• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি পাকিস্তানে ভাৰত সন্দৰ্ভত ল’বই লাগিব কোনে সিদ্ধান্ত, অন্যথা চেম্পিয়নছ ট্ৰফি সন্দৰ্ভত আই চি চিয়ে লব বিশেষ নীতি

আজি পাকিস্তানে ভাৰত সন্দৰ্ভত ল’বই লাগিব কোনে সিদ্ধান্ত, অন্যথা চেম্পিয়নছ ট্ৰফি সন্দৰ্ভত আই চি চিয়ে লব বিশেষ নীতি

2 years ago
FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

2 hours ago
মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

2 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

দুখ-দৰিদ্ৰতা আঁতৰিব, মাত্ৰ সোমবাৰে এইদৰে কৰক শিৱৰ পূজা!

3 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

16 hours ago
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

16 hours ago
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

17 hours ago
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

17 hours ago
১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

18 hours ago
চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

19 hours ago
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

20 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

20 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আজি পাকিস্তানে ভাৰত সন্দৰ্ভত ল’বই লাগিব কোনে সিদ্ধান্ত, অন্যথা চেম্পিয়নছ ট্ৰফি সন্দৰ্ভত আই চি চিয়ে লব বিশেষ নীতি

editor by editor
November 29, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
আজি পাকিস্তানে ভাৰত সন্দৰ্ভত ল’বই লাগিব কোনে সিদ্ধান্ত, অন্যথা চেম্পিয়নছ ট্ৰফি সন্দৰ্ভত আই চি চিয়ে লব বিশেষ নীতি
0
SHARES
102
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি পাকিস্তানে ভাৰত সন্দৰ্ভত ল’বই লাগিব কোনে সিদ্ধান্ত, অন্যথা চেম্পিয়নছ ট্ৰফি সন্দৰ্ভত আই চি চিয়ে লব বিশেষ নীতি

পাকিস্তানৰ আয়োজনৰ অহা বছৰ অৰ্থাৎ ২০২৫ চনচ চেম্পিয়নছ ট্ৰফি অনুষ্টিত হব। পাছে এতিয়ালৈকে ঠিক হোৱা নাই কোন ঠাইত অনুষ্ঠিত হব এই চেম্পিয়নছ ট্ৰফি। কাৰণ বি চি চি আইয়ে ভাৰতীয় খেলুৱৈৰ সুৰক্ষা জনিত কাৰণত পাকিস্তানত খেলিবলৈ নাযায় বুলি উঠাই দিছে। সেয়ে পাকিস্তানক কোনো বিকল্প লোৱাৰ বাবে আহ্বান জনাইছিল।

কিন্তু পাকিস্তানৰ ফালৰ পৰা বৰ্তমানলৈ কোনো সিদ্ধান্ত সদৰি হোৱা নাই। ভাৰতৰ খেল ডুবাইত অনুষ্ঠিত কৰাৰ বাবে বিকল্প দিয়া হৈছিল পাকিস্তানক, কিন্তু পাকিস্তানে নিজৰ দেশতে প্ৰতিখন খেল অনুষ্ঠিত কৰাৰ বাবে নাচোৰবান্দা।

ইন্টাৰনেশনেল ক্ৰিকেট কাউন্সিল (আই চি চি)ও এই হাইব্ৰিড বিকল্প পছন্দ কৰি ইয়াৰ ওপৰত বিচাৰ কৰিবলৈ পাকিস্তান ক্ৰিকেট বৰ্ড (পি চি বি)ক আহ্বান জনাইছিল। পাছে পি চি বিয়ে ভাৰত আৰু আই চি চিৰ হাইব্ৰিড বিকল্পৰ আহ্বান নাকচ কৰি দিয়ে।

যদি পাকিস্তানে আজিৰ ভিতৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আই চি চিয়ে চেম্পিয়নছ ট্ৰফিৰ খেল অন্য ঠাইলৈ সলনি কৰাৰ বিকল্প ব্যৱস্থা আছে। সেই উদ্দেশ্যেই আজি ২৯ নৱেম্বৰ তাৰিখে এক বিশেষ বৈঠকত মিলিত হব আই চি চি।

এই বৈঠকতে সিদ্ধান্ত সোৱা হব যে, চেম্পিয়নছ ট্ৰফি পাকিস্তানৰ আয়োজনতে কেৱল হাইব্ৰিড পদ্ধতিত হয় নে কোনো অন্য দেশলৈ সম্পূৰ্ণ খেলেই স্থানান্তৰিত কৰা হয়।

উল্লেখ্য যে, হাইব্ৰিড পদ্ধতিত পাকিস্তানৰ সমুখত বিকল্প ৰখা হৈছিল যে, বাকি সকলো খেল পাকিস্তানতে অনুষ্ঠিত কৰক কেৱল ভাৰতৰ খেল থকাৰ দিন কেইটা ডুবাইত অনুষ্ঠিত কৰক। কাৰণ পাকিস্তানত ভাৰতীয় খেলুৱৈৰ সুৰক্ষাৰ দিশতো এই ক্ষেত্ৰত চোৱাটো প্ৰয়োজনীয়। যিহেতু পাকিস্তান আৰু ভাৰত চিৰ বৈৰী দেশ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bcciChampions TrophyChampions Trophy Indian Cricket BoadInternational cricket BoadPakistan cricket Boad
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ
বিনোদন

FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

July 6, 2026
মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!
জীৱনশৈলী

মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

July 6, 2026
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

দুখ-দৰিদ্ৰতা আঁতৰিব, মাত্ৰ সোমবাৰে এইদৰে কৰক শিৱৰ পূজা!

July 6, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

July 5, 2026
Next Post
অতিকে ভয়ংকৰ ঘটনা, অগ্নিশিখা লৈ শোভাযাত্ৰা কৰি থাকোতেই অঘটন ঘটি ৫০ৰো অধিক আহত, সংকটজনক কেইবাজনো

অতিকে ভয়ংকৰ ঘটনা, অগ্নিশিখা লৈ শোভাযাত্ৰা কৰি থাকোতেই অঘটন ঘটি ৫০ৰো অধিক আহত, সংকটজনক কেইবাজনো

২০২৪ চনৰ শীৰ্ষ কৰ দাতাৰ তালিকা প্ৰকাশ, ৯২ কোটি টকা কৰ দানেৰে তালিকাৰ শীৰ্ষত কোন

২০২৪ চনৰ শীৰ্ষ কৰ দাতাৰ তালিকা প্ৰকাশ, ৯২ কোটি টকা কৰ দানেৰে তালিকাৰ শীৰ্ষত কোন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.