• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানৰ পৰা কাঢ়ি লোৱা হ’ব পাৰে চেম্পিয়নছ ট্ৰফীৰ আয়োজকৰ দায়িত্ব

পাকিস্তানৰ পৰা কাঢ়ি লোৱা হ’ব পাৰে চেম্পিয়নছ ট্ৰফীৰ আয়োজকৰ দায়িত্ব

2 years ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

19 minutes ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

48 minutes ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

2 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

3 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

4 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

4 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

5 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

6 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

7 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

22 hours ago
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

23 hours ago
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পাকিস্তানৰ পৰা কাঢ়ি লোৱা হ’ব পাৰে চেম্পিয়নছ ট্ৰফীৰ আয়োজকৰ দায়িত্ব

editor by editor
January 8, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
পাকিস্তানৰ পৰা কাঢ়ি লোৱা হ’ব পাৰে চেম্পিয়নছ ট্ৰফীৰ আয়োজকৰ দায়িত্ব
0
SHARES
309
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানৰ পৰা কাঢ়ি লোৱা হ’ব পাৰে চেম্পিয়নছ ট্ৰফীৰ আয়োজকৰ দায়িত্ব

আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পূৰ্বে এক ডাঙৰ তথ্য প্ৰকাশ পাইছে। চেম্পিয়নছ ট্ৰফীৰ আয়োজকৰ অধিকাৰ হয়তো পাকিস্তানৰ পৰা কাঢ়ি লোৱা হ’ব পাৰে। পাকিস্তানৰ সলনি সংযুক্ত আৰব আমিৰশ্বাহীয়ে পাব পাৰে সম্পূৰ্ণ দায়িত্ব।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি এতিয়ালৈকে পাকিস্তানৰ ৩ খন ষ্টেডিয়ামৰ কাম সম্পূৰ্ণ হৈ উঠা নাই। এই ষ্টেডিয়ামসমূহৰ নিৰ্মাণৰ কাম এতিয়াও চলি আছে। ২০২৪ চনৰ আগষ্ট মাহত আইচিচি চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানৰ ৩খন ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ হৈছিল, ৩১ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিছিল যদিও পাকিস্তান আৰু পিচিবিৰ দায়িত্বজ্ঞানহীনতাৰ বাবে সেয়া আজি পৰ্যন্ত সম্পূৰ্ণ হৈ উঠা নাই।

যাৰ বাবে এতিয়া পাকিস্তান ক্ৰিকেট ব’ৰ্ডে বহন হেৰুাবলগীয়া হ’ব পাৰে আয়োজকৰ দায়িত্ব। কাৰণ আই চি চি চেম্পিয়নছ ট্ৰফী আৰম্ভ হ’বলৈ বাকী আছে মাত্ৰ ৩৫ দিন।

অনুমান কৰা হৈছে যে আই চি চিয়ে যদি পাকিস্তানৰ হাতৰ পৰা চেম্পিয়নছ ট্ৰফীৰ আয়োজকৰ দায়িত্ব কাঢ়ি লয়, তেন্তে সংযুক্ত আৰব আমিৰশ্বাহীয়ে আয়োজন কৰাৰ সুযোগ পাব পাৰে।

অৱশ্যে ইয়াৰ পূৰ্বে আইচিচিয়ে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক এক আলটিমেটাম দিছে। য’ত কোৱা হৈছে যে যিকোনো ক্ষেত্ৰতে অসম্পূৰ্ণ ষ্টেডিয়ামৰ কাম ২৫ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব। ইয়াৰ পিছত আইচিচিৰ বিষয়াসকলে এই ষ্টেডিয়ামসমূহৰ বুজ ল’ব। তাৰ পিছত তেওঁ নিজৰ প্ৰতিবেদনত ক’ব যে ষ্টেডিয়ামখন প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ সাজু হৈছে নে নাই।

উল্লেখ্য যে, ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী। প্ৰথমখন খেলত পাকিস্তান আৰু নিউজিলেণ্ডৰ দলে মুখামুখি হ’ব। আনহাতে ভাৰতীয় দলটোৱে ২২ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Champions TrophycricketICCPakistan-cricket-board
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

October 21, 2026
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?
বাণিজ্য

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

October 21, 2026
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ
বিনোদন

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

October 21, 2026
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!
জীৱনশৈলী

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

October 21, 2026
Next Post
কাইলৈ শুক্লা দশমীত ৰবি যোগ, নাৰায়ণ আৰু সূৰ্য দেৱৰ কৃপাত ভাল খবৰ লাভ কৰিব ৩ ৰাশিয়ে

কাইলৈ শুক্লা দশমীত ৰবি যোগ, নাৰায়ণ আৰু সূৰ্য দেৱৰ কৃপাত ভাল খবৰ লাভ কৰিব ৩ ৰাশিয়ে

২০২৫ৰ বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত, ২০৪৭ত সঁচাই ধ্বংস হ’ব নেকি পৃথিৱী?

২০২৫ৰ বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত, ২০৪৭ত সঁচাই ধ্বংস হ'ব নেকি পৃথিৱী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.