• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰত ভূমিকম্প! বিক্ৰমে ধৰা পেলালে কম্পন, কিয় ভূমিকম্প হয় চন্দ্ৰত? সবিশেষ…

চন্দ্ৰত ভূমিকম্প! বিক্ৰমে ধৰা পেলালে কম্পন, কিয় ভূমিকম্প হয় চন্দ্ৰত? সবিশেষ…

3 years ago
কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

12 minutes ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

1 hour ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

2 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

৫ ৰাশিৰ লোকে আজি পাব ভাল খবৰ! পঢ়ক দৈনিক ৰাশিফল

2 hours ago
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

11 hours ago
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

12 hours ago
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

12 hours ago
কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

12 hours ago
EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

13 hours ago
ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

14 hours ago
মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক!  মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক! মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

14 hours ago
বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

চন্দ্ৰত ভূমিকম্প! বিক্ৰমে ধৰা পেলালে কম্পন, কিয় ভূমিকম্প হয় চন্দ্ৰত? সবিশেষ…

editor by editor
September 1, 2023
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, ভাৰত
0
চন্দ্ৰত ভূমিকম্প! বিক্ৰমে ধৰা পেলালে কম্পন, কিয় ভূমিকম্প হয় চন্দ্ৰত? সবিশেষ…
0
SHARES
461
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তৃতীয় চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত পৰীক্ষা-নিৰীক্ষা চলাই থকাৰ সময়তে কঁপি উঠিল চন্দ্ৰপৃষ্ঠ। বৃহস্পতিবাৰে ইছৰোৰ তৰফৰ পৰা এটা টুইটত শ্বেয়াৰ হৈছে এই তথ্য। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই জনোৱা অনুসৰি ২৬ আগষ্টত লেণ্ডাৰ বিক্ৰমে চন্দ্ৰত ‘প্ৰাকৃতিক ভুমিকম্প’ চিহ্নিত কৰিছে। ইছৰোৱে জনোৱা অনুসৰি লেণ্ডাৰৰ ভূমিকম্প চিনাক্তকাৰী পেলোড ইলছা( ইনষ্ট্ৰুমেণ্টছ ফৰ লুনাৰ ছিচমিক এক্টিভিটি)য়ে এই কম্পন চিনাক্ত কৰিছে। ইয়াৰ পূৰ্বেও ৰোভাৰ প্ৰজ্ঞানে এই ভূমিকম্প ধৰা পেলাইছে।

বৃহস্পতিবাৰে এক্স(টুইটাৰ) হেণ্ডেলত এটা পোষ্ট কৰিছিল ইছৰোৱে। ইছৰোৰ তৰফৰ পৰা টুইটত লিখা হৈছে, ‘তৃতীয় চন্দ্ৰযানৰ লেণ্ডাৰৰ পেলোড ইলছা, ৰোভাৰ আৰু অন্যান্য পেলোডৰ গতিবিধিৰ কাৰণে এই কম্পন ধৰা পৰিছে্। ইয়াৰপূৰ্বেও ২৬ আগষ্টত কম্পন ধৰা পৰিছিল। এয়া প্ৰাকৃতিকভাৱে হোৱা ভূমিকম্পই।’ এই কম্পনৰ উৎস কি সেই সম্পৰ্কেও জনাইছে ইছৰোৱে।

২৩ আগষ্টৰ সন্ধিয়া ৬বাজি ৪ মিনিটত চন্দ্ৰৰ দক্ষিণ মেৰুত নামিছে চন্দ্ৰযান-৩ ৰ লেণ্ডাৰ বিক্ৰম। লেণ্ডাৰ বিক্ৰমৰ পৰা সফলভাৱে প্ৰজ্ঞান ওলাই আহি চন্দ্ৰৰ মাটিত অনুসন্ধান আৰম্ভ কৰিছে। ইতিমধ্যেই চন্দ্ৰৰ দক্ষিণ মেৰুত ছালফাৰৰ উপস্থিতিও লাভ কৰিছে প্ৰজ্ঞানে। ৬চকাৰ ৰোভাৰখনে ছেকেণ্ডত এক ছেণ্টিমিটাৰকৈ গতি কৰি চন্দ্ৰপৃষ্ঠত যাত্ৰা কৰিছে। প্ৰজ্ঞানৰ আয়ুস পৃথিৱীৰ হিচাপত মাত্ৰ ১৪ দিন। এই ১৪ দিনৰ বিতৰতেই সমগ্ৰ পৰীক্ষা সম্পন্ন কৰিব ৰোভাৰ প্ৰজ্ঞানে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!
জীৱনশৈলী

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

May 26, 2026
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?
জীৱনশৈলী

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

May 26, 2026
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?
বাণিজ্য

8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

May 26, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

৫ ৰাশিৰ লোকে আজি পাব ভাল খবৰ! পঢ়ক দৈনিক ৰাশিফল

May 26, 2026
Next Post
ছেপ্টেম্বৰত প্ৰচুৰ লাভ, ধন লাভ কৰিব তুলা-বৃশ্চিকৰ জাতকে! অন্য ৰাশিৰ জীৱনলৈ কি কি পৰিবৰ্তন আহিব?

ছেপ্টেম্বৰত প্ৰচুৰ লাভ, ধন লাভ কৰিব তুলা-বৃশ্চিকৰ জাতকে! অন্য ৰাশিৰ জীৱনলৈ কি কি পৰিবৰ্তন আহিব?

আকাশ, অনন্ত, ঈশাই ৰিলায়েন্সৰ ভৱিষ্যত! মুকেশ আম্বানীয়ে ভগাই দিলে দায়িত্ব, কাক দি দায়িত্ব অৰ্পণ কৰিলে আম্বানীয়ে?

আকাশ, অনন্ত, ঈশাই ৰিলায়েন্সৰ ভৱিষ্যত! মুকেশ আম্বানীয়ে ভগাই দিলে দায়িত্ব, কাক দি দায়িত্ব অৰ্পণ কৰিলে আম্বানীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.