• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৭মাহ ধৰি দৰমহা নাই, দৰমহা অবিহনেই চন্দ্ৰযান উৎক্ষেপণৰ বাবে দিনে নিশাই কাম কৰিছিল কেইবাশ অভিযন্তাই, কিন্তু দৰমহা নোপোৱা অভিযন্তাসকল ইছৰোৰ নে?

১৭মাহ ধৰি দৰমহা নাই, দৰমহা অবিহনেই চন্দ্ৰযান উৎক্ষেপণৰ বাবে দিনে নিশাই কাম কৰিছিল কেইবাশ অভিযন্তাই, কিন্তু দৰমহা নোপোৱা অভিযন্তাসকল ইছৰোৰ নে?

3 years ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

11 minutes ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

29 minutes ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

1 hour ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

2 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

2 hours ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

3 hours ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

4 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

4 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

5 hours ago
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

19 hours ago
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

20 hours ago
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৭মাহ ধৰি দৰমহা নাই, দৰমহা অবিহনেই চন্দ্ৰযান উৎক্ষেপণৰ বাবে দিনে নিশাই কাম কৰিছিল কেইবাশ অভিযন্তাই, কিন্তু দৰমহা নোপোৱা অভিযন্তাসকল ইছৰোৰ নে?

editor by editor
August 24, 2023
in জীৱনশৈলী, প্ৰযুক্তি, ভাৰত
0
১৭মাহ ধৰি দৰমহা নাই, দৰমহা অবিহনেই চন্দ্ৰযান উৎক্ষেপণৰ বাবে দিনে নিশাই কাম কৰিছিল কেইবাশ অভিযন্তাই, কিন্তু দৰমহা নোপোৱা অভিযন্তাসকল ইছৰোৰ নে?
0
SHARES
11.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰতি তিনি বছৰ ধৰি নিৰলস পৰিশ্ৰমৰ শেষত আহিল বিশেষ সাফল্য৷ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱাল স্পেছ চেণ্টাৰৰ ‘লঞ্চিং পেড’ৰ পৰা চন্দ্ৰযান-৩ৰ উৎক্ষেপণ সফল হৈছিল। বুধবাৰে অৰ্থাৎ ২৩ আগষ্ঠত সফলভাৱে চন্দ্ৰপৃষ্ঠত ভৰি থলে লেণ্ডাৰ বিক্ৰমে৷ ইছৰোৰ এই চন্দ্ৰাভিজানত ১৬ হাজাৰ বিজ্ঞানীৰ ওপৰিও কঠোৰ পৰিশ্ৰম কৰিছে ইছৰোত কৰ্মৰত সৰুবল সকলো কৰ্মকৰ্তাইয়ে৷

ইছৰোৰ এইসকল কৰ্মচাৰীৰ ভিতৰত আছে ৰাঁচীৰ ‘হেভি ইঞ্জিনিয়াৰিং কৰ্পৰেছন’ নামৰ সংস্থাৰ ইঞ্জিনিয়াৰ। এই সংস্থাৰ অভিযন্তাৰ পৰা সাধাৰণ কৰ্মচাৰীলৈকে সকলোৱেই দৰমহা অবিহনেই কৰিছিল কাম৷ ১৭মাহ দৰমহা নোলোৱাকৈয়ে কাম কৰিছিল চন্দ্ৰযান-৩ৰ সৈতে জড়িত হৈ থকা কৰ্মকৰ্তাসকলে৷ একাধিক প্ৰতিবেদনত প্ৰকাশ হোৱা অনুসৰি কেন্দ্ৰৰ ওচৰত বাৰে বাৰে আৱেদন জনাইয়ো ডেৰ বছৰৰো অধিক সময় ধৰি দৰমহা লাভ কৰা নাই এই কোম্পানীৰ কৰ্মকৰ্তাসকলে৷ দৰমহা অবিহনেও দিনে নিশাই চন্দ্ৰযান-৩ উৎক্ষেপণৰ বাবে কাম কৰিছিল এইসকল কৰ্মচাৰীয়ে৷

প্ৰকাশিত তথ্য অনুসৰি বিগত ৩বছৰ ধৰি আৰ্থিক সমস্যাৰ মাজত আছে চন্দ্ৰযান-৩ৰ বাবে যন্ত্ৰপাতি যোগান ধৰিছিল ‘হেভি ইঞ্জিনিয়াৰিং কৰ্পৰেছন’ নামৰ কোম্পানীটোয়ে৷ এই সংস্থাৰ পৰিস্থিতিৰ সৈতে কেন্দ্ৰীয় টেলিকম সংস্থা বিএছএনএলৰ তুলনা কৰিছে বহুতেই৷ এই কোম্পানীৰ প্ৰায় ৩হাজাৰ ইঞ্জিনিয়াৰৰ পৰা সাধাৰণ কৰ্মীলৈ সকলোৱে ১৭মাহ ধৰি দৰমহা পোৱা নাই৷ সংস্থাটোৰ জয়েণ্ট চেক্ৰেটেৰী তথা ইঞ্জিনীয়াৰ সুভাষচন্দ্ৰই চন্দ্ৰযান-৩ৰ সফলতাক লৈ খুবেই সুখী বুলি জনাইছে। কিন্তু তেওঁৰ সহকৰ্মীসকলৰ পাৰিশ্ৰমিকক লৈ তেওঁ কিছু চিন্তিত বুলি এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ কৰিছে৷ তেওঁ এই সন্দৰ্ভত কয়, ‘কৰ্মীসকল খুবেই সমস্যাত আছে৷ কিন্তু আৰ্থিক সমস্যাৰ মাজতো চন্দ্ৰযান-৩ সফলভাৱে লেণ্ডিংং কৰাত নথৈ আনন্দিত কৰ্মীসকল৷ গৰ্বিত হৈছো আমি, এই অভিযানত আমি সফল হৈছো৷ দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনাত আমি সফল হৈছো৷ ইয়াৰ মাজতেই যদি আমাৰ কৰ্মচাৰীসকলে দৰমহা লাভ কৰে তেন্তে আমি আৰু আনন্দিত হ’ম৷’

উল্লেখ্য যে দৰমহাৰ বিষয়টোক লৈ একাধিকবাৰ চিঠি লিখিছে কৰ্মচাৰীসকলে৷ চৰকাৰে কোনো সঁহাৰি দিয়া নাই এইসকল কৰ্মীক৷ পাবলগীয়া বেতন বিচাৰি বিগত বৰ্ষৰ ৩ নৱেম্বৰৰ পৰা চলিত বৰ্ষৰ জানুৱাৰী পৰ্যন্ত ধৰ্মঘটো কৰিছিল৷ চৰকাৰে ধৰ্মঘটৰ সময়ত প্ৰতিশ্ৰুতি দিছিল যে অচিৰেই তেওঁলোকে কৰ্মীসকলক ধন প্ৰদান কৰিব৷ তাৰপাছতেই এইসকল কৰ্মীয়ে উঠাই লৈছিল ধৰ্মঘট৷ আৰ্থিক দুৰাৱস্থাৰ কাৰণে বিগত ২বছৰ ধৰি সংস্থাটোৱে কোনো স্থায়ী ‘চীফ মেনেজিং ডাইৰেক্টৰ’ নিয়োগ কৰিব পৰা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম
ৰাজনীতি

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

September 3, 2026
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা
জীৱনশৈলী

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

September 3, 2026
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান
জীৱনশৈলী

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

September 3, 2026
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?
ভাৰত

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

September 3, 2026
Next Post
‘ৰোমাঞ্চিত হৈছো…’, চন্দ্ৰযান-৩ সাফল্যৰ পাছতেই ইছৰো প্ৰধানলৈ ছোনীয়া গান্ধীৰ বিশেষ চিঠি, চিঠিত কি লিখিছে ছোনীয়া গান্ধীয়ে?

'ৰোমাঞ্চিত হৈছো...’, চন্দ্ৰযান-৩ সাফল্যৰ পাছতেই ইছৰো প্ৰধানলৈ ছোনীয়া গান্ধীৰ বিশেষ চিঠি, চিঠিত কি লিখিছে ছোনীয়া গান্ধীয়ে?

৪ বছৰৰ অক্লান্ত পৰিশ্ৰম, চন্দ্ৰযান-৩ৰ নেপথ্যৰ আঁৰৰ বিজ্ঞানীকেইজনক জানেনে?

৪ বছৰৰ অক্লান্ত পৰিশ্ৰম, চন্দ্ৰযান-৩ৰ নেপথ্যৰ আঁৰৰ বিজ্ঞানীকেইজনক জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.