• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ কোটি কোটি মহিলা লাখপতি হ’ব! লাখপতি হ’বলৈ কেনেকৈ কৰিব আৱেদন?

দেশৰ কোটি কোটি মহিলা লাখপতি হ’ব! লাখপতি হ’বলৈ কেনেকৈ কৰিব আৱেদন?

3 years ago
‘হত শৈশৱ’

‘হত শৈশৱ’

2 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

3 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

4 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

6 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

6 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

7 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

7 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

7 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

9 hours ago
বৈপৰীত্য

বৈপৰীত্য

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেশৰ কোটি কোটি মহিলা লাখপতি হ’ব! লাখপতি হ’বলৈ কেনেকৈ কৰিব আৱেদন?

editor by editor
December 25, 2023
in জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা
0
দেশৰ কোটি কোটি মহিলা লাখপতি হ’ব! লাখপতি হ’বলৈ কেনেকৈ কৰিব আৱেদন?
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশৰ মহিলাসকলক আৰ্থিকভাৱে স্বনিৰ্ভৰ কৰিব বিচাৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে। এই স্বনিৰ্ভৰশীল আঁচনিৰ নাম দিছে, ‘লাখপতি দিদি যোজনা’। লাখপতি দিদি যোজনাৰে কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আৰ্থিকভাৱে স্বনিৰ্ভৰ কৰিবলৈ যত্ন কৰিব। কিন্তু এনেই লাখপতি হ’ব নোৱাৰিব কোনো মহিলা। ইয়াৰবাবে কেইটামান বিশেষ প্ৰশিক্ষণ ল’ব লাগিব দেশৰ মহিলাসকলে।

দেশৰ মহিলাসকলক আৰ্থিকভাৱে স্বনিৰ্ভৰ কৰাৰ কথা প্ৰকাশ কৰি দিয়া বিজ্ঞাপনত কেন্দ্ৰীয় চৰকাৰে জনোৱামতে মহিলাসকলে ইয়াৰ বাবে বিশেষ প্ৰশিক্ষণ ল’ব লাগিব। নৰেন্দ্ৰ মোদীৰ চৰকাৰে স্কিল ডেভেলপমেণ্টৰ ট্ৰেনিং দি ২ কোটি মহিলাক স্বনিৰ্ভৰ কৰাব মোদী চৰকাৰে। লাখপতি হৈ পৰিব দেশৰ কোটি কোটি মহিলা।

এই প্ৰকল্প প্ৰকৃততে কি?

চৰকাৰ গঠনৰ লগে লগেই ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই এই প্ৰকল্প বাস্তৱায়ন কৰাৰ কাম আৰম্ভ কৰিছে। তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতেই জয়ছলমীৰৰ শ্বহীদ পুনম সিং ষ্টেডিয়ামত লাখপতি দিদি সন্মিলন অনুষ্ঠিত কৰে। তাতেই প্ৰধান অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ। তেওঁ এই অনুষ্ঠানৰ পৰাই ৰাজস্থানৰ ১১.২৪ লাখ মহিলাই লাখপতি দিদি প্ৰকল্পৰ সুবিধা লাভ কৰিব বুলি ঘোষণা কৰে। এই অনুষ্ঠানতেই ৰাষ্ট্ৰপতিয়ে কয় যে, ৰাজস্থানৰ প্ৰায় ৩লাখ মহিলাই ইয়াৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ মাজত প্ৰায় ১৫০ কোটি টকাৰ চেকো বিতৰণ কৰা হৈছে। মহিলাসকলে এখন অনলাইন ফৰ্ম পূৰণ কৰি এই স্কিমৰ সুবিধা লাভ কৰিব পাৰিব বুলি জনাইছে। স্বনিৰ্ভৰ হোৱাৰ উপৰিও মহিলাসকলে ইয়াৰ জৰিয়তে বহু সমস্যাৰ পৰাই মুক্ত হৈ পৰিব।

লাখপতি দিদিৰ কথা প্রধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল স্বাধীনতা দিৱসৰ দিনাই। তেওঁ এই প্ৰকল্পৰ উদ্বোধন কৰি কৈছিল যে, এই আঁচনিয়ে দেশৰ ১০ কোটি মহিলাক উপকৃত কৰিব। এই স্বনিৰ্ভৰ আঁচনিৰ নাম দিয়া হৈছে, বেংকৱালী দিদি, অঙ্গনবাড়ী দিদি, মেডিচিনৱালী দিদি।

এই আঁচনিৰ অধীনত মহিলাসকলৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব। ইয়াৰমাধ্যমেৰে তেওঁলোকে অৰ্থ উপাৰ্জন কৰিব পাৰে। ইয়াৰোপৰি এই প্ৰকল্পৰ অধীনত স্বনিৰ্ভৰ গোষ্ঠীসমূহৰ সৈতে যুক্ত মহিলাসকলক LED বাল্ব, প্লাম্বিং, ড্ৰোন মেৰামতিৰ দৰে প্ৰযুক্তিগত কাম শিকোৱা হ’ব। বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত মহিলাসকলক স্বাৱলম্বী কৰাৰ কথাও ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে।

এই প্ৰকল্পৰ কি কি সুবিধা আছে?

এই প্ৰকল্পৰ জৰিয়তে মহিলাসকলৰ দক্ষতা বৃদ্ধি, বৃত্তিমূলক প্ৰশিক্ষণ, ক্ষমতায়ন আৰু আত্মবিশ্বাস বাঢ়িব। ইয়াৰোপৰি বীমা আৰু ঋণৰ সুবিধাও লাভ কৰিব।

প্ৰকল্প লাভৰ যোগ্যতা
প্ৰকল্পৰ সুবিধা পাবলৈ মহিলাসকল সেই ৰাজ্যৰ স্থায়ী বাসিন্দা হ’ব লাগিব। মহিলাসকলক স্বনিৰ্ভৰ গোষ্ঠীৰ সৈতে যুক্ত কৰোৱাটো বাধ্যতামূলক। আৱেদন কৰাৰ সময়ত আধাৰ কাৰ্ড, আয়ৰ সমূহ তথ্য, বেংক একাউণ্ট নম্বৰ, মোবাইল নম্বৰ, পাছপোৰ্ট চাইজৰ ফটো দিয়াটো বাধ্যতামূলক।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
দ্য  ইনভিজিবল  মেন
সমীক্ষণ (আলোচনী)

দ্য ইনভিজিবল মেন

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
Next Post
২০২৪ত যুঁটি বান্ধিব সূৰ্য আৰু বৃহস্পতিয়ে! ৩ ৰাশিৰ কেৰিয়াৰলৈ আহিব ভাল দিন, বাঢ়িব বেংক বেলেন্স

২০২৪ত যুঁটি বান্ধিব সূৰ্য আৰু বৃহস্পতিয়ে! ৩ ৰাশিৰ কেৰিয়াৰলৈ আহিব ভাল দিন, বাঢ়িব বেংক বেলেন্স

আপোনাৰ আধাৰ কাৰ্ড এতিয়াও হোৱা নাই? এই প্ৰক্ৰিয়াৰেহে এতিয়া কৰিব লাগিব আবেদন

আপোনাৰ আধাৰ কাৰ্ড এতিয়াও হোৱা নাই? এই প্ৰক্ৰিয়াৰেহে এতিয়া কৰিব লাগিব আবেদন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.