• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাল খবৰ! বাঢ়িল ১০০ দিনৰ MGNREGA প্ৰকল্পৰ দৈনিক মজুৰি, কিমান বাঢ়িব দৈনিক মজুৰি?

1 year ago
ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

5 minutes ago
নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

47 minutes ago
হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

1 hour ago
ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

2 hours ago
লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী

3 hours ago
‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?

12 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

13 hours ago
‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাল খবৰ! বাঢ়িল ১০০ দিনৰ MGNREGA প্ৰকল্পৰ দৈনিক মজুৰি, কিমান বাঢ়িব দৈনিক মজুৰি?

বাঢ়িল ১০০ দিনৰ MGNREGA প্ৰকল্পৰ দৈনিক মজুৰি, কিমান বাঢ়িব দৈনিক মজুৰি?

editor by editor
April 7, 2025
in জীৱনশৈলী
0
ভাল খবৰ! বাঢ়িল ১০০ দিনৰ MGNREGA প্ৰকল্পৰ দৈনিক মজুৰি, কিমান বাঢ়িব দৈনিক মজুৰি?
0
SHARES
440
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহু লাখ লাখ মানুহৰ বাবে এই সুখবৰ৷ গাওঁ উন্নয়ন মন্ত্ৰণালয়ে জাৰি কৰা এক বিজ্ঞাপ্তি অনুসৰি কেন্দ্ৰীয় চৰকাৰে ২০২৫-২০২৬ অৰ্থবৰ্ষত মহাত্মা গান্ধী জাতীয় গাওঁ কৰ্মসংস্থান গেৰাণ্টি প্ৰকল্পৰ অধীনত থকা শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিছে৷ বৰ্ধিত মজুৰি চলিত বছৰৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হব৷

মজুৰি ২ৰ পৰা ৭শতাংশৰ মাজত বৃদ্ধি কৰা হৈছে৷ ১০০ দিনৰ কাম প্ৰকল্পত হাৰিয়ানাত সৰ্বাধিক দৈনিক মজুৰি বৃদ্ধি হৈ হৈছে সৰ্বোচ্চ ৪০০ টকা৷ এইবাৰ প্ৰথমবাৰৰ বাবে  MGNREGSৰ মজুৰিয়ে ৪০০ টকা স্পৰ্শ কৰিলে৷ অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু তেলেংগানাত মজুৰি দৈনিক হাৰত ৭ টকাকৈ বৃদ্ধি কৰা হৈছে৷ ২০২৪-২০২৫ আৰ্থিক বছৰত ১০০ দিনৰ কামত দৈনিক মজুৰি গোৱাত সৰ্বোচ্চ ১০.৫৬শতাংশ বৃদ্ধি কৰা হৈছে৷ আনহাতে উত্তৰপ্ৰদেশ আৰু উত্তৰাখণ্ডত সৰ্বনিম্ন ৩.০৪শতাংশ বৃদ্ধি কৰা হৈছিল৷ চলিত বছৰত অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ শ্ৰমিকে সৰ্বনিম্ন ২৪১ টকা দৈনিক মজুৰি পাব৷

MGNREGA কী?

মহাত্মা গান্ধী এনৰেগাৰ লক্ষ্য হৈছে দেশব্যাপী গ্ৰামীণ পৰিয়ালৰ জীৱিকা সুৰক্ষিত কৰা৷ যাৰ মাধ্যমেৰে গাঁৱৰ প্ৰতিটো পৰিয়ালে প্ৰাপ্তবয়স্ক সদস্যই স্বেচ্ছাই অদক্ষ কায়িক শ্ৰম কৰিবলৈ আগ্ৰহী তেওঁলোকে এক অৰ্থবছৰৰ মাজত কমপক্ষেও ১০০ দিনৰ নিশ্চিত দৰমহাৰ কৰ্মসংস্থাপন প্ৰদান কৰা হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?
জীৱনশৈলী

May 9, 2026
নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?
জীৱনশৈলী

নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

May 9, 2026
হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?
জীৱনশৈলী

হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

May 9, 2026
ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?
খাদ্য

Next Post
চন্দ্ৰদেৱৰ কৃপাত ভৰি উঠিব পকেট, এপ্ৰিলতেই আছে ধন লাভৰ যোগ, ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বজাৰলৈ আহিছে নতুন ১০ আৰু ৫০০ টকীয়া নোট, পুৰণি নোটৰ কি হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন