• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
bitcoin

ক্ৰিপ্টকাৰেন্সীত নিৱেশ কৰাসকলৰ বাবে নতুন নিয়ম! ভাৰতত এতিয়াৰে পৰা চৰকাৰে নিয়ন্ত্ৰণ কৰিব ডিজিটেল কাৰেন্সী

4 years ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

8 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

9 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

10 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

10 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

11 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

12 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

12 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

13 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

14 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

14 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

15 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ক্ৰিপ্টকাৰেন্সীত নিৱেশ কৰাসকলৰ বাবে নতুন নিয়ম! ভাৰতত এতিয়াৰে পৰা চৰকাৰে নিয়ন্ত্ৰণ কৰিব ডিজিটেল কাৰেন্সী

editor by editor
November 24, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিবিধ, বিশ্ব, ভাৰত
0
bitcoin
0
SHARES
504
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এতিয়াৰে পৰা ডিজিটেল কাৰেন্সীৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব চৰকাৰে৷ ভাৰতত ক্ৰিপ্টকাৰেন্সীৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ৷ শীঘ্ৰেই ক্ৰিপ্টকাৰেন্সী বিল উত্থাপন কৰিব কেন্দ্ৰই৷ শীতকালীন অধিবেশনতেই Cryptocurrency and Regulation of Official Digital Currency Bill 2021 উত্থাপন কৰাৰ কথা মঙলবাৰে ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে৷ এই বিলত ৰিজাৰ্ভ বেংকৰ জৰিয়তে চৰকাৰী ডিজিটেল কাৰেন্সীত নিৱেশ আৰু নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা অন্তৰ্ভুক্ত কৰা হ’ব৷ এই সন্দৰ্ভত  লোকসভাত সম্পূৰ্ণ তথ্য প্ৰকাশ কৰিব৷ চৰকাৰৰ এই সিদ্ধান্তৰ পাছতেই শ্বেয়াৰ মাৰ্কেটত দেখা যায় বৃহৎ নিম্নগামিতা৷ বিটকইন, শিবা ইনু, USDT, ৰিপ্পল, ইথেৰিয়াম আদি সকলো নিম্নমুখী হয়৷ উল্লেখ্য, এইবাৰ সংসদৰ শীতকালীন অধিবেশনত ২৯ খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে, তাৰে ২৬ হ’ব নতুন বিধেয়ক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24bitcoincryptocurrencycryptocurrency bill in india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

March 20, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

March 20, 2026
Next Post
মৰ্মান্তিক! চলন্ত বাছত জুই লাগি অগ্নিদগ্ধ ৪৫গৰাকী

মৰ্মান্তিক! চলন্ত বাছত জুই লাগি অগ্নিদগ্ধ ৪৫গৰাকী

6g technology

দেশত আৰম্ভ হ’ব 6G সেৱা, ভাৰতৰ নিজা প্ৰযুক্তিৰে আৰম্ভ হ’ব এই সেৱা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.