• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাস্পতালত ৰোগী চাই থাকোতেই চিকিৎসকৰ হাৰ্টএটেক, ৩৯ বছৰ বয়সতেই শেষ হ’ল কাৰ্ডিয়াক ছাৰ্জনৰ জীৱন

হাস্পতালত ৰোগী চাই থাকোতেই চিকিৎসকৰ হাৰ্টএটেক, ৩৯ বছৰ বয়সতেই শেষ হ’ল কাৰ্ডিয়াক ছাৰ্জনৰ জীৱন

9 months ago
বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

23 minutes ago
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

55 minutes ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

2 hours ago
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

2 hours ago
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

2 hours ago
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

3 hours ago
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

3 hours ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

4 hours ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

4 hours ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

5 hours ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

5 hours ago
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাস্পতালত ৰোগী চাই থাকোতেই চিকিৎসকৰ হাৰ্টএটেক, ৩৯ বছৰ বয়সতেই শেষ হ’ল কাৰ্ডিয়াক ছাৰ্জনৰ জীৱন

হাস্পতালত ৰোগী চাই থাকোতেই চিকিৎসকৰ হাৰ্টএটেক, ৩৯ বছৰ বয়সতেই শেষ হ’ল কাৰ্ডিয়াক ছাৰ্জনৰ জীৱন

editor by editor
August 30, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, স্বাস্থ্য
0
হাস্পতালত ৰোগী চাই থাকোতেই চিকিৎসকৰ হাৰ্টএটেক, ৩৯ বছৰ বয়সতেই শেষ হ’ল কাৰ্ডিয়াক ছাৰ্জনৰ জীৱন
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
তেওঁ নিজেই এগৰাকী কাৰ্ডিয়াক চাৰ্জন৷ হাস্পতালত ৰোগী চাওঁতে চাওঁতে ৩৯ বছৰ বয়সত সেই চিকিৎসকেই হৃদৰোগত আক্ৰান্ত হৈ জীৱন হেৰুৱালে৷ মৃত চিকিৎসকৰ নাম গ্ৰেডলিন ৰয়৷ তেওঁ চেন্নাইৰ সবিতা মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক আছিল৷ বিগত বুধবাৰে এই মৰ্মান্তিক ঘটনা ঘটিছে৷
হায়দৰাবাদৰ এগৰাকী স্নায়ুৰোগ বিশেষজ্ঞ সুধীৰ কুমাৰে জনাইছে যে চিকিৎসকগৰাকীক বচাবৰ বাবে হাস্পতালৰ অন্যান্য চিকিৎসকসকলেও সকলোধৰণৰ চেষ্টা কৰিছিল৷ কিন্তু তাৰপিছতো মৃত্যু হয় সেই চিকিৎসকৰ৷ তেওঁ কয়, সেই সহকৰ্মীগৰাকীৰ ওপৰত চিপিআৰ, ষ্টেণ্টিংসহ জৰুৰী এঞ্জিঅপ্লাষ্টি, ইন্ট্ৰা অৰোটিক বেলুন পাম্প, সকলোবোৰ চিকিৎসাই কৰা হৈছিল কিন্তু কোনো চিকিৎসাই তেওঁৰ জীয়াই ৰাখিব নোৱাৰিলে৷ তেওঁৰ মূল ধমনীত ১০০ শতাংশ ব্লকেজ ধৰা পৰিছিল৷
কেৱল গ্ৰেডলিন ৰয়েই নহয় সাম্প্ৰতিক সময়ত ৩০ৰ পৰা ৪০ বছৰ বয়সীয়া তৰুণ চিকিৎসকৰ মাজত হৃদৰোগত আক্ৰান্ত হোৱাৰ প্ৰৱণতা অদ্ভুতভাৱে বাঢ়ি গৈছে৷ বিশেষজ্ঞই জনোৱামতে দীৰ্ঘসময় ধৰি কাম কৰাৰ ফলতেই এই ৰোগৰ আশংকা বাঢ়ি গৈছে চিকিৎসকৰ মাজত৷ বহু চিকিৎসকে এদিনতেই ১২ৰ পৰা ১৮ ঘণ্টা সময় কাম কৰে৷ বহুতেই একেৰাহে ২৪ ঘণ্টাও কাম কৰে৷
কামৰ ওপৰিও মাৰাত্মক ষ্ট্ৰেছ, জীৱন মৃত্যুৰ সন্ধিক্ষণত থিয় হৈ কঠিন সিদ্ধান্ত লোৱা, ৰোগীৰ প্ৰত্যাশাৰ চাপ, মেডিকোলিগেল বিষয়ক লৈ চিন্তাৰ দৰে বিষয়সমূহে চিকিৎসকৰ স্বাস্থ্যৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পেলাইছে৷ ইয়াৰোপৰি আছে অনিয়মিত খোৱাবোৱা, শাৰীৰিক কছৰত নকৰা, স্বাস্থ্য পৰীক্ষা এৰাই চলা

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!
জীৱনশৈলী

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

June 7, 2026
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক
জীৱনশৈলী

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

June 7, 2026
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?
জীৱনশৈলী

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

June 7, 2026
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

June 7, 2026
Next Post
নতুন সপ্তাহত থাকিব ধনলক্ষ্মী যোগ, মা লক্ষ্মী নিজেই আহিব এই ৫ৰাশিৰ ঘৰলৈ

নতুন সপ্তাহত থাকিব ধনলক্ষ্মী যোগ, মা লক্ষ্মী নিজেই আহিব এই ৫ৰাশিৰ ঘৰলৈ

হিন্দু-মুছলমানৰ DNA একেই, অখণ্ড ভাৰতৰ ইতিহাস টানি কি কি ক’লে RSS প্ৰধানে?

হিন্দু-মুছলমানৰ DNA একেই, অখণ্ড ভাৰতৰ ইতিহাস টানি কি কি ক’লে RSS প্ৰধানে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.