• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ৰোমাঞ্চিত হৈছো…’, চন্দ্ৰযান-৩ সাফল্যৰ পাছতেই ইছৰো প্ৰধানলৈ ছোনীয়া গান্ধীৰ বিশেষ চিঠি, চিঠিত কি লিখিছে ছোনীয়া গান্ধীয়ে?

‘ৰোমাঞ্চিত হৈছো…’, চন্দ্ৰযান-৩ সাফল্যৰ পাছতেই ইছৰো প্ৰধানলৈ ছোনীয়া গান্ধীৰ বিশেষ চিঠি, চিঠিত কি লিখিছে ছোনীয়া গান্ধীয়ে?

3 years ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

36 minutes ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

59 minutes ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

1 hour ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

2 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

3 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

3 hours ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

4 hours ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

4 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

5 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

6 hours ago
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

19 hours ago
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

‘ৰোমাঞ্চিত হৈছো…’, চন্দ্ৰযান-৩ সাফল্যৰ পাছতেই ইছৰো প্ৰধানলৈ ছোনীয়া গান্ধীৰ বিশেষ চিঠি, চিঠিত কি লিখিছে ছোনীয়া গান্ধীয়ে?

editor by editor
August 24, 2023
in বিজ্ঞান, ৰাজনীতি
0
‘ৰোমাঞ্চিত হৈছো…’, চন্দ্ৰযান-৩ সাফল্যৰ পাছতেই ইছৰো প্ৰধানলৈ ছোনীয়া গান্ধীৰ বিশেষ চিঠি, চিঠিত কি লিখিছে ছোনীয়া গান্ধীয়ে?
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চন্দ্ৰৰ মাটিত বিজয়গাঁথা লিখিছে ভাৰতৰ চন্দ্ৰযান-৩য়ে। ইছৰোৰ প্ৰশংসা কৰিছে এতিয়া দেশ বিদেশৰ বিজ্ঞানপ্ৰেমী প্ৰতিজন লোকেই। ইছৰোৰ প্ৰশংসাত পঞ্চমুখ এতিয়া ছোনীয়া গান্ধীও। ইছৰোৰ চেয়াৰমেন তথা চন্দ্ৰযান-৩ মিছনৰ প্ৰধান দায়িত্ব গ্ৰহণ কৰা এছ সোমনাথলৈ ছোনীয়া গান্ধীয়ে লিখিছে বিশেষ চিঠি। চিঠিত সোমনাথে লিখিছে, ‘আপোনাক কৈ বুজাব নোৱাৰো কেনেকৈ বুধবাৰৰ সন্ধিয়াটোত আমি ৰোমাঞ্চিত হৈ পৰিছিলো। এয়া আমাৰ বাবে অত্যন্ত গৌৰৱৰ মুহূৰ্ত। প্ৰতিজন ভাৰতবাসীৰ সৈতে আমিও অতিশয় উৎসাহিত হৈছো। বিশেষকৈ নৱ প্ৰজন্ম যেনেধৰণে আনন্দিত হৈছে সেই আনন্দ দেখি আমিও আনন্দিত হৈছো।’

ইয়াৰোপৰি চিঠিত ছোনীয়া গান্ধীয়ে লিখিছে, ‘যুগ যুগ ধৰি ইছৰোৰ অসাধাৰণ কৃতিত্বৰেই এয়া ফচল। যোগ্য নেতৃত্ব আৰু বিজ্ঞানীৰ অক্লান্ত পৰিশ্ৰমৰ ফলতেই এই সাফল্য আহিছে। ৬ দশক ধৰি ইছৰোৱে চলোৱা নিৰৱচ্ছিন্ন সংগ্ৰামেই এই সফলতা আনিছে। আমি এতিয়া সাফল্যৰ শিখৰত উপনীত হৈছো।মই ইছৰোৰ পৰিয়ালৰ প্ৰতিজন সদস্যক শুভেচ্ছা জনাইছো। এই গৰ্বৰ মুহূৰ্তত আপোনালোকৰ সৈতে আমিও আনন্দ কৰিছো।’

