৈলী

ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

May 20, 2026
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য
জীৱনশৈলী

সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

May 20, 2026
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?
জীৱনশৈলী

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

May 20, 2026
Next Post
কেবিনেট সিদ্ধান্ত! শিক্ষাখণ্ডত আহিব এইকেইটা পৰিবৰ্তন, সবিশেষ জানিবলৈ ক্লিক কৰক…

কেবিনেট সিদ্ধান্ত! শিক্ষাখণ্ডত আহিব এইকেইটা পৰিবৰ্তন, সবিশেষ জানিবলৈ ক্লিক কৰক...

ক্ৰিকেট জগতৰ এই ভাতৃযুগলৰ বিষয়ে জানেনে? এওঁলোকৰ পাৰদৰ্শিতাই বিশ্ব ক্ৰিকেটত বাৰে বাৰে তোলে খলকনি…

ক্ৰিকেট জগতৰ এই ভাতৃযুগলৰ বিষয়ে জানেনে? এওঁলোকৰ পাৰদৰ্শিতাই বিশ্ব ক্ৰিকেটত বাৰে বাৰে তোলে খলকনি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.