• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিনত শিক্ষয়িত্ৰী, নিশা হ’লেই এডাল্ট চাইটৰ অভিনেত্ৰী, শিক্ষয়িত্ৰীৰ ভিডিঅ’ লৈ স্কুলত অভিভাৱক, তাৰপিছত?

দিনত শিক্ষয়িত্ৰী, নিশা হ’লেই এডাল্ট চাইটৰ অভিনেত্ৰী, শিক্ষয়িত্ৰীৰ ভিডিঅ’ লৈ স্কুলত অভিভাৱক, তাৰপিছত?

1 year ago
লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

17 minutes ago
দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

52 minutes ago
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

2 hours ago
২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

3 hours ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ, ছিংগাপুৰৰ কৰ’নাৰ্ছ কৰ্টৰ চূড়ান্ত ৰায়দান

3 hours ago
ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…

ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…

4 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

4 hours ago
UPI পিন পাহৰিলেও চিন্তা নাই, আহিছে নতুন ফিচাৰ!

UPI পিন পাহৰিলেও চিন্তা নাই, আহিছে নতুন ফিচাৰ!

5 hours ago
আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

6 hours ago
ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

6 hours ago
ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

7 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

প্ৰেমত বাধা, সম্পত্তি নাশ! জানক কোন ৰাশিৰ জাতক-জাতিকাৰ কেনে যাব দিনটো?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দিনত শিক্ষয়িত্ৰী, নিশা হ’লেই এডাল্ট চাইটৰ অভিনেত্ৰী, শিক্ষয়িত্ৰীৰ ভিডিঅ’ লৈ স্কুলত অভিভাৱক, তাৰপিছত?

দিনত শিক্ষয়িত্ৰী, নিশা হ’লেই এডাল্ট চাইটৰ অভিনেত্ৰী, শিক্ষয়িত্ৰীৰ ভিডিঅ’ লৈ স্কুলত অভিভাৱক, তাৰপিছত?

editor by editor
March 24, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
দিনত শিক্ষয়িত্ৰী, নিশা হ’লেই এডাল্ট চাইটৰ অভিনেত্ৰী, শিক্ষয়িত্ৰীৰ ভিডিঅ’ লৈ স্কুলত অভিভাৱক, তাৰপিছত?
0
SHARES
33.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিনত তেওঁ শিশুসকলৰ শিক্ষক৷ শিশুৰ ভৱিষ্যৎ দেখুওৱাওতা. আৰু নিশা হ’লেই সলনি হৈ পৰে তেওঁৰ পেছা৷ প্ৰাপ্তবয়স্কৰ চিনেমাৰ নায়িকা হৈ উঠে সেই শিক্ষয়িত্ৰী৷ কেনেকৈ পোহৰলৈ আহিল সেই তথ্য? ছচিয়েল মিডিয়াত এই খবৰক লৈ জোৰদাৰ চৰ্চা চলিছে৷ কোনোৱে কৈছে শিক্ষয়িত্ৰীৰ ভুল যদি আন কোনোৱে আকৌ শিক্ষয়িত্ৰীৰ সপক্ষে থিয় দিছে৷

শিক্ষয়িত্ৰীৰ নাম এলেনা মাৰেগা৷ বয়স ২৯ বছৰ৷ ইটালীৰ এক কেথেলিক নাৰ্ছাৰি স্কুলত চাকৰি কৰিছে৷ শিশুসকলক ক্লাছ কৰিছিল তেওঁ৷ অন্যহাতে নিশা হলেই পেছা সলনি হৈ পৰে এলেনাৰ৷ অভিযোগ যে তেওঁ অনলি ফেনৰ দৰে প্ৰাপ্তবয়স্ক ৱেবচাইটত মডেল হিচাপে কাম কৰে৷ নিজৰ প্ৰাপ্তবয়স্ত ভিডিঅ তাত তেওঁ বিক্ৰী কৰে৷ এই ভিডিঅত চকু পৰিছে কেইবাগৰাকীও অভিভাৱকৰ৷ ইয়াৰপাছতেই স্কুল কৰ্তৃপক্ষৰ ওচৰত অভিভাৱকে অভিযোগ দিয়ে৷ অভিভাৱকৰ দাবী,

‘এগৰাকী শিক্ষয়িত্ৰীয়ে যিয়ে ছাত্ৰছাত্ৰীৰ ভৱিষ্যৎ গঢ়াৰ বাবে কাম কৰিছে তেওঁলোকে এনেধৰণৰ পেছাৰ সৈতে যুক্ত থাকিলে শিশুৱে কি শিকিব?’ ইয়াৰপাছতেই চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় এলেনাক৷ যদিও স্কুলৰ সিদ্ধান্তৰ বিৰোধিতা কৰি তেওঁ জনাই যে তেওঁৰ মাহিলী দৰমহা মাত্ৰ ১২০০ ইউৰো৷ যাৰ পৰা সংসাৰৰ খৰচ চলোৱা সম্ভৱ নহয়৷ শিশুসকলক পঢ়োৱাবলৈ ভালপাই বাবেই তেওঁ শিক্ষয়িত্ৰীৰ কামটো কৰি আছে৷ এইটো তেওঁৰ নিচাহে৷ পেছা তেওঁৰ ইণ্টাৰনেট মডেলিঙহে৷ মাত্ৰ এমাহ পূৰ্বে তেওঁ অনলিফেনছত কাম আৰম্ভ কৰিছিল৷ তাৰপৰাই তেওঁৰ ভাল আয়ো হৈছে৷ সমগ্ৰ বিষয়টোক লৈ চৰকাৰী হস্তক্ষেপ দাবী কৰিছে এতিয়া অভিভাৱকসকলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?
বাণিজ্য

লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

March 25, 2026
দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!
জীৱনশৈলী

দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

March 25, 2026
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ
অসম

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

March 25, 2026
২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট
বাণিজ্য

২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

March 25, 2026
Next Post
অন্তঃসত্ত্বা পত্নীক ঘৰত থৈ ২০০ নাৰীৰ সৈতে স্বামীৰ সম্পৰ্ক! স্বামীৰ পৰকীয়া কেনেকৈ ধৰা পেলালে পত্নীয়ে?

অন্তঃসত্ত্বা পত্নীক ঘৰত থৈ ২০০ নাৰীৰ সৈতে স্বামীৰ সম্পৰ্ক! স্বামীৰ পৰকীয়া কেনেকৈ ধৰা পেলালে পত্নীয়ে?

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.