চন্দ্ৰযান-৩ লেণ্ড কৰাৰ পাছতেই ইছৰোৰ চেয়াৰমেন এছ সোমনাথক ফোন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। ফোনত ইছৰোৰ চেয়াৰমেনক তেওঁ কয়, ‘সোমনাথ জী আপোনাৰ নাম সোমনাথ আৰু সোমনাথ নামটোৱেই চন্দ্ৰৰ সৈতে জড়িত। আপোনাৰ লগতে আপোনাৰ এই পৰিয়ালৰ প্ৰতিজন সদস্যক লৈ আমি গৰ্বিত। মোৰ তৰফৰ পৰা আপোনাক অভিনন্দন।’

চেয়াৰমেন এছ সোমনাথৰ ওপৰত সমগ্ৰ বিশ্বৰে দৃষ্টি নিবদ্ধ হৈ আছিল। ২০ বছৰ পূৰ্বে চন্দ্ৰ জয়ৰ সপোন দেখিছিল ইছৰোই। আৰু এই সপোনটোৱেই সাৰ্থক হ’ল এছ সোমনাথৰ নেতৃত্বত। তেওঁ ভাৰতৰ মুন মিছনৰ মাষ্টাৰমাইণ্ড। চন্দ্ৰৰ মাটিত চন্দ্ৰযান-৩ ৰ লেণ্ডাৰ বিক্ৰমে ভৰি থওঁতেই স্বাস্তিৰ নিশ্বাস এৰিছে ইছৰো প্ৰধান এছ সোমনাথে।বিক্ৰমে লেণ্ডিং কৰাৰ পাছতে এছ সোমনাথে কয়, ‘ইণ্ডিয়া ইজ অন মুন নাও।’ তাৰপাছতেই তেওঁ কয়, ‘চন্দ্ৰযান-৩ৰ দৰে এটা মিছনৰ ক্ষেত্ৰত আমাক যিসকলে সহায় সহযোগিতা কৰিছে তেওঁলোককো অশেষ ধন্যবাদ। আমাৰ সফলতাৰ বাবে দেশ বিদেশৰ যিসকললোকে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে তেওঁলোককো অশেষ ধন্যবাদ। চন্দ্ৰযান-৩ ৰ সাফল্যৰ অংক প্ৰথমে কৰা হৈছিল চন্দ্ৰযান-১ মিছনৰ পৰাই। এই সফলতা ভাৰতৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ বাবেই অতি গুৰুত্বপূৰ্ণ মিছন।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম
ৰাজনীতি

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

September 3, 2026
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ
বিশ্ব

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

September 3, 2026
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!
বিশ্ব

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

September 1, 2026
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ
ভাৰত

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

September 1, 2026
Next Post
৪ বছৰৰ অক্লান্ত পৰিশ্ৰম, চন্দ্ৰযান-৩ৰ নেপথ্যৰ আঁৰৰ বিজ্ঞানীকেইজনক জানেনে?

৪ বছৰৰ অক্লান্ত পৰিশ্ৰম, চন্দ্ৰযান-৩ৰ নেপথ্যৰ আঁৰৰ বিজ্ঞানীকেইজনক জানেনে?

‘মই অবাক হোৱা নাই, মই জানিছিলো ইছৰোৱে এই সমস্যা সমাধান কৰিব পাৰিবই, চন্দ্ৰযান-৩ উৎক্ষেপনৰ পাছতেই প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মাৰ প্ৰতিক্ৰিয়া

‘মই অবাক হোৱা নাই, মই জানিছিলো ইছৰোৱে এই সমস্যা সমাধান কৰিব পাৰিবই, চন্দ্ৰযান-৩ উৎক্ষেপনৰ পাছতেই প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মাৰ প্ৰতিক্ৰিয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.