• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বজাৰলৈ আহিছে নতুন ১০ আৰু ৫০০ টকীয়া নোট, পুৰণি নোটৰ কি হ’ব?

বজাৰলৈ আহিছে নতুন ১০ আৰু ৫০০ টকীয়া নোট, পুৰণি নোটৰ কি হ’ব?

2 years ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

13 minutes ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

36 minutes ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

2 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

2 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

3 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

3 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

4 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

5 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

6 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

7 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বজাৰলৈ আহিছে নতুন ১০ আৰু ৫০০ টকীয়া নোট, পুৰণি নোটৰ কি হ’ব?

বজাৰলৈ আহিছে নতুন ১০ আৰু ৫০০ টকীয়া নোট, পুৰণি নোটৰ কি হ’ব?

editor by editor
April 7, 2025
in জীৱনশৈলী, ভাৰত
0
বজাৰলৈ আহিছে নতুন ১০ আৰু ৫০০ টকীয়া নোট, পুৰণি নোটৰ কি হ’ব?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বজাৰলৈ আহি আছে নতুন ১০ টকীয়া আৰু ৫০০ টকীয়া নোট৷ এই নোট বজাৰলৈ আহিলে পূৰণি নোটসমূহৰ কি হ’ব? শুকুৰবাৰে আৰ বি আইয়ে ঘোষণা কৰিছে যে অচিৰেই বজাৰত উপলব্ধ হব ১০ টকীয়া আৰু ৫০০ টকীয়া নোট৷ এই নতুন নোটত থাকিব বৰ্তমানৰ গভৰ্নৰ সঞ্জয় মলহোত্ৰাৰ নামৰ ছহী৷

যিসকলে পুৰণি নোট বাতিল হব বুলি চিন্তাত পৰিছে তেওঁলোকে জানি থোৱা প্ৰয়োজন যে ইয়াৰ বাবে চিন্তাৰ কোনো কাৰণ নাই৷ নতুন নোট আহিলেও পুৰণি নোটসমূহ বাহাল ৰাখিব আৰ বি আইয়ে৷ তেওঁলোকে বিজ্ঞাপ্তিত জনাইছে যে পুৰণি এই নোটসমূহৰো সমস্ত পুৰণি বৈশিষ্ট্যই থাকিব৷ কেৱল মাত্ৰ নতুন আৰবিআইৰ গভৰ্নৰৰ ছহী থাকিব৷

আৰ বি আইয়ে জনাই দিছে যে গভৰ্নৰৰ ছহী কৰা সমস্ত পুৰণি ১০ টকা আৰু ৫০০ টকাৰ নোট বৈধ থাকিব৷ অন্য কোনো পৰিবৰ্তন নহয়৷ ইয়াৰ পূৰ্বেও আৰ বি আইয়ে ঘোষণা কৰিছিল নতুন গভৰ্নৰৰ ছহী কৰা ১০০ আৰু ২০০ টকাৰ নোট আহিব৷ এইবাৰ নতুন ১০ টকা আৰু ৫০০ টকাৰ নোট দ্ৰুততৰভাৱে আহিব৷

সঞ্জয় মলহোত্ৰা আৰ বি আইৰ ২৬তম গভৰ্নৰ হিচাপে দায়িত্ব লৈছে ২০২৪ চনৰ ডিচেম্বৰ মাহত৷ তেওঁ পূৰ্বে দায়িত্বত আছিল শক্তিকান্ত দাস৷ তেওঁৰ কামৰ ম্যাদ শেষ হোৱাৰ পাছত এই দায়িত্ব লয় সঞ্জয় মলহোত্ৰাই৷ অৱশ্যে নোট সলনিক লৈ আৰ বিআইৰ বুলি কেইবাবাৰো ভুৱা খবৰ প্ৰকাশিত হৈছে৷ সেয়ে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে আৰ বি আইয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
Next Post
চুবুৰীয়া ৰাজ্যতেই সন্ধান পোৱা গৈছে বিশাল স্বৰ্ণখনিৰ! কোন ৰাজ্য়ত সন্ধান পোৱা গৈছে সোণৰ খনিৰ?

চুবুৰীয়া ৰাজ্যতেই সন্ধান পোৱা গৈছে বিশাল স্বৰ্ণখনিৰ! কোন ৰাজ্য়ত সন্ধান পোৱা গৈছে সোণৰ খনিৰ?

সোমবাৰৰ পৰাই ভাল দিনৰ আৰম্ভণি! বুধৰ মাৰ্গীত ধনলাভৰ যোগ এই ৩ৰাশিৰ কঁপালত

সোমবাৰৰ পৰাই ভাল দিনৰ আৰম্ভণি! বুধৰ মাৰ্গীত ধনলাভৰ যোগ এই ৩ৰাশিৰ কঁপালত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.