• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেপ্টেম্বৰত প্ৰচুৰ লাভ, ধন লাভ কৰিব তুলা-বৃশ্চিকৰ জাতকে! অন্য ৰাশিৰ জীৱনলৈ কি কি পৰিবৰ্তন আহিব?

ছেপ্টেম্বৰত প্ৰচুৰ লাভ, ধন লাভ কৰিব তুলা-বৃশ্চিকৰ জাতকে! অন্য ৰাশিৰ জীৱনলৈ কি কি পৰিবৰ্তন আহিব?

3 years ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

6 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

6 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

7 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

7 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

8 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

8 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

9 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

11 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

11 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

12 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

12 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছেপ্টেম্বৰত প্ৰচুৰ লাভ, ধন লাভ কৰিব তুলা-বৃশ্চিকৰ জাতকে! অন্য ৰাশিৰ জীৱনলৈ কি কি পৰিবৰ্তন আহিব?

editor by editor
September 1, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ছেপ্টেম্বৰত প্ৰচুৰ লাভ, ধন লাভ কৰিব তুলা-বৃশ্চিকৰ জাতকে! অন্য ৰাশিৰ জীৱনলৈ কি কি পৰিবৰ্তন আহিব?
0
SHARES
14.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজিৰে পৰা আৰম্ভ হ’ল ছেপ্টেম্বৰ ২০২৩। এই মাহটো জ্যোতিষশাস্ত্ৰৰ দিশৰ পৰাও অত্যন্ত উল্লেখযোগ্য। ছেপ্টেম্বৰত ৪টা গ্ৰহই নিজৰ অৱস্থান পৰিবৰ্তন কৰিব। এই মাহৰ আৰম্ভনিতেই অৰ্থাৎ ৪ ছেপ্টেম্বৰত মেষ ৰাশিত বৃহস্পতিয়ে প্ৰৱেশ কৰিব। চলিত বছৰৰ শেষলৈকে বৃহস্পতিতেই অৱস্থান কৰিব মেষে। ইফালে কৰ্কটত শুক্ৰই প্ৰবেশ কৰিব। ১৬ ছেপ্টেম্বৰত সিংহ ৰাশিত প্ৰৱেশ কৰিব বুধে। ইয়াৰ ঠিক এদিন পাছতেই সিংহ ৰাশিৰ পৰা কন্যা ৰাশিলৈ সূৰ্যই গতি কৰিব। ছেপ্টেম্বৰ মাহত শেষত কন্যা ৰাশিত প্ৰৱেশ কৰিব মঙলে। ছেপ্টেম্বৰত এইসমূহ গ্ৰহৰ অৱস্থানে আটাইকেইটা ৰাশিৰেই পৰিবৰ্তন সাধিব। ছেপ্টেম্বৰত কি কি ৰাশিৰ ভাগ্য উদয় হ’ব?

মেষ ৰাশি
মেষ ৰাশিৰ জাতকসকলৰ বাবে এই মাহটো মিশ্ৰ হ’ব। ছেপ্টেম্বৰ মাহৰ আৰম্ভণিটো আনন্দদায়ক হ’ব। এই সময়ত এই ৰাশিৰ জাতকে ঘৰৰ আৰু আত্মীয়ৰ সমৰ্থন লাভ কৰিব। ব্যৱসায়ত লাভ হ’ব। কৰ্মক্ষেত্ৰত ইতিবাচক সম্ভাৱনা থাকিব। এই সময়ত এই ৰাশিৰ জাতকৰ মনত অহংকাৰবোধৰ জন্ম হ’ব। এই অৱস্থাত আপোনাৰ কথাবাৰ্তাৰ ধৰণ আচৰণ আদিয়ে অন্যক আঘাত দিব পাৰে। ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা কৰ্মক্ষেত্ৰত বিৰোধীসকলৰ পৰা সাৱধানে থাকক। নিজৰ কাম অন্যৰ ওপৰত ভুলতো এৰি নিদিব। এই সময়ত ব্যৱসায়ৰ সৈতে যুক্ত হৈ থকা লোকে দূৰ ভ্ৰমণৰ সম্ভাৱনা। ভ্ৰমণ ক্লান্তিকৰ হ’লেও ফলপ্ৰসু হ’ব। এই সময়ত সন্তান বা প্ৰিয় ব্যক্তিক লৈ চিন্তিতও থাকিব। এই মাহত মাজৰ সময়খিনিত কিছু দুশ্চিন্তা থাকিব। কিন্তু সমাধানৰ ৰাস্তাও খুল খাব। যিসকলে চাকৰি পৰিবৰ্তন কৰিব খুজিছে তেওঁলোকৰ বাবে ভাল সুযোগ। কিন্তু ঘপককৈ সিদ্ধান্ত লোৱাৰ সলনি চিন্তা চৰ্চা কৰিহে সিদ্ধান্ত ল’ব।

বৃষ ৰাশি
ছেপ্টেম্বৰৰ আৰম্ভণিৰ পৰা বৃষ ৰাশিৰ জাতকসকলৰ স্বাস্থ্য আৰু সম্পৰ্ক দুয়ো দিশত কিছু সমস্যা আহিব পাৰে। এই দুই দিশক মনোযোগ দিব। এইসময়ত কোনো দীৰ্ঘস্থায়ী ৰোগৰ কাৰণে বিচলিত হ’ব পাৰে। এই সময়ত ঘৰৰ কোনো সদস্যৰ সৈতে বিবাদ হ’ব পাৰে। যাৰবাবে মানসিক চাপত পৰিব পাৰে। ব্যৱসায় প্ৰতিযোগীতাত কঠিন প্ৰতিদ্বন্দিতা হ’ব। দ্বিতীয় সপ্তাহৰ শেষৰ ফালে কিন্তু সমস্ত বিষয় আপুনি ভালধৰণে সমাধান কৰিব পাৰিব। ঊৰ্ধতনৰ সহায়ত আত্মীয়ৰ সৈতে বুজাপৰা হ’ব। পেছা আৰু ব্যৱসায়ত অগ্ৰগতি হ’ব। চাকৰিজীৱীয়ে অতিৰিক্ত আয়ৰ উৎস বিচাৰি পাব। ব্যৱসায়ত লাভ হ’ব। মাহৰ মাজতেই নতুন প্ৰকল্প হাতত ল’ব। ইয়াৰোপৰি আপোনাৰ কেৰিয়াৰৰ লগতে ব্যৱসায়ত উন্নতি হ’ব।

মিথুন ৰাশি
ছেপ্টেম্বৰ মাহটো মিথুন ৰাশিৰ জাকসকলে নতুন চেলেঞ্জৰ মুখামুখি হ’ব। ছেপ্টেম্বৰৰ আৰম্ভণিতে চাকৰিৰ ক্ষেত্ৰত দীৰ্ঘ বা চুটি ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে। ভ্ৰমণ সুখকৰ হোৱাৰ লগতে উপকাৰী হ’ব। এই সময়ত আপুনি পূৰ্বে হাতত লোৱা কোনো কামত সফলতা লাভ কৰিব। কোনো প্ৰিয় মানুহৰ সৈতে আপোনাৰ সাক্ষাৎ হ’ব। ঘৰত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে সুখকৰ সময় কটাব। শিক্ষাৰ্থীসকলে পঢ়াত মনোনিৱেশ কৰা ভাল। এই সময়ত কৰ্মক্ষেত্ৰত কামৰ চাপ বাঢ়িব। পৰিয়ালত কোনো সমস্যাৰ সৃষ্টি হ’ব পাৰে।

কৰ্কট ৰাশি
ছেপ্টেম্বৰ মাহটো কৰ্কট ৰাশিৰ বাবে সুখকৰ হ’ব। মাহৰ আৰম্ভণিতে কেৱল ঘৰতেই নহয় আপোনাৰ কৰ্মক্ষেত্ৰতো ব্যস্ততা বাঢ়িব। এই দায়িত্ব পালনৰ ক্ষেত্ৰত আত্মীয়ৰ পৰা সহযোগিতা লাভ কৰিব। ছেপ্টেম্বৰ মাহত আপোনাৰ জীৱনলৈ সমস্যা আহিলেও বুদ্ধিৰে সমাধান কৰিব পাৰিব। এই মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আপোনাৰ ব্যৱসায়ত উন্নতি হ’ব। দ্বিতীয় সপ্তাহটো এই ৰাশিৰ বাবে অনুকূল হ’ব।

সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকসকলে ছেপ্টেম্বৰ মাহত সময়, অৰ্থ আৰু শক্তিৰ পৰিচালনাৰে যিকোনো সমস্যা সমাধান কৰিব পাৰিব। মাহৰ আৰম্ভণিতে আপোনাৰ শৰীৰত কোনো ৰোগে বাহৰ পাতিব পাৰে। ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা আপোনাৰ সময় ভাললৈ আহিব। এই সময়ত আপুনি চাকৰি সলনি কৰিম ভাৱিলে শুভাকাংশীৰ পৰামৰ্শ লৈহে আগবাঢ়িব। অৰ্থ বিনিয়োগ নকৰাটোৱেই মংগল।

কন্যা ৰাশি
কন্যা ৰাশিৰ ব্যক্তিয়ে ছেপ্টেম্বৰ মাহত উচ্চাকাংক্ষাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। মাহৰ আৰম্ভণিতে কামৰ চাপ থাকিব। এই মাহত আপুনি কেৰিয়াৰ আৰু ব্যৱসায়িক কাৰ্যকলাপত ভালধৰণে আগবঢ়াটো ভাল। ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত বৃহৎ কিবা খৰচৰ মুখামুখি হ’ব পাৰে। আপোনাৰ স্বাস্থ্য আৰু খাদ্যভাষৰ প্ৰতি মনোযোগ দিয়ক। পেটৰ বিভিন্ন ৰোগত আক্ৰান্ত হ’ব পাৰে। স্বাস্থ্য সম্পৰ্কে সচেতনতা বজাই ৰাখক।

তুলা ৰাশি
ছেপ্টেম্বৰ মাহটো তুলা ৰাশিৰ মানুহৰ বাবে ভাল। এই মাহত আপুনি প্ৰতিটো পদক্ষেপতে বন্ধুৰ সমৰ্থন লাভ কৰিব। ইয়াৰোপৰি আপুনি আপোনাৰ মাজত আত্মবিশ্বাস দেখা পাব। মাহৰ আৰম্ভণিতে আপোনাৰ সন্মান বৃদ্ধি পাব। দীৰ্ঘদিনৰ অমীমাংসিত কাম সম্পন্ন হ’ব। আদালত সংক্ৰান্তিয় মামলা থাকিলে ৰায় আপোনাৰ পক্ষত আহিব। মাহৰ দ্বিতীয় সপ্তাহৰ পৰা ব্যৱসায়িক দিশত লাভৱান হ’ব। ব্যৱসায়ত দখল বাঢ়িব। বিদেশত ব্যৱসায় কৰাসকলৰ বাবেও এই সময় উত্তম সময়। এই সময়ত আপুনি আপোনাৰ ব্যৱসায় আগুৱাই নিয়াৰ সুযোগ লাভ কৰিব।

বৃশ্চিক ৰাশি
ছেপ্টেম্বৰ মাহটো বৃশ্চিক ৰাশিৰ জাতকৰ বাবে অত্যন্ত উপকাৰী প্ৰমাণিত হ’ব। দীৰ্ঘদিনৰ অমীমাংসিত কাম সম্পন্ন হ’ব। ক্ষমতা আৰু চৰকাৰী দিশত বিচৰাধৰণে সকলোবোৰ লাভ কৰিব। হাতলৈ ধন আহিব। এই সময়ত আপুনি ব্যৱসায়ীক দিশত সফল হ’ব। কোনো পদক্ষেপ লওতে পৰিয়াল আৰু আত্মীয়স্বজনৰ পৰা সহায় লাভ কৰিব। প্ৰতিযোগীতামূলক পৰীক্ষাত শিক্ষাৰ্থীয়ে শুভ ফল লাভ কৰিব।

ধনু ৰাশি
ছেপ্টেম্বৰ মাহ ধনু ৰাশিৰ জাতকৰ বাবেও শুভ প্ৰমাণিত হ’ব। মাহৰ আৰম্ভণিতে আপুনি আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায় আগুৱাই নিব পাৰিব। এই সময়ত যোগ্যতাৰ ভিত্তিত আপুনি সমাজৰ বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ’ব। কৰ্মক্ষেত্ৰত ছিনিয়ৰৰ প্ৰশংসা লাভ কৰিব। কোনো প্রভাৱশালী ব্যক্তিৰ সৈতে সংযোগ ঘটিব। কোনো লোকক অত্যাধিক বিশ্বাস নকৰিব। এই সময়ত আপুনি ব্যৱসায়ত সফল হ’ব।
মকৰ ৰাশি
ছেপ্টেম্বৰ মাহটো মকৰ ৰাশিৰ জাতকৰ বাবে শুভ। এই মাহৰ আৰম্ভণিতে ঘৰুৱা সমস্যাই মনটো অশান্ত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত কিছু পৰিবৰ্তন আহিব। বন্ধুৰ সহযোগিতা লাভ কৰিব। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা এই সময় কিছু অস্থিৰ হ’ব। হঠাৎ ডাঙৰ কিবা খৰচ আহিব পাৰে। দীৰ্ঘ ভ্ৰমণৰ সুযোগ লাভ কৰিব। যাত্ৰা সুখকৰ হ’ব। এই সময়ত প্ৰভাৱশালী ব্যক্তিৰ সহায়ত ঘৰ-সম্পত্তি লাভ কৰিব। আৱেগ আৰু খং নিয়ন্ত্ৰণত ৰাখক।

কুম্ভ ৰাশি
ছেপ্টেম্বৰ মাহটো কুম্ভ ৰাশিৰ বাবে মিশ্ৰিত মাহ। মাহৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত ছিনিয়ৰ আৰু জুনিয়ৰসকলৰ সৈতে উপযুক্ত সমম্বয় বজায় ৰাখিব। এই সময়ত আপোনৰ স্বাস্থ্যৰ দিশটোক নজৰ দিয়ক। আপোনাৰ অভদ্ৰ আচৰণে আপোনাৰ নিচেই কাষৰ মানুহক আঁতৰাই পঠিয়াব পাৰে। এই সময়ত আপুনি নিজৰ কথাবাৰ্তা আৰু আচৰণক নিয়ন্ত্ৰণত ৰাখক। ভুলতো কাকো গালি নাপাৰিব। মাহৰ দ্বিতীয় সপ্তাহত আপোনাৰ কাম বৃদ্ধি পাব। এই সমত আপোনাৰ দীৰ্ঘ ভ্ৰমণৰ সম্ভাৱনা আছে। ব্যৱসায়ত অৰ্থ বিনিয়োগ হ’ব। এই বিষয়ত সিদ্ধান্ত লোৱাৰ পূৰ্বে শুভাকাংশীৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব। কৰ্মক্ষেত্ৰত উচ্চ পদ বা দায়িত্ব লাভ কৰিব পাৰে। আপোনাৰ সন্মান বৃদ্ধি পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলাফল লাভ কৰিব। মাটি ক্ৰয়-বিক্ৰয় কৰিব পাৰে।

মীন ৰাশি
ছেপ্টেম্বৰ মাহ মীন ৰাশিৰ জাতকৰ বাবে উত্থান-পতনৰ সময়। এই মাহৰ আৰম্ভণিতে আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত বিভিন্ন সমস্যা আহিব পাৰে। আপোনাৰ প্ৰিয়জনৰ জীৱনলৈ অসুবিধা আহিব পাৰে। কৰ্মক্ষেত্ৰত ছিনিয়ৰ আৰু জুনিয়ৰ উভয়েই আপোনাক সহায় কৰিব। এই সময় মাটি ক্ৰয় বিক্ৰয়ৰ সম্ভাৱনা আছে। এই মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আপোনাৰ শুভ সময় আৰম্ভ হ’ব। চাকৰিয়ালসকলে অতিৰিক্ত আয়ৰ উৎস লাভ কৰিব। স্বাস্থ্যৰ প্ৰতি সচেতন হওক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?
জীৱনশৈলী

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

September 23, 2026
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

September 23, 2026
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’
ভাৰত

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

September 23, 2026
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে
অপৰাধ

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

September 23, 2026
Next Post
আকাশ, অনন্ত, ঈশাই ৰিলায়েন্সৰ ভৱিষ্যত! মুকেশ আম্বানীয়ে ভগাই দিলে দায়িত্ব, কাক দি দায়িত্ব অৰ্পণ কৰিলে আম্বানীয়ে?

আকাশ, অনন্ত, ঈশাই ৰিলায়েন্সৰ ভৱিষ্যত! মুকেশ আম্বানীয়ে ভগাই দিলে দায়িত্ব, কাক দি দায়িত্ব অৰ্পণ কৰিলে আম্বানীয়ে?

হিন্দু ধৰ্ম ৰাখী স্বাৱন্তে কিয় ত্যাগ কৰিলে? কিয় ইছলাম ধৰ্ম ল’লে ড্ৰামাকুইন ৰাখীয়ে?

হিন্দু ধৰ্ম ৰাখী স্বাৱন্তে কিয় ত্যাগ কৰিলে? কিয় ইছলাম ধৰ্ম ল’লে ড্ৰামাকুইন ৰাখীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.