• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

4 months ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

24 minutes ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

2 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

2 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

3 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

3 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

5 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

5 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

6 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

6 hours ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

6 hours ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

7 hours ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

editor by editor
May 31, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ
0
SHARES
152
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতি শাস্ত্ৰত সূৰ্য আৰু চন্দ্ৰ গ্ৰহণৰ ঘটনাক অতি বিশেষ। শাস্ত্ৰ মতে অমৱস্যাত সদায় সূৰ্যগ্ৰহণ আৰু পূৰ্ণিমা তিথিত চন্দ্ৰগ্ৰহণ হয়। চন্দ্ৰগ্ৰহণৰ সময়ত পৃথিৱী সূৰ্য আৰু চন্দ্ৰৰ মাজত আহে। এনে পৰিস্থিতিত সূৰ্যৰ পোহৰ চন্দ্ৰলৈ যাব নোৱাৰে। এতিয়া ২০২৬ চনৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ হ’ব শাওন মাহৰ পূৰ্ণিমাৰ দিনটোত, ২৭ আগষ্টৰ পৰা ২৮ আগষ্টৰ মাজৰ নিশা।

এই সূৰ্যগ্ৰহণ ভাৰতত দেখা নাযায়। জ্যোতিষৰ হিচাপ অনুসৰি এয়া হ’ব সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ। এই সময়ছোৱাত চন্দ্ৰটো গাঢ় ৰঙা দেখা যাব, যাক ব্লাড মুন বুলিও কোৱা হয়। এই চন্দ্ৰগ্ৰহণ কুম্ভ ৰাশি আৰু ষতভিষ নক্ষত্ৰত সংঘটিত হ’ব। ভাৰতীয় মানক সময় অনুসৰি পুৱা ৬:৫৩ বজাৰ পৰা আৰম্ভ হ’ব আৰু নিশা ১২:৩২ বজাত অন্ত পৰিব। সূৰ্যগ্ৰহণৰ মুঠ সময়সীমা হ’ব প্ৰায় ৫ ঘণ্টা ৩৯ মিনিট।

এই চন্দ্ৰগ্ৰহণ ভাৰতত কিয় দেখা নাযায়?

যিহেতু ভাৰতত এই দ্বিতীয় চন্দ্ৰগ্ৰহণ দিনৰ ভাগত হ’ব, গতিকে বছৰৰ দ্বিতীয় চন্দ্ৰগ্ৰহণ ভাৰতৰ পৰা দেখা নাযাব। এই চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্ৰৰ প্ৰায় ৯৩ শতাংশ অংশ পৃথিৱীৰ গভীৰ ছাঁত আৱৰি থাকিব। পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰাৰ লগে লগে পৃথিৱীৰ বায়ুমণ্ডলৰ দ্বাৰা সূৰ্যৰ পোহৰ বিবৰ্তন হ’ব। এই কাৰণেই সূৰ্যগ্ৰহণৰ সময়ত চন্দ্ৰ গভীৰ ৰঙা দেখা যাব।

সুতক কালৰ সময়সীমা বৈধ নে?

শাস্ত্ৰ অনুযায়ী চন্দ্ৰগ্ৰহণৰ বাবে সুতক সময় সূৰ্যগ্ৰহণ আৰম্ভ হোৱাৰ ন ঘণ্টাৰ আগতেই আৰম্ভ হয়। কিন্তু দেশৰ ভিতৰতে গ্ৰহণৰ প্ৰভাৱ অনুভূত হ’লেহে সুতক সময় বৈধ হয়, অৰ্থাৎ খালী চকুৰে যেতিয়া গ্ৰহণ স্পষ্টকৈ দেখা যায়। যিহেতু ভাৰতত এই চন্দ্ৰগ্ৰহণ দৃশ্যমান নহ’ব, গতিকে দেশৰ ভিতৰতে সুতককাল বৈধ নহ’ব, আৰু শুভ পৰিঘটনাতো বাধা নাথাকিব।

এই চন্দ্ৰগ্ৰহণ ক’ত দেখা যাব?

এই চন্দ্ৰগ্ৰহণ মূলতঃ প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ইউৰোপ, আফ্ৰিকা আৰু আমেৰিকাৰ কিছু অংশত দেখা যাব।

অস্বীকাৰ: এই বাতৰিত দিয়া তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। Asom Live 24 এ ইয়াক সমৰ্থন নকৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ
অসম

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

September 16, 2026
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম
জীৱনশৈলী

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

September 16, 2026
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা
ভাৰত

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

September 16, 2026
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!
অপৰাধ

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

September 16, 2026
Next Post
কোনবোৰ কামে ক্ৰোধিত কৰে ভগৱান শিৱক? সোমবাৰে নকৰিব ভুল!

সন্তান সুখৰ বাবে কেনেকৈ কৰিব শিৱৰ আৰাধনা? জানক নিয়ম

প্ৰেমত সংগীক কেনেকৈ দিব বিশ্বাস? এই টিপছে মানিলে কেতিয়াও নকৰে অবিশ্বাস!

প্ৰেমত সংগীক কেনেকৈ দিব বিশ্বাস? এই টিপছে মানিলে কেতিয়াও নকৰে অবিশ্বাস!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.