• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চুবুৰীয়া ৰাজ্যতেই সন্ধান পোৱা গৈছে বিশাল স্বৰ্ণখনিৰ! কোন ৰাজ্য়ত সন্ধান পোৱা গৈছে সোণৰ খনিৰ?

চুবুৰীয়া ৰাজ্যতেই সন্ধান পোৱা গৈছে বিশাল স্বৰ্ণখনিৰ! কোন ৰাজ্য়ত সন্ধান পোৱা গৈছে সোণৰ খনিৰ?

1 year ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

3 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

4 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

5 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

5 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

8 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

9 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

10 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

12 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

12 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

13 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চুবুৰীয়া ৰাজ্যতেই সন্ধান পোৱা গৈছে বিশাল স্বৰ্ণখনিৰ! কোন ৰাজ্য়ত সন্ধান পোৱা গৈছে সোণৰ খনিৰ?

চুবুৰীয়া ৰাজ্যতেই সন্ধান পোৱা গৈছে বিশাল স্বৰ্ণখনিৰ! কোন ৰাজ্য়ত সন্ধান পোৱা গৈছে সোণৰ খনিৰ?

editor by editor
April 7, 2025
in জীৱনশৈলী
0
চুবুৰীয়া ৰাজ্যতেই সন্ধান পোৱা গৈছে বিশাল স্বৰ্ণখনিৰ! কোন ৰাজ্য়ত সন্ধান পোৱা গৈছে সোণৰ খনিৰ?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিশাৰ ভিতৰতেই যেন লটাৰী লাগিল৷ জগন্নাথৰ দেশত সন্ধান পোৱা গৈছে বিপুল স্বৰ্ণভাণ্ডাৰৰ৷ ৰাজ্যৰ কেইবাখনো জিলাত মাটিৰ তলত উল্লেখযোগ্য পৰিমানৰ সোণৰ সন্ধান পোৱা গৈছে বুলি দাবী কৰা হৈছে৷ এই দাবী সত্য হলে অচিৰেই ওড়িশাৰ অৰ্থনীতি উল্লেখনীয় হাৰত বৃদ্ধি পাব৷

ওড়িশাৰ খনিমন্ত্ৰী বিভূতি জেনাই এক সংবামধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে৷ সংবাদ প্ৰতিবেদনত কোৱা হৈছে যে সুন্দৰগড়. নৱৰঙ্গপুৰ, কেন্দুঝৰ আৰু দেওগড়ৰৰ দৰে জিলাসমূহৰ মাটিৰ তলত বিপুল পৰিমাণৰ সোণ মজুত আছে৷ এই অঞ্চলসমূহৰ মাজত দেওগড় জিলাত আদাসা ৰামপল্লিত সকলোতকৈ বেছি সোনৰ সন্ধান পোৱা গৈছে৷ ইয়াৰোপৰি মানকানগিৰি, সম্বলপুৰৰ দৰে জিলাত আছে হালধীয়া ধাতুৰ সন্ধানপৰ্ব৷ প্ৰাথমিক জৰিপৰ পাছতেই তাত সোনৰ উপস্থিতিৰ ইংগিত পোৱা গৈছে৷

ইয়াৰোপৰি জছিপুৰ, সুৰিয়াগুড়া, ৰুয়ানছি, ইদেলকুচা, মাৰেডিহি, ছুলেইপাত আৰু বাদামপাহাৰৰ দৰে এলেকাত সোনৰ সন্ধানত গৱেষণা চলি আছে৷ খনিমন্ত্ৰীয়ে বিধানসভাত জনাইছে যে ওড়িশাৰ একাধিক জিলাত সোণ মজুত আছে৷ ময়ূৰভঞ্জ জিলাতো সোণ পোৱাৰ সম্ভাৱনা আছে৷

সোণ আৱিষ্কাৰৰ পাছতেই ওড়িশা চৰকাৰে সোণৰ খনিৰ ব্লক নিলামত দিয়াৰ সিদ্ধান্তও লব পাৰে৷ সূত্ৰৰ খবৰ অনুসৰি মোহনচৰণ মাঝিৰ চৰকাৰে দেওগড় জিলাত সোনৰ খনিৰ ব্লক নিলাম কৰাৰো প্ৰস্তুতি ইতিমধ্যেই আৰম্ভ কৰিছে৷ ওড়িশা চৰকাৰে ভাৰতীয় ভূতত্ত্ব সৰ্বেক্ষণ আৰু ওড়িশা মাইনিং কৰ্পৰেছনৰ হাতত হাত মিলাই সোণ সন্ধান অব্যাহত ৰাখিছে৷ ইয়াৰবাবে প্ৰয়োজনীয় প্ৰস্তুতিও আৰম্ভ হৈছে৷

আগন্তুক দিনত হালধীয়া ধাতুৰ উত্তোলন আৰম্ভ হলে ৰাজ্যখনৰ অৰ্থনীতিত নতুন মাইলফলক তৈয়াৰ কৰিব বুলি আশা কৰা হৈছে৷ কৰ্মসংস্থানৰ পৰা আৰম্ভ কৰি নানান ক্ষেত্ৰত নতুন মঞ্চ পাব ভৱিষ্যৎ প্ৰজন্মই৷ মন্ত্ৰীয়ে জনাইছে যে প্ৰাথমিক জৰিপৰ পৰা ইতিবাচক ফলাফল পোৱা গৈছে৷ এই জৰিপৰ চূড়ান্ত ৰিপৰ্ট ২০২৫ চনৰ ভিতৰত সম্পূৰ্ণ হব৷ ক্ৰমবৰ্ধমান সোনৰ বজাৰত প্ৰৱেশৰ আশাত বিদেশী আৰু দেশৰ বিনিয়োগকাৰীয়ে নিলামত যোগ দিব বুলিও আশা কৰা হৈছে৷ সাম্প্ৰতিক সময়ত টনে টনে সোন কিনিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই৷ ৰিজাৰ্ভ বেংকে মুঠ মজুত কৰা সোণৰ বজাৰমূল্য হৈছে ৭,০৮৯ কোটি ডলাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

June 20, 2026
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

June 20, 2026
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!
জীৱনশৈলী

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

June 20, 2026
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী
জীৱনশৈলী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

June 20, 2026
Next Post
সোমবাৰৰ পৰাই ভাল দিনৰ আৰম্ভণি! বুধৰ মাৰ্গীত ধনলাভৰ যোগ এই ৩ৰাশিৰ কঁপালত

সোমবাৰৰ পৰাই ভাল দিনৰ আৰম্ভণি! বুধৰ মাৰ্গীত ধনলাভৰ যোগ এই ৩ৰাশিৰ কঁপালত

ভাইৰেল ভিডিঅ’ দেখিলেনে? চিতাক পানী খুওৱাবলৈ গৈ চাকৰি গ’ল বন বিভাগৰ কৰ্মচাৰীৰ

ভাইৰেল ভিডিঅ’ দেখিলেনে? চিতাক পানী খুওৱাবলৈ গৈ চাকৰি গ’ল বন বিভাগৰ কৰ্মচাৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